April 30, 2025 12:32 PM April 30, 2025 12:32 PM
5
প্ৰদ্যুৎ বৰদলৈ আৰু শিৱামণি বৰাক আক্ৰমণৰ মূল অভিযুক্ত ইমদাদুল ইছলামক চিনাক্ত
সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাক আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্ত ইমদাদুল ইছলাম নামৰ লোকজনক আৰক্ষীয়ে চিনাক্ত কৰিছে। এই লোকজনৰ সৈতে লাহৰীঘাটৰ আন কেইবাজনো লোক জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতে ২৭ এপ্ৰিলত নগাঁও জিলাৰ...