ৰাষ্ট্ৰীয়

July 15, 2024 10:33 AM July 15, 2024 10:33 AM

views 8

অমৰনাথ গুহা দর্শনৰ বাবে যাত্ৰীনিৱাস শিৱিৰৰ পৰা ৪,৮৭৫ গৰাকী তীর্থযাত্ৰীৰ দল কাশ্মীৰ উপত্যকা অভিমুখে যাত্ৰা

● পৱিত্ৰ অমৰনাথ গুহাৰ বাবে জন্মৰ ভগৱতী নগৰ যাত্ৰীনিৱাস শিৱিৰৰ পৰা ৪,৮৭৫ গৰাকী তীর্থযাত্ৰীৰ আন এটি দলে কাশ্মীৰ উপত্যকা অভিমুখে যাত্ৰা কৰিছে। আজি নিচেই পুৱা ১৬২ খন বাহনেৰে এই তীর্থযাত্ৰীৰ দলটো ৰাওনা হৈছে। এই দলটোত ৩ হাজাৰ ৪৬৪ গৰাকী পুৰুষ, এহেজাৰ ৩৩৩ গৰাকী মহিলা, ১৪টি শিশু, ৬৪ গৰাকী সাধু-সন্ত আছে। ইয়া...

July 15, 2024 10:38 AM July 15, 2024 10:38 AM

views 9

শ্ৰীনগৰ প’ল’ গ্রাউণ্ড ক্রীড়াক্ষেত্ৰ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মান্দাভিয়াৰ

● কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মান্দাভিয়াই কালি শ্ৰীনগৰ প'ল' গ্রাউণ্ড ক্রীড়াক্ষেত্ৰ পৰিদৰ্শন কৰে। ইয়াৰ পাছতেই শ্রীমান্দাভিয়াই চিনথেটিক টার্ফ পৰিদৰ্শন কৰি ১৭ বছৰ অনুৰ্ধৰ ভাৰতৰ ৰাষ্ট্ৰীয় দলৰ খেলুৱৈসকলৰ লগতে জম্মু-কাশ্মীৰ ক্ৰীড়া পৰিষদ, ফুটবল, স্কুল আৰু একাডেমীৰ প্ৰশিক্ষাৰ্থীস...

July 15, 2024 10:22 AM July 15, 2024 10:22 AM

views 11

ভুক্তভোগী পৰীক্ষাৰ্থীৰ বাবে Cuet-UGৰ পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা এন টি এৰ

■ এন টি এ অর্থাৎ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ভুক্তভোগী পৰীক্ষাৰ্থীৰ বাবে স্নাতক পৰ্যায়ত নামভৰ্তিৰ উমৈহতীয়া প্ৰৱেশ পৰীক্ষা Cuet-UGৰ পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে। এই পৰীক্ষা অহা ১৯ জুলাইত অনুষ্ঠিত হ'ব। সকলো ভুক্তভোগী পৰীক্ষাৰ্থীলৈ ই-মেইল যোগে এই খবৰ প্ৰেৰণ কৰা হৈছে। পৰীক্ষাৰ্থীসকলক প্ৰ...

July 15, 2024 9:47 AM July 15, 2024 9:47 AM

views 11

সামাজিক মাধ্যম এক্সত প্রধানমন্ত্ৰী মোদীৰ অনুগামীৰ সংখ্যা ১০ কোটি অতিক্ৰম

■ সামাজিক মাধ্যম এক্সত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুগামীৰ সংখ্যাই ১০ কোটি অতিক্ৰম কৰিছে। যোৱা তিনিটা বছৰত প্ৰধানমন্ত্ৰীৰ অনুগামীৰ সংখ্যা প্রায় ৩ কোটি বৃদ্ধি পাইছে। ইয়াৰ ফলত শ্রীমোদী এক্সত বিশ্বৰ সৰ্বাধিক অনুসৰণ কৰা নেতা হিচাপে পৰিগণিত হৈছে। অনুগামীৰ সংখ্যাৰ দিশৰ পৰা প্ৰধানমন্ত্রী মোদী ৩ কোটি ৪১...

July 14, 2024 8:48 PM July 14, 2024 8:48 PM

views 9

বিগত ১০ বছৰত ভাৰতৰ বিমান পৰিবহন খণ্ড গোলকীয়ভাৱে তৃতীয় স্থান উপনীত হৈছে: বিমান পৰিবহণ ৰাজ্য মন্ত্ৰী মুৰুলীধৰ মোহল

 বিমান পৰিবহণ ৰাজ্য মন্ত্ৰী মুৰুলীধৰ মোহলে আজি কয় যে, বিগত ১০ বছৰত ভাৰতৰ বিমান পৰিবহন খণ্ডত ব্যাপক প্ৰগতি সাধিত হোৱাৰ লগতে এই খণ্ড গোলকীয়ভাৱে তৃতীয় স্থান উপনীত হৈছে। পুনেৰ লহগাঁও বিমান বন্দৰত নৱনিৰ্মিত টার্মিনেল যাত্ৰীসকলৰ বাবে মুকলি কৰি আজি তেওঁ ভাষণ প্ৰসংগত এই কথা প্ৰকাশ কৰে। শ্ৰী মোহলে লগতে কয...

July 14, 2024 8:33 PM July 14, 2024 8:33 PM

views 4

ওড়িশাৰ পুৰীৰ ভগৱান জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ সকলো দ্বাৰ মুকলি

ওড়িশাৰ পুৰীৰ ভগৱান জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ সকলো দ্বাৰ আজি বিয়লি মুকলি কৰা হয়। এটা বিশেষ গোটে ৰত্ন ভাণ্ডাৰ মুকলি কৰে। উল্লেখযোগ্য যে ১৯৮৫ চনত অন্তিমবাৰৰ বাবে এই ভাণ্ডাৰ মুকলি কৰা হৈছিল । ৰাজ্য চৰকাৰে জাৰি কৰা মানসম্পন্ন পৰিচালনা বিধি অনুসৰি ৰত্ন ভাণ্ডাৰ মুকলি কৰা হয়। ৰত্ন ভাণ্ডাৰ মুকলি কৰাৰ...

July 14, 2024 8:28 PM July 14, 2024 8:28 PM

views 8

ইন্দোৰত মাতৃৰ নামত এজোপা গছ অভিযান মুকলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ইন্দোৰত মাতৃৰ নামত এজোপা গছ অভিযান আৰম্ভ কৰে। এই অভিযানৰ জৰিয়তে ইন্দোৰত একেদিনাই ১১ লাখ গছপুলি ৰোপণ কৰা হয়। এয়া হৈছে একেদিনাই একোটা অঞ্চলত গছপুলি ৰোপণৰ বিশ্ব অভিলেখ। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, ইন্দোৰ শেহতীয়াকৈ এখন সেউজ মহানগৰ হো...

July 14, 2024 6:48 PM July 14, 2024 6:48 PM

views 12

সাংসদ গৌৰৱ গগৈক লোকসভাত কংগ্রেছ সংসদীয় দলৰ উপ দলপতি হিচাপে নিযুক্তি

কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ ছোনীয়া গান্ধীয়ে লোকসভাত দলৰ উপ নেতা, মুখ্য হুইপ আৰু অন্য দুগৰাকী হুইপ নিযুক্তি সন্দৰ্ভত নিম্ন সদনৰ অধ্যক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। সেই অনুসৰি যোৰহাটৰ সাংসদ গৌৰৱ গগৈ পুনৰ লোকসভাত কংগ্রেছ সংসদীয় দলৰ উপ দলপতি হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে, কোদিকুমিল সুৰেশক মুখ্য হুইপ হি...

July 14, 2024 12:19 PM July 14, 2024 12:19 PM

views 53

২০ৰ পৰা ২৪ নৱেম্বৰলৈ গোৱাত ভাৰতৰ প্ৰথম বিশ্ব দৃশ্য শ্রাব্য মনোৰঞ্জন সন্মিলন

ভাৰতে অহা ২০ৰ পৰা ২৪ নৱেম্বৰলৈ গোৱাত প্ৰথম বিশ্ব দৃশ্য শ্রাব্য মনোৰঞ্জন সন্মিলন ৱেভছ আয়োজন কৰিব। দিল্লীত কালি গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে কয় যে, ভাৰত বিশ্বৰ সবাতোকৈ বৃহৎ চলচ্চিত্র নির্মাণকাৰী ৰাষ্ট্ৰসমূহৰ অন্যতম। তেওঁ কয় যে, ৱেভছ সন্মিলন দেশৰ মিডিয়া আৰু মনোৰঞ্জন উদ্যোগৰ ভৱিষ্যৎ গঢ় দিয়াৰ ...

July 14, 2024 12:15 PM July 14, 2024 12:15 PM

views 9

বিগত ৩-৪ বছৰত ৮ কোটি নতুন কর্ম সংস্থাপন সৃষ্টি হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বিগত ৩-৪ বছৰত ৮ কোটি নতুন কর্ম সংস্থাপন সৃষ্টি হৈছে আৰু ইয়াৰ ফলত কৰ্ম সংস্থাপনহীনতাৰ বিষয়ে অপপ্ৰচাৰ চলোৱাসকলৰ মুখ বন্ধ হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আইত কর্মসংস্থাপন সম্পর্কীয় এখন প্ৰতিবেদনৰ উদ্ধৃতি দি শ্রীমোদীয়ে কয় যে, দেশত দক্ষতা বিকাশ আৰু কৰ্মসংস্থা...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।