আঞ্চলিক সংবাদ

January 11, 2026 12:27 PM

views 12

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ কমিটীৰ মাজুলীত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ কাম-কাজৰ অগ্রগতিৰ পর্যালোচনা

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ কমিটীৰ এটা চাৰিজনীয়া দলে কালি মাজুলীত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ কাম-কাজৰ অগ্রগতিৰ পর্যালোচনা কৰে। সমিতিৰ অধ্যক্ষ, বিধায়ক নুৰুল হুদাৰ নেতৃত্বৰ এই দলটোত বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, ভবেন্দ্র নাথ ভৰালী আৰু আব্দুৰ ৰছিদ মণ্ডলো আছিল। এই ভ্রমণ কালত দলটোৱে মাজুলীৰ জিলা স...

January 11, 2026 12:23 PM

views 47

ৰাজ্যৰ বিভিন্ন প্রান্তত মাঘ বিহুৰ উৰুকাৰ ব্যাপক প্রস্তুতি

মাঘ বিহুৰ উৰুকালৈ মাজত এটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্রান্তত উৰুকাৰ বাবে ব্যাপক প্রস্তুতি চলিছে। গুৱাহাটী মহানগৰীকে ধৰি বাজ্যৰ বিভিন্ন প্রান্তৰ বজাৰসমূহ বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আর্হিৰে আটকধুনীয়া ভেলাঘৰ ...

January 11, 2026 12:15 PM

views 21

বিশ্ব ঐতিহ্যক্ষেত্র চৰাইদেউ মৈদাম ক্ষেত্রত অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ আজি সামৰণি

বিশ্ব ঐতিহ্যক্ষেত্র চৰাইদেউ মৈদাম ক্ষেত্রত পর্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ আজি সামৰণি পৰিব। এই মহোৎসৱ উপলক্ষে অঞ্চলটোত বহু দেশী-বিদেশী পর্যটকৰ সমাগম হৈছে। কালি দ্বিতীয় দিনা প্রতিকী ৰূপত স্বৰ্গদেউৰ শোভাযাত্রা আৰু ৰাজ...

January 11, 2026 12:09 PM

views 8

বিজেপি আৰু ইয়াৰ মিত্র দলসমূহে এপ্রিলত খালী হ’বলগীয়া অসমৰ তিনিখন ৰাজ্যসভা আসনৰ আটাইকেইখনতে প্রতিদ্বন্দ্বিতা আগবঢ়াব

শাসনাধিষ্ঠিত বিজেপি আৰু ইয়াৰ মিত্র দলসমূহে অহা এপ্রিলত খালী হ'বলগীয়া অসমৰ তিনিখন ৰাজ্যসভা আসনৰ আটাইকেইখনতে প্রতিদ্বন্দ্বিতা আগবঢ়াব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি এই কথা ঘোষণা কৰে। তেওঁ লগতে খালী হ'বলগীয়া তিনিখন আসনৰ ভিতৰত দুখনত জয় নিশ্চিত বুলি আৰু তৃতীয়খন আসনো বিজেপি আৰু মিত্রদলে লাভ কৰা...

January 11, 2026 12:03 PM

views 9

ৰাজ্যত সদ্য নিযুক্তিপ্রাপ্ত প্রার্থীসকলক কোনো কাৰণতে দুর্নীতিৰ আশ্রয় নলবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ আহ্বান

ৰাজ্যত সদ্য নিযুক্তিপ্রাপ্ত প্রার্থীসকলক কোনো কাৰণতে দুর্নীতিৰ আশ্রয় নলবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আহ্বান জনাইছে। সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত কালি অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষা-এ.ডি.আৰ.ইত উত্তীর্ণ তৃতীয় বর্গৰ ৬৩৪৭ গৰাকী প্রার্থীৰ মাজত নিযুক্তি পত্র বিতৰণ কৰি মুখ্যমন্ত...

January 11, 2026 11:58 AM

views 11

নৌ চলাচল বৃদ্ধিৰ উদ্দেশ্যে ব্রহ্মপুত্রক কেন্দ্র কৰি বগীবিল, শিলঘাট, পাণ্ডু আৰু বিশ্বনাথ ঘাটত চাৰিটা নতুন আলোকস্তম্ভ নির্মাণ কৰা হ’ব বুলি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ প্রকাশ

অসমত অভ্যন্তৰীণ জলপথত নৌ চলাচল বৃদ্ধিৰ উদ্দেশ্যে ব্রহ্মপুত্রক কেন্দ্র কৰি বগীবিল, শিলঘাট, পাণ্ডু আৰু বিশ্বনাথ ঘাটত চাৰিটা নতুন আলোকস্তম্ভ নির্মাণ কৰা হ'ব বুলি কেন্দ্রীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে প্রকাশ কৰিছে। বিশাখাপটনমত অনুষ্ঠিত ভাৰতীয় আলোকস্তম্ভ মহোৎসৱত অংশগ্রহণ কৰি কা...

January 10, 2026 7:15 PM

views 20

৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া পথ দুর্ঘটনাত ৩ জন লোক গুৰুতৰভাৱে আহত

ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া পথ দুর্ঘটনাত ৩ জন লোক গুৰুতৰভাৱে আহত হৈছে। ইয়াৰে এজন লোকক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হয়। বর্তমানলৈকে দুর্ঘটনাত পতিত লোকসকলৰ পৰিচয় জানিব পৰা হোৱা নাই। প্রত্যক্ষ দর্শীয়ে জনোৱা অনুসৰি দুখন মটৰ চাইকেলৰ মাজত ...

January 10, 2026 7:14 PM

views 9

চৰাইদেউ মহোৎসৱ উপলক্ষে প্রতিকী ৰূপত স্বৰ্গদেউ শোভাযাত্ৰা আৰু ৰাজসভাৰ আয়োজন

বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পর্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত কালিৰে পৰা তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ আজি দ্বিতীয় দিনা প্রতিকী ৰূপত স্বৰ্গদেউৰ শোভাযাত্ৰা আৰু ৰাজসভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আয়োজিত এই মহোৎসৱৰ আজি ...

January 10, 2026 7:12 PM

views 17

দুদিনীয়া ভ্রমণসূচীৰে অহা ১৭ জানুৱাৰীত প্রধানমন্ত্রীৰ অসম ভ্ৰমণ

 প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী অহা ১৭ জানুৱাৰীত দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। ১৭ জানুৱাৰীৰ বিয়লি প্রধানমন্ত্রীয়ে গুৱাহাটীত প্রায় ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। প্রধানমন্ত্রীয়ে সেই দিনাই গুৱাহাটীত কামাখ্যা আৰু কলকাতাৰ মাজত চলিবলগীয়া বন্দে ভাৰত শ্লিপাৰ ৰে'লগাড়ীখনৰ যাত...

January 10, 2026 7:07 PM

views 10

অস্মিতা খেলো ইণ্ডিয়া ৰাষ্ট্ৰীয় মহিলা ভাৰোত্তোলন লীগত অসমৰ দুটা সোণ আৰু এটা ব্ৰঞ্জৰ পদক অর্জন

উত্তৰ প্ৰদেশৰ মোদী নগৰত অনুষ্ঠিত অস্মিতা খেলো ইণ্ডিয়া ৰাষ্ট্ৰীয় মহিলা ভাৰোত্তোলন লীগত অসমে আজি দুটা সোণ আৰু এটা ব্ৰঞ্জৰ পদক অর্জন কৰিছে। অসমৰ হৈ পৰিস্মিতা গগৈ আৰু আইচেংফা গগৈয়ে সোণৰ পদক অৰ্জনৰ লগতে ৰিয়াৰাণী বড়োৱে ব্ৰঞ্জৰ পদক দখল কৰে। পৰিস্মিতাই ৪৪ কিলোগ্রাম আৰু আইচেংফাই ৮১ কিলোগ্রাম শাখাত সোণৰ পদক ল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।