July 25, 2025 1:02 PM July 25, 2025 1:02 PM
6
আকাশবাণীৰ সঞ্চালকপ্ৰধান ড0 প্ৰজ্ঞা পালিৱাল গৌড়ে কাইলৈ গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰিব
আকাশবাণীৰ সঞ্চালকপ্ৰধান ড0 প্ৰজ্ঞা পালিৱাল গৌড় আজি বিয়লি গুৱাহাটীলৈ আহিব আৰু কাইলৈ তেওঁ গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰিব। সঞ্চালকপ্ৰধানগৰাকীয়ে কালি শ্বিলঙত মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰে। আকাশবাণীৰ শ্বিলং, তুৰা, জোঁৱাই আৰু নংষ্টইন কেন্দ্ৰৰ বিষয...