July 17, 2024 9:14 PM July 17, 2024 9:14 PM
7
মৰিছাছৰ প্ৰাক্তন প্রধানমন্ত্রীদ্বয় ড০ নবীন ৰামগুলাম আৰু পল বাৰেংগাৰক বিদেশমন্ত্ৰী ড০ এছ জয়শংকৰৰ সাক্ষাৎ
বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে তেওঁৰ মৰিছাছ ভ্ৰমণৰ অংশৰূপে আজি দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রীদ্বয় ড০ নবীন ৰামগুলাম আৰু পল বাৰেংগাৰক সাক্ষাৎ কৰে। ড০ ৰামগুলামক সাক্ষাৎ কৰাৰ পাছত শ্ৰীজয়শংকৰে কয় যে, তেওঁলোকে দীৰ্ঘদিনীয়া দ্বিপাক্ষিক অংশীদাৰিত্ব আৰু ইয়াৰ ব্যাপক সম্ভাৱনীয়তাৰ বিষয়ে আলোচনা কৰে। শ্ৰীপলৰ স...