আঞ্চলিক সংবাদ

August 23, 2025 8:11 PM

views 12

শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ নৱনিৰ্মিত শিশু আৰু মাতৃ সেৱা কোষ উদ্বোধন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

শিৱসাগৰ জিলা অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে আজি জয়সাগৰত থকা শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ নৱনিৰ্মিত শিশু আৰু মাতৃ সেৱা কোষ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত প্রায় ৭ কোটি টকা ব্যয়েৰে নিৰ্মিত মাতৃ আৰু শিশু সেৱা কোষ আনুষ্ঠানিকভাৱে মুকলি কৰি এই কোষৰ পৰা গৰ্ভৱতী মহিলাসকল উপ...

August 23, 2025 8:08 PM

views 6

কাছাৰ জিলা আয়ুক্ত কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ পর্যালোচনা বৈঠক

দুদিনীয়া ভ্ৰমণসূচীৰে শিলচৰলৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি কাছাৰ জিলা আয়ুক্ত কাৰ্যালয়ত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হৈছে। বৈঠকত বিশেষকৈ বৰাক উপত্যকাৰ গুৰুত্বপূৰ্ণ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হৈছে। ৰাজ্যপালগৰাকীয়ে কাইলৈ পুৱা ৯.৩০ বজ...

August 23, 2025 8:07 PM

views 13

ৰাজ্যৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন

সমগ্র দেশতে আজি দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰা হয়। ২০২৩ চনৰ ২৩ আগষ্টত চন্দ্ৰযান-৩ অভিযানৰ বিক্ৰম লেণ্ডাৰৰ সফল অৱতৰণ আৰু চন্দ্ৰত প্ৰজ্ঞান ৰ'ভাৰ সফলভাৱে স্থাপনক সুঁৱৰি এই দিৱস উদযাপন কৰা হয়। দেশৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথ জিলাৰ বিহালী স্নাতক মহাবিদ্যালয়ত পঞ্চম অসম বেটেলিয়নৰ এন চি...

August 23, 2025 8:05 PM

views 16

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৪গৰাকী গৱেষকৰ উদ্ভিদৰ পৰা চিকিৎসাত ব্যৱহৃত সামগ্ৰী প্ৰস্তুত কৰি ভাৰতীয় পেটেণ্ট কাৰ্যালয়ৰ পৰা অনুমোদন লাভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাৰিগৰাকী গৱেষকে মেদ বহুলতা আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন জটিলতাৰ সমাধানৰ বাবে বিভিন্ন উদ্ভিদৰ পৰা চিকিৎসাত ব্যৱহৃত সামগ্ৰী প্ৰস্তুত কৰি ভাৰতীয় পেটেণ্ট কাৰ্যালয়ৰ পৰা অনুমোদন লাভ কৰিছে। গবেষক ড° মানস দাস, প্রীতিমণি দাস, ড° প্ৰাঞ্জন বৰ্মন আৰু ড° নৱ কুমাৰ হাজৰিকাই এই পেটেণ্টৰ ...

August 23, 2025 7:02 PM

views 14

তেজপুৰ বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা বিভাগৰ শিক্ষক দিৱসৰ প্ৰস্তুতি

ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা বিভাগে অহা ৫ ছেপ্তেম্বৰত ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত শিক্ষক দিৱসৰ প্ৰস্তুতি চলাইছে। এই সন্দৰ্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে যোৱানিশা দুয়োটা বিভাগৰে শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনা কৰি পৰিকল্পনা প্রস্তুত কৰ...

August 23, 2025 7:00 PM

views 8

ওদালগুৰি জিলা সাহিত্য সভাৰ উদ্যোগত নাট্যকাৰ, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ স্মৃতিত বক্তৃতানুষ্ঠানত

ওদালগুৰি জিলা সাহিত্য সভাৰ উদ্যোগত প্ৰেছিডেন্সি ছিনিয়ৰ চেকেণ্ডাৰী স্কুলত, বিদ্যালয়খনৰ সহযোগত অসমৰ সদ্যপ্রয়াত নাট্যকাৰ, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ স্মৃতিত এখন বক্তৃতা অনুষ্ঠান আয়োজিত হয়। বক্তৃতানুষ্ঠানটোত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জয়ন্ত কুমাৰ চক্ৰৱৰ্তী সমল ব্যক্তি হিচাপে ভাগ লৈ অসম স...

August 23, 2025 6:59 PM

views 7

বিশ্বনাথ জিলাৰ গহপুৰত ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৰ নিৰ্বাচনী প্ৰচাৰ

ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে আজি সমাগত বড়োলেণ্ড পৰিষদীয় নির্বাচন উপলক্ষে বিশ্বনাথ জিলাৰ গহপুৰত নিৰ্বাচনী প্ৰচাৰ চলায়। বড়োলেণ্ড পৰিষদীয় অঞ্চলৰ সীমা পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত এইবাৰ গহপুৰৰ এটা অঞ্চলো বিটিআৰৰ অন্তৰ্গত হৈছে। বিশ্বনাথৰ গহপুৰলৈ বিটিআৰ সম্প্ৰসাৰিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে গহপুৰৰ ব...

August 23, 2025 6:43 PM

views 29

জাগীৰোডত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ মহিলাক ১০ হাজাৰ টকাৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জাগীৰোডত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ৩৭ হাজাৰতকৈ অধিক মহিলাক ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰে। এই উপলক্ষে মৰিগাঁৱৰ জাগীভকত গাঁৱত আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, যে মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ ৩৮ হাজাৰ উদ্যমী মহি...

August 23, 2025 6:40 PM

views 24

মায়ঙৰ ভকতগাঁৱত জাগীৰোড সমজিলা আয়ুক্ত কাৰ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মায়ঙৰ ভকতগাঁৱত জাগীৰোড সমজিলা আয়ুক্ত কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পই প্রশাসনিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ উপৰি জনসাধাৰণে কম সময়ৰ ভিতৰত উপযুক্ত সেৱা লাভ কৰাটো নিশ্চিত কৰিব বুলি আশা কৰা হৈছে। ড০ শৰ্মাই আজি জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্রকল্পস্থলী...

August 23, 2025 6:36 PM

views 14

উৰিয়ামঘাটৰ বিদ্যাপুৰত অসম-নাগালেণ্ড চৰকাৰৰ বৈঠক, উচ্ছেদিত স্থান-গছপুলি ৰোপণ কাৰ্যসূচী নিৰীক্ষণ

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ শেহতীয়াকৈ উচ্ছেদ অভিযান চলোৱা বিদ্যাপুৰত আজি অসম আৰু নাগালেণ্ড চৰকাৰে এখন বৈঠকত মিলিত হয়। দুয়োখন ৰাজ্যৰ জনপ্ৰতিনিধি তথা প্ৰশাসনিক বিষয়াসকলে উচ্ছেদিত স্থান আৰু গছপুলি ৰোপণ কাৰ্যসূচী নিৰীক্ষণ কৰে। নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী ৱাই পাটুন, ভাণ্ডাৰী সমষ্টিৰ বিধায়ক আছ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।