আঞ্চলিক সংবাদ

May 19, 2025 1:37 PM May 19, 2025 1:37 PM

views 10

বাংলাদেশৰ পৰা ভাৰতৰ মাজেৰে পণ্য ৰপ্তানিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা আৰোপ

বাংলাদেশৰ পৰা ভাৰতৰ মাজেৰে পণ্য ৰপ্তানিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে। বৈদেশিক বাণিজ্য সঞ্চালকালয়ে এই সন্দৰ্ভত কালি এখন অধিসূচনা জাৰি কৰে। এই অনুসৰি এতিয়াৰে পৰা বাংলাদেশৰ বস্ত্র, খাদ্য বস্তু, পানীয় আৰু প্লাষ্টিকৰ সামগ্রী উত্তৰ-পূৰ্বাঞ্চলৰ স্থলপথেৰে ভাৰতলৈ ৰপ্তানিত নিষেধাজ্ঞা আ...

May 19, 2025 1:32 PM May 19, 2025 1:32 PM

views 1

তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদৰ নিযুক্তিৰ বাবে ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষা অহা ১৫ জুনৰ পৰা আৰম্ভ

অসম চৰকাৰৰ পূৰ্বে অনুষ্ঠিত তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ ফলাফলৰ পাছত এই পদসমূহত নিযুক্তিৰ বাবে ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষা অহা ১৫ জুনৰ পৰা আৰম্ভ হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কালি এই কথা প্ৰকাশ কৰিছে। পৰীক্ষাৰ এই গোটেই প্ৰক্ৰিয়াটো এমাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ...

May 19, 2025 1:24 PM May 19, 2025 1:24 PM

views 27

বন বিভাগৰ ভূমি অবৈধভাৱে আৱণ্টন দিয়া সন্দৰ্ভত এছ আই টি গঠন কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

বন বিভাগৰ ভূমি অবৈধভাৱে কোনো ব্যক্তি, প্রতিষ্ঠানক আৱণ্টন দিয়া সন্দৰ্ভত তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে বিশেষ তদন্তকাৰী গোট এছ আই টি গঠন কৰিবলৈ সকলো ৰাজ্যৰ মুখ্য সচিব আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰশাসনক নির্দেশ দিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাৱাই, ন্যায়াধীশ আগষ্টাইন জর্জ মছি আ...

May 18, 2025 8:39 PM May 18, 2025 8:39 PM

views 7

ৰাজ্যৰ বড়ো অধ্যুষিত বিভিন্ন প্ৰান্তত বড়ো মাধ্যম দিৱস উদযাপন

আজি ৬৩ সংখ্যক বড়ো মাধ্যম দিৱস। ৰাজ্যৰ বড়ো অধ্যুষিত বিভিন্ন প্ৰান্তত বড়ো মাধ্যম দিৱস উদযাপন কৰা হয়। বাক্সা জিলাৰ চাইটানগুৰিৰ জয়ভদ্ৰ আহাগজেৰ বড়ো মাধ্যম উচ্চ মাধ্যমিক বিদ্যালয়ত আজি শালবাৰী জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ৬৩ সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন কৰা হয়। বড়ো মাধ্যম দ...

May 18, 2025 8:33 PM May 18, 2025 8:33 PM

views 14

মহানগৰীৰ বান আৰু যান-যটৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প ঘোষণা

গুৱাহাটী মহানগৰীৰ দৃশ্যপট সালসলনি কৰাৰ লগতে মহানগৰীৰ বান আৰু যান-যটৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে চৰকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প ৰূপায়ণৰ দিশে আগবাঢ়িছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা এই পৰিকল্পনাসমূহৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে আজি আজি দিশপ...

May 18, 2025 8:28 PM May 18, 2025 8:28 PM

views 13

অসমত এখন এথলেটিক একাডেমী স্থাপন কৰা হ’বঃ জয়ন্ত মল্ল বৰুৱা

ৰাজ্যত এখন এথলেটিক একাডেমী স্থাপন কৰা হ'ব। এথলেটিক ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ উপাধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰি কৰে। ৰাজ্যৰ প্ৰতিভাসম্পন্ন খেলুৱৈসকলৰ প্রগতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰ আৰু অসম এথলেটিক এছোচিয়েছনৰ উদ্যোগত এই একাডেমী স্থাপন কৰা হ'ব। শ্ৰীবৰুৱাই আজি ...

May 18, 2025 8:02 PM May 18, 2025 8:02 PM

views 18

ছিকিমৰ দৰে জৈৱিকভাৱে মাছ উৎপাদনৰ ব্যৱস্থা ত্ৰিপুৰাতো কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পুঁজিৰ অনুমোদন দিবঃ কেন্দ্ৰীয় মীন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙ

ছিকিমত কোনো ধৰণৰ ৰাসায়নিক দ্রব্য ব্যৱহাৰ নকৰাকৈ জৈৱিকভাৱে মাছ উৎপাদন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতেই কেন্দ্ৰীয় মীন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে কয়, যে কেন্দ্রই অতি সোনকালে ত্ৰিপুৰাতো এনে ব্যৱস্থা গঢ়াৰ বাবে পুঁজিৰ অনুমোদন জনাব। আগৰতলাত ৰাজ্যৰ প্ৰথমটো সংহত একুৱা পাৰ্ক আৰু মৎস্য উৎসৱৰ আধাৰশিলা স্থাপন ক...

May 18, 2025 7:30 PM May 18, 2025 7:30 PM

views 6

ধেমাজি জিলাৰ চিচিমুখত ব্ৰহ্মপুত্ৰ আৰু জিয়াঢল নৈৰ গৰাখহনীয়া মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পৰিদৰ্শন

ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যান বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ চিচিমুখত ব্ৰহ্মপুত্ৰ আৰু জিয়াঢল নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰে। ডাঃ পেগুৱে বানত ক্ষতিৰ আশংকা থকা মথাউৰিৰ অংশসমূহ চিনাক্ত কৰি আগতীয়াকৈ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে জ...

May 18, 2025 7:23 PM May 18, 2025 7:23 PM

views 10

পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ নৱনিৰ্মিত ভৱনটো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উদ্বোধন

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰে। মন্ত্ৰী শ্ৰীদাসে সাংবাদিকসকললৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এসময়ত সাংবাদিকতাৰ সৈতে জড়িত হৈ থকাৰ বাবে এটা তেওঁৰ বাবে গৌৰৱৰ মুহুৰ্ত বুলি প্ৰকাশ কৰে। অনুষ্ঠানত বজালীৰ আয়ুক্তকে ধৰি কেইবাগৰাকীও বিশিষ্...

May 18, 2025 7:16 PM May 18, 2025 7:16 PM

views 4

জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাৰ ৰহাৰ ওচৰত কলং নদীৰ নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন

জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি ৰহাৰ পৰা দুবৰ্তিলীলৈ কলং নদীৰ নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখন বানমুক্ত কৰি গঢ়ি তোলাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনাৰ সৈতে সংগতি ৰাখি জলসম্পদ বিভাগে ৰহা বিধানসভা সমষ্টিত এই মথাউৰি নিৰ্মাণৰ কাম অব্য...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।