আঞ্চলিক সংবাদ

May 20, 2025 7:38 PM May 20, 2025 7:38 PM

views 12

ইণ্টেলিজেন্স ব্যুৰোৰ সঞ্চালক তপন ডেকাৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি

ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া তথা বর্তমান ইণ্টেলিজেন্স ব্যুৰোৰ সঞ্চালক তপন ডেকাৰ কাৰ্যকাল কেন্দ্ৰীয় চৰকাৰে আৰু এবছৰলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় কৰ্মচাৰী প্ৰশাসন আৰু প্ৰশিক্ষণ মন্ত্ৰালয়ৰ অধীনস্থ কেবিনেট আৰু এষ্টাৰিছমেন্ট বিষয়া নিযুক্তি কমিটিয়ে আজি নতুন দিল্লীত জাৰি কৰা অধিসূচনা অনুযায়ী শ্রী...

May 20, 2025 7:18 PM May 20, 2025 7:18 PM

views 4

বানমুক্ত কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ শিলসাঁকোৰ অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্রতিষ্ঠান উচ্ছেদ

গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে আজি শিলসাঁকোৰ অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্রতিষ্ঠান শীর্ষক এখন শিক্ষা প্রতিষ্ঠান উচ্ছেদ কৰে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত অসম চৰ...

May 20, 2025 7:00 PM May 20, 2025 7:00 PM

views 11

দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আৰক্ষী অধীক্ষকৰ সন্মিলনৰ আয়োজন

ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতি শক্তিশালী কৰি তোলাৰ লগতে জৰুৰীকালিন সঁহাৰি ব্যৱস্থা অধিক সক্ৰিয় কৰি তোলাৰ কৌশল বিকাশৰ লক্ষ্যৰে আজি দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আৰক্ষী অধীক্ষকৰ সন্মিলনৰ আয়োজন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এখন সুৰক্ষিত সমাজ গঢ়াৰ বাবে স...

May 20, 2025 1:12 PM May 20, 2025 1:12 PM

views 24

ৰাজ্যৰ বিভিন্ন স্থানত অহা দুই-তিনিদিনলৈ নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা

ৰাজ্যৰ বিভিন্ন স্থানত অহা দুই-তিনিদিনলৈ নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। আজি গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত যথেষ্ট বৰষুণ হোৱা বুলি কেন্দ্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ পশ্চিম আৰু দক্ষিণ অংশত অতিবৃষ্টি হোৱাৰ সম্ভাৱনা থকাৰ লগতে কিছু অঞ্চলত ২০০ মিলিমিটাৰলৈকে...

May 20, 2025 1:11 PM May 20, 2025 1:11 PM

views 9

দেৰগাঁৱৰ বৰুৱা বামুণ গাঁৱত থকা পৰিত্যক্ত চেনিকল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটৰ দেৰগাঁৱৰ বৰুৱা বামুণ গাঁৱত থকা পৰিত্যক্ত চেনিকল পৰিদৰ্শন কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে গোলাঘাটত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিত্যক্ত হৈ থকা ৫০০ বিঘা মাটি ৰাজ্য চৰকাৰৰ অধীনলৈ অনাৰ ব্যৱস্থা কৰাৰ বাবে জিলা আয়ুক্তক নির্দেশ দিয়ে। এই ভূমি এডভান্টেজ অস...

May 20, 2025 1:09 PM May 20, 2025 1:09 PM

views 26

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী অহা ৩১ মে’লৈকে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী অহা ৩১ মে'লৈকে মুকলি কৰি দিয়া হৈছে। পৰ্যটক আৰু জীপ চাফাৰী সন্থাৰ অনুৰোধমৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উদ্যান কৰ্তৃপক্ষই সদৰি কৰিছে। উল্লেখযোগ্য যে প্রতিকুল বতৰৰ পৰিপ্ৰেক্ষিতত কালিৰ পৰা কাজিৰঙাত জীপ চাফাৰী বন্ধ ঘোষণা কৰা হৈছিল। পৰ্যটকসকলে কাজিৰঙাৰ কঁহৰা,...

May 20, 2025 1:06 PM May 20, 2025 1:06 PM

views 16

হৰমিৎ সিঙক আৰক্ষীৰ পূৰ্ণ পৰ্যায়ৰ সঞ্চালকপ্ৰধান নিযুক্তি

হৰমিৎ সিঙক আৰক্ষীৰ পূৰ্ণ পৰ্যায়ৰ সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। পূৰ্বৰ আৰক্ষী সঞ্চালক প্রধান জি পি সিঙৰ বদলিৰ পাছত চৰকাৰে হৰমিৎ সিঙক ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব প্ৰদান কৰিছিল।

May 20, 2025 1:05 PM May 20, 2025 1:05 PM

views 5

এবিলেকৰ উদ্যোগত কাইলৈ আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্মদিনৰ আয়োজন

পণ্ডিত প্ৰৱৰ আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্মদিন উপলক্ষে কাইলৈ কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ভাষা-কলা সংস্কৃতি সংস্থা এবিলেকৰ উদ্যোগত এখন স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ সভাগৃহত আয়োজিত কাৰ্যসূচীত নতুন দিল্লীৰ ভাৰতীয় সমাজ বিজ্ঞান অনুসন্ধান পৰিষ...

May 20, 2025 1:04 PM May 20, 2025 1:04 PM

views 9

লখিমপুৰত আজিৰে পৰা ৩০ আগষ্টলৈ সেনা বাহিনীৰ সশস্ত্র অনুশীলন

লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ দুলুংমুখ সংমণ্ডলত আজিৰে পৰা ৩০ আগষ্টলৈ সেনা বাহিনীৰ সশস্ত্র অনুশীলন কৰা হ'ব। এই সময়ছোৱাত সেনা বাহিনীয়ে বোমা বিস্ফোৰণ, গুলীচালনা আদিৰ অনুশীলন কৰিব। লখিমপুৰ জিলা প্ৰশাসন আৰু বন বিভাগে এটা নির্দেশযোগে এই সময়ছোৱাত দুলুংমুখ এলেকাত সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা ...

May 20, 2025 12:43 PM May 20, 2025 12:43 PM

views 11

ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনিয়মেৰে নিযুক্তি দিয়াৰ এটা ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা প্রদান

২০০৮ চনত ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনিয়মেৰে নিযুক্তি দিয়াৰ এটা ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা প্রদান কৰিছে। ২০০৮ চনত উপায়ুক্তৰ কাৰ্যালয়ত খালী হোৱা দুটা ষ্টেনোগ্রাফার পদত অৰ্হতাহীন দুজন প্রার্থীক ভুৱা তথ্য দাখিলেবে অবৈধভাৱে নিযুক্তি দিয়া সন্দৰ্ভত এগৰাকী বঞ্চিত প্র...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।