আঞ্চলিক সংবাদ

July 30, 2025 8:27 PM July 30, 2025 8:27 PM

views 2

অহা ১ আগষ্টৰ পৰা হ’বলগীয়া বিদ্যালয়ৰ পাঠদান সন্দৰ্ভত সমগ্র শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা জাৰি

ৰাজ্যত অব্যাহত থকা গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰীষ্ম বন্ধৰ পাছত অহা ১ আগষ্টৰ পৰা হ'বলগীয়া বিদ্যালয়ৰ পাঠদান সন্দৰ্ভত সমগ্র শিক্ষা বিভাগে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সৈতে হোৱা বৈঠকৰ পাছত সমগ্ৰ শিক্ষাৰ কামৰূপ মহানগৰ জিলাৰ মিছন সমন্বয়কে এটা নিৰ্দেশনাযোগে জিলাখনৰ বি...

July 30, 2025 8:23 PM July 30, 2025 8:23 PM

views 3

অঞ্জনমণি কলিতা, ৰাজেশ মজুমদাৰ, প্ৰাঞ্জল দাস আৰু সঞ্জীৱ কুমাৰ শৰ্মাৰ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্রহণ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অঞ্জনমণি কলিতা আৰু ৰাজেশ মজুমদাৰ, ন্যায়িক বিষয়া প্ৰাঞ্জল দাস আৰু সঞ্জীৱ কুমাৰ শৰ্মাই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্রহণ কৰে। মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে উচ্চ ন্যায়ালয়ৰ নতুন ভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেও...

July 30, 2025 8:21 PM July 30, 2025 8:21 PM

views 2

ছামিউল হকৰ মৃত্যু সন্দৰ্ভত অভিনেত্রী নন্দিনী কাশ্যপক আজি আৰক্ষীৰ গ্ৰেপ্তাৰ

গুৱাহাটীৰ ওদালবাক্ৰাত সংঘটিত পথ দুৰ্ঘটনাত ছামিউল হক নামৰ ছাত্ৰজনৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত অভিনেত্রী নন্দিনী কাশ্যপক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আজি পাণবজাৰত অনুষ্ঠিত এখন সংবাদমেলত উপ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই অভিযুক্ত অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ কথা আনুষ্ঠানিকভাৱে সদৰি কৰে। তেওঁ পথ দু...

July 30, 2025 8:19 PM July 30, 2025 8:19 PM

views 8

উৰিয়ামঘাটৰ এক নম্বৰ পিঠাঘাট আৰু ২ নম্বৰ পিঠাঘাট অঞ্চলত আজি পুনৰ উচ্ছেদ অভিযান

জিলা প্ৰশাসন আৰু বন বিভাগে গোলাঘাট জিলাৰ ৰেংমা বনাঞ্চলৰ উৰিয়ামঘাটৰ এক নম্বৰ পিঠাঘাট আৰু ২ নম্বৰ পিঠাঘাট অঞ্চলত আজি পুনৰ উচ্ছেদ অভিযান চলায়। অভিযানকালত প্ৰায় দুশটা ঘৰ উচ্ছেদ কৰা হয়। ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এন কে যাদৱৰ নেতৃত্বত এই অভিযান সম্পন্ন কৰা হয়। কেইবাটাও পৰ্যায়ত চলিবলগীয়া এই অভিয...

July 30, 2025 1:33 PM July 30, 2025 1:33 PM

views 4

খৰাংসদৃশ পৰিস্থিতিৰ বহাবে মুখ্য সচিব ড০ ৰবি কোটাৰ কেইবাটাও বিভাগলৈ নিৰ্দেশনা জাৰি

ৰাজ্যত চলিত বৰ্ষত হোৱা খৰাংসদৃশ পৰিস্থিতিৰ পৰা কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে মুখ্য সচিব ড০ ৰবি কোটাই কেইবাটাও বিভাগলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। মুখ্য সচিবগৰাকীয়ে সকলো জিলাৰ আয়ুক্তক তাৎক্ষণিকভাৱে জলসিঞ্চন আঁচনিসমূহৰ কাৰ্যক্ষমতা পর্যালোচনা কৰিবলৈ নিৰ্দেশ দিছে। বিশেষকৈ ক্ষতিগ্রস্ত অঞ্চলসমূহ...

July 30, 2025 1:29 PM July 30, 2025 1:29 PM

views 3

১ আগষ্টৰ পৰা হ’বলগীয়া বিদ্যালয়ৰ পাঠদান সন্দৰ্ভত সমগ্র শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা জাৰি

ৰাজ্যত অব্যাহত থকা গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰীষ্ম বন্ধৰ পাছত অহা ১ আগষ্টৰ পৰা হ'বলগীয়া বিদ্যালয়ৰ পাঠদান সন্দৰ্ভত সমগ্র শিক্ষা বিভাগে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সৈতে হোৱা বৈঠকৰ পাছত সমগ্ৰ শিক্ষাৰ কামৰূপ মহানগৰ জিলাৰ মিছন সমন্বয়কে এটা নিৰ্দেশনাযোগে জিলাখনৰ বি...

July 30, 2025 1:26 PM July 30, 2025 1:26 PM

views 9

২০ আগষ্টৰ ভিতৰত ৰূপৰেখাসহ শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বন বিভাগক নিৰ্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে সোণাই-ৰূপাই বন্যপ্রাণী অভয়াৰণ্য অবৈধ দখলমুক্ত কৰাৰ বাবে ২০ আগষ্টৰ ভিতৰত ৰূপৰেখা সহ শপতনামা দাখিল কৰিবলৈ বন বিভাগক নিৰ্দেশ দিছে। ন্যায়ালয়ে কালি বিভাগটোক আদালতত দাখিল কৰিবলগীয়া শপতনামাৰ বিষয়ে প্রশ্ন উত্থাপন কৰে। কালি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্য...

July 30, 2025 12:39 PM July 30, 2025 12:39 PM

views 4

উৰিয়ামঘাটত উচ্ছেদ অভিযান সাময়িকভাৱে বন্ধৰ নির্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান সাময়িকভাৱে বন্ধ ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশ দিছে। ন্যায়াধীশ এছ কে মেধিৰ আদালতে কালি উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশৰ প্ৰতি লক্ষ্য ৰাখি ৭ আগষ্ট পর্যন্ত উচ্ছেদ অভিযান নচলাবলৈ নিৰ্দেশ কৰে। উল্লেখযোগ...

July 29, 2025 10:46 PM July 29, 2025 10:46 PM

views 4

মানকাচৰৰ হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে মন্ত্ৰী প্ৰশান্ত ফুকনৰ পর্যালোচনা বৈঠক

শক্তি আৰু দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনে আজি মানকাচৰৰ হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মুৰববী বিষয়াৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। অহা ১৫ আগষ্টৰ ভিতৰত জিলাখনৰ উন্নয়নক লৈ আৰু কেইবাগৰাকী মন্ত্ৰীয়ে মানকাচৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল ক...

July 29, 2025 10:41 PM July 29, 2025 10:41 PM

views 15

কলিয়াবৰৰ হাতীমূৰা জলসিঞ্চন আঁচনি পৰিদৰ্শন জলসিঞ্চন মন্ত্রী অশোক সিংহালৰ

জলসিঞ্চন মন্ত্রী অশোক সিংহালে আজি কলিয়াবৰৰ হাতীমূৰা জলসিঞ্চন আঁচনি পৰিদৰ্শন কৰে। এই আঁচনিৰ জৰিয়তে খৰালি কালত কৃষি ভূমিলৈ পানী দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। এই প্ৰকল্পটো পুনৰনিৰ্মাণ কৰাৰ বাবে ইতিমধ্যে ধন আবণ্টন দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে। এই পৰিদৰ্শন কালত স্থানীয় বিধায়ক তথা...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।