আঞ্চলিক সংবাদ

July 5, 2025 6:59 PM July 5, 2025 6:59 PM

views 13

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ বাতৰি পোৱা গৈছে। কামৰূপ জিলাত এই ৰোগত আক্ৰান্ত হৈ চাৰিগৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু চাৰিজন লোক চিকিৎসাধীন হৈ আছে। কামৰূপ জিলা মেলেৰিয়া বিভাগে এই ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন স্থানত সজাগতা শিবিৰৰ আয়োজন কৰিছে। বিভাগে লগতে প্ৰায় ২...

July 5, 2025 6:56 PM July 5, 2025 6:56 PM

views 14

চিৰাঙত নিচাজাতীয় দ্ৰব্য সেৱনৰ বিৰুদ্ধে সজাগতা সমদল

নিচামুক্ত ভাৰত অভিযানৰ অধীনত চিৰাং জিলা সমাজ কল্যান বিভাগৰ উদ্যোগত আৰু জিলা আৰক্ষীৰ সহযোগত আজি কাজলগাঁৱত নিচাজাতীয় দ্ৰব্য সেৱনৰ বিৰুদ্ধে এটা সজাগতা সমদল উলিওৱা হয়। জিলা আয়ুক্ত যতীন বৰাই মুকলি কৰা এই বাইক সমদলত দুশৰো অধিক লোকে অংশগ্ৰহণ কৰে। জিলা আয়ুক্তগৰাকীয়ে তেওঁৰ ভাষণত মাদক দ্ৰব্যৰ ক্ষতিকাৰক প...

July 5, 2025 5:54 PM July 5, 2025 5:54 PM

views 1

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ আজি ৬১ সংখ্যক মৃত্যু বার্ষিকী পালন

বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ আজি ৬১ সংখ্যক মৃত্যু বার্ষিকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীৰ মৃত্যু বার্ষিকী পালন কৰা হৈছে। অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী সাহিত্যিক দুৱৰাই পশ্চিমীয়া আৰু পাৰচ্যৰ কাব্যমনীষাৰ সৃষ্টিৰাজিৰ আলোকেৰে অসমীয়া কাব্য সাহিত্য সমৃদ্ধ কৰি থৈ গৈছে। ৰমন্যা...

July 5, 2025 5:18 PM July 5, 2025 5:18 PM

views 4

ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ চৰকাৰে প্ৰায় ৩৫০টা আশ্রয় শিবিৰ বন্ধ কৰি দিয়াৰ কথা বিবেচনা কৰিছে

ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ চৰকাৰে ৰাজ্যখনৰ থকা প্ৰায় ৩৫০টা আশ্রয় শিবিৰ বন্ধ কৰি দিয়াৰ কথা বিবেচনা কৰিছে। ৰাজ্যখনৰ মুখ্য সচিব পি কে সিঙে কালি ইম্ফলত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কয়, যে ২০২৩ চনৰ পৰা ৰাজ্যখনত সংঘটিত গোষ্ঠীগত সংঘৰ্ষত গৃহহীন হোৱা লোকসকলৰ বাবে স্থাপন কৰা এই আশ্রয় শিবিৰসমূহত থকা ...

July 5, 2025 12:58 PM July 5, 2025 12:58 PM

views 48

দেওবাৰে সন্ধিয়া ৰুক্মিনীগাঁৱৰ নৱনিৰ্মিত উৰণ সেতু উদ্বোধন

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ সন্ধিয়া গুৱাহাটীৰ ৰুক্মিনীগাঁৱৰ নৱনিৰ্মিত উৰণ সেতুখন উদ্বোধন কৰিব। এই উৰণ সেতুখনে ছয়মাইল, ডাউন টাউন, ৰুক্মিনীগাঁৱৰ যান-জঁট লাঘৱ কৰিব বুলি আশা কৰা হৈছে। ২০২৪ চনৰ অক্টোবৰত উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। উৰণ সেতুখনৰ নিৰ্মাণৰ বাবে ১৮ মাহ ধাৰ্য কৰ...

July 5, 2025 12:54 PM July 5, 2025 12:54 PM

views 17

নেট গ্রীড সমাধান ব্যৱহাৰত শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম ৰূপে পৰিগণিত অসম

● অসমে যোৱা জানুৱাৰীৰ পৰা জুনৰ ভিতৰত চোৰাংচোৱা তথ্য আহৰণৰ উদ্দেশ্যে নেট গ্রীড সমাধান ব্যৱহাৰত শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম ৰূপে পৰিগণিত হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে এই সাফল্যৰ বাবে অসম আৰক্ষীক অভিনন্দন জ্ঞাপন কৰে।

July 5, 2025 12:49 PM July 5, 2025 12:49 PM

views 5

চি আৰ পি এফৰ অভিযানত মেৰাপানীৰ সীমান্তত বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ

◆ চি আৰ পি এফৰ এটা দলে আজি গোলাঘাট জিলাৰ মেৰাপানী সীমান্তত অভিযান চলাই বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰে। চিগাৰেটখিনি নাগালেণ্ডৰ পৰা এখন ট্রাকযোগে গোলাঘাটলৈ সৰবৰাহ কৰা হৈছিল। চিগাৰেটখিনিৰ বজাৰ মূল্য ২০ লাখ টকাৰো অধিক হ'ব বুলি অনুমান কৰা হৈছে। চি আৰ পি এফে ঘটনা সংক্ৰান্তত ট্ৰাকখনৰ চালক বাবাতু গগৈক...

July 5, 2025 12:44 PM July 5, 2025 12:44 PM

views 18

ৰাজহুৱা খণ্ডৰ মহাৰত্ন কোম্পানী আৰ ই চি লিমিটেডৰ কাজিৰঙালৈ ৫ কোটি ৩০ লাখ টকা অনুদান

■ ৰাজহুৱা খণ্ডৰ মহাৰত্ন কোম্পানী আৰ ই চি লিমিটেডে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উন্নয়নৰ বাবে কোম্পানীৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ৫ কোটি ৩০ লাখ টকা অনুদান আগবঢ়াইছে। এই অনুদানৰ ধনৰাশিৰে ১২০টাৰো অধিক অবৈধ চিকাৰ বিৰোধী শিবিৰত সৌৰ শক্তি আৰু খোৱাপানীৰ সুবিধা উন্নত কৰা হ'ব। ইয়াৰ ফ...

July 5, 2025 12:39 PM July 5, 2025 12:39 PM

views 12

দেওবাৰে অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ দ্বিতীয় পূৰ্ণাংগ কার্যনির্বাহক ঢালিগাঁৱত অনুষ্ঠিত হ’ব

■ অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ দ্বিতীয় পূৰ্ণাংগ কার্যনির্বাহক অধিবেশনখন কাইলৈ চিৰাঙৰ ঢালিগাঁৱত অনুষ্ঠিত হ'ব। বঙাইগাঁও শোধনাগাৰৰ চৌহদত হ'বলগীয়া এই অধিৱেশনত অসম সাহিত্য সভাৰ সভাপতি, প্রধান সম্পাদক আৰু বিষয়ববীয়া সকলৰ লগতে অসমৰ প্ৰতিখন জিলাৰ পৰা কেন্দ্ৰীয় কার্যনির্বাহক সদস্য-সদস্যাসকলে অংশগ্রহণ ক...

July 5, 2025 12:35 PM July 5, 2025 12:35 PM

views 16

অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থবর্ষ ২০২৫ ফেলোশ্বিপ আৰম্ভ

■ অসম প্ৰকাশন পৰিষদে ৰাজ্যৰ সাহিত্য আৰু বৌদ্ধিক ক্ষেত্ৰৰ প্ৰসাৰ তথা প্ৰচাৰৰ উদ্দেশ্যে গ্ৰন্থবর্ষ ২০২৫ ফেলোশ্বিপ আৰম্ভ কৰিছে। অসমীয়া, বাংলা, বড়ো আৰু ৰাজ্যৰ আদিবাসী ভাষাসমূহৰ বচা বচা ২২টা বিষয়ত পাণ্ডুলিপি প্রস্তুত কৰিবলৈ লেখকসকলে এই জলপানিৰ বাবে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ অহা ৩১ জুলাই ধা...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।