ৰাষ্ট্ৰীয়

August 7, 2024 7:24 PM

views 28

ঢাকাত থকা ভাৰতৰ উচ্চ আয়োগে দেশখনত বসবাস কৰা ভাৰতীয়সকলৰ বাবে জৰুৰী পৰামৰ্শ জাৰি

প্রতিবেশী ৰাষ্ট্র বাংলাদেশত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ঢাকাত থকা ভাৰতৰ উচ্চ আয়োগে দেশখনত বসবাস কৰা ভাৰতীয়সকলৰ বাবে জৰুৰী পৰামৰ্শ জাৰি কৰিছে। আয়োগে দেশখনৰ ঘটনাৰাজিৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সম্প্ৰদায়ৰ সদস্য আৰু ছাত্ৰ-ছাত্ৰীসকলক স্থানীয় অঞ্চলসমূহ ভ্ৰমণ কৰাৰ পৰা বিৰত থকাৰ লগতে নিজ...

August 7, 2024 7:17 PM

views 31

পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত অযোগ্য ঘোষণা

ভাৰতৰ বাবে দুৰ্ভাগ্যজনকভাৱে বিবেচিত এটা ঘটনাত পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আজি হ'বলগীয়া ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল প্রতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে। অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰা দেশৰ এইগৰাকী মহিলা মল্লযো...

August 7, 2024 12:50 PM

views 20

সাধাৰণ নাগৰিকৰ বাবে বাবে খোলা থাকিব ৰাষ্ট্ৰপতি ভৱনত থকা অমৃত উদ্যান

ৰাষ্ট্ৰপতি ভৱনত থকা অমৃত উদ্যান এইমাহৰ ১৬ তাৰিখৰ পৰা অহা মাহৰ ১৫ তাৰিখলৈকে সাধাৰণ নাগৰিকৰ বাবে খোলা থাকিব। ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে ১৪ আগষ্টত অমৃত উদ্যানৰ এইবাৰৰ গ্ৰীষ্মকালীন সংস্কৰণৰ মুকলি অনুষ্ঠানত আনুষ্ঠানিকভাৱে উপস্থিত কৰিব। প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উপলক্ষে ২৯ আগষ্টত খেলুৱৈসকলৰ ...

August 7, 2024 12:48 PM

views 30

ভাৰতীয় নাগৰিকসকলক লিবিয়া ভ্রমণ নকৰিবলৈ পৰামৰ্শ প্ৰদান বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ

বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকসকলক বিশেষ প্রয়োজন নাথাকিলে লিবিয়া ভ্রমণ নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে ২০১৬চনৰ ২৩মেত মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকসকলৰ লিবিয়া ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰিছিল। লিবিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয়সকলক এই আহ্বান জনোৱা হৈছে। লিবিয়...

August 7, 2024 12:46 PM

views 23

চি এছ চেট্টীক ভাৰতীয় ষ্টেট বেংকৰ অধ্যক্ষ হিচাপে নিযুক্তি

চৰকাৰে চি এছ চেট্টীক ভাৰতীয় ষ্টেট বেংকৰ অধ্যক্ষ হিচাপে তিনি বছৰৰ বাবে নিযুক্তি দিছে। শ্রী চেট্টী বর্তমান বেংকটোৰ আটাইতকৈ জ্যেষ্ঠ প্ৰৱন্ধ নির্দেশক হিচাপে কৰ্মৰত হৈ আছে। বৰ্তমানৰ অধ্যক্ষ দীনেশ কুমাৰ খেৰাৰ ঠাইত ২৮ আগষ্টত নতুন অধ্যক্ষ হিচাপে চি এছ চেট্টীয়ে দায়িত্ব গ্রহণ কৰিব।

August 7, 2024 12:41 PM

views 22

ভাৰতে কূটনৈতিক মিছনৰ জৰিয়তে বাংলাদেশত থকা ভাৰতীয় নাগৰিকসকলৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আহিছে বুলি ডº এছ জয়শংকৰৰ প্ৰকাশ

বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ মাজতে ভাৰতে কূটনৈতিক মিছনৰ জৰিয়তে দেশখনত থকা ভাৰতীয় নাগৰিকসকলৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আহিছে। বিদেশ মন্ত্ৰী ডº এছ জয়শংকৰে কালি সংসদৰ উভয় সদনত নিজাববীয়াকৈ বিবৃতি দি কয় যে সম্প্ৰতি ৯ হাজাৰ শিক্ষাৰ্থীসহ প্রায় ১৯ হাজাৰ ভাৰতীয় নাগৰিক বাংলাদেশত আছে। তেওঁ কয় যে, ঢাক...

August 7, 2024 12:38 PM

views 32

খেতিয়কসকলক হ্রস্বকালীন ঋণ প্ৰদান কৰিবলৈ বেংকসমূহক নিৰ্দেশ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ

ভাৰতীয় ৰিজাৰ্ভ বেংক, আৰ বি আয়ে কেন্দ্ৰীয় চৰকাৰৰ সংশোধিত সুদ সাহায্য যোজনা অব্যাহত ৰখাৰ সিদ্ধান্তলৈ চাই বেংকসমূহক হ্রস্বকালীন শস্য ঋণ আৰু পশুপালন, দুগ্ধ উৎপাদন, মৎস্য পালন, মৌ পালনৰ দৰে আনুষঙ্গিক কাম-কাজৰ বাবে কম হাৰত হ্ৰস্বকালীন ঋণ প্ৰদান কৰিবলৈ কৈছে। এই আঁচনিৰ অধীনত খেতিয়কসকলক ৭ শতাংশ সুদৰ হাৰত...

August 7, 2024 12:34 PM

views 30

নতুন দিল্লীত আজি দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন

নতুন দিল্লীত আজি দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হ'ব। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে হস্ততাঁত খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে শিল্পীসকলক সন্ত কবীৰ বটাঁ আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে 'পৰম্পৰা-ভাৰতীয় হস্ততাঁত পৰম্পৰাৰ বহনক্ষমতা' শীর্ষক এখন গ্রন্থও উন্মোচন কৰিব। কেন্দ্ৰ...

August 6, 2024 9:10 PM

views 26

হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেল্কি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈও মন্ত...

August 6, 2024 8:36 PM

views 24

সম্প্রতি ৯ হাজাৰ শিক্ষাৰ্থীসহ প্রায় ১৯ হাজাৰ ভাৰতীয় নাগৰিক বাংলাদেশত আছেঃ বিদেশ মন্ত্ৰী জয়শংকৰ

ভাৰতে বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ মাজতে কূটনৈতিক মিছনৰ জৰিয়তে দেশখনত থকা ভাৰতীয় নাগৰিকসকলৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আহিছে। বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে আজি সংসদৰ উভয় সদনত নিজাববীয়াকৈ বিবৃতি দি কয় যে সম্প্রতি ৯ হাজাৰ শিক্ষাৰ্থীসহ প্রায় ১৯ হাজাৰ ভাৰতীয় নাগৰিক বাংলাদেশত আছে। তেওঁ কয় যে, ঢাকা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।