ৰাষ্ট্ৰীয়

August 18, 2024 11:32 AM

views 62

প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে মুকলি কৰিব চেন্নাইত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ অত্যাধুনিক সামুদ্রিক উদ্ধাৰ সমন্বয় কেন্দ্ৰ

প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে আজি চেন্নাইত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ অত্যাধুনিক সামুদ্রিক উদ্ধাৰ সমন্বয় কেন্দ্ৰ মুকলি কৰিব। তেওঁ লগতে সামুদ্রিক প্ৰদূষণ নিয়ন্ত্রণ কেন্দ্ৰ আৰু পুডুচেৰীত উপকূলৰক্ষী বাহিনীৰ বায়ু বহিঃক্ষেত্র উদ্বোধন কৰিব। চেন্নাই বন্দৰৰ সামুদ্রিক প্ৰদূষণ নিয়ন্ত্ৰণ কেন্দ্ৰ, সমুদ্ৰৰ জ...

August 18, 2024 11:30 AM

views 154

প্ৰতিষেধকৰ জৰিয়তে ২০৩০ চনৰ ভিতৰত চবকা ৰোগ মুক্ত ভাৰতৰ লক্ষ্য

কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে কালি প্ৰতিষেধকৰ জৰিয়তে ২০৩০ চনৰ ভিতৰত চবকা ৰোগ মুক্ত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে বিভাগটোৱে লোৱা ব্যৱস্থাৰ পৰ্যালোচনা চলায় ৷ শ্রী সিঙে কয় যে পশুধন খণ্ড অকল ভাৰতীয় অৰ্থব্যৱস্থাৰ বাবেই নহয় বৰং খেতিয়কসকলৰ জীৱিকাৰ দিশৰ পৰাও গ...

August 18, 2024 11:21 AM

views 39

তৃতীয় ভইচ অব্ গ্লোবেল চাউথ শীৰ্ষ সন্মিলনত খাদ্য, স্বাস্থ্য আৰু শক্তি সুৰক্ষাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা হয়ঃ বিদেশমন্ত্ৰী  জয়শংকৰ

বিদেশমন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে, ভাৰতে ভার্চুৱেল ব্যৱস্থাৰে আয়োজন কৰা তৃতীয় ভইচ অব্ গ্লোবেল চাউথ শীৰ্ষ সন্মিলনত খাদ্য, স্বাস্থ্য আৰু শক্তি সুৰক্ষাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়লৈ আলোচনা হয়। সন্মিলনৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ড০ জয়শংকৰে ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ আৱশ্যকতাৰ কথা দোহাৰ...

August 18, 2024 11:16 AM

views 20

স্বাস্থ্য কৰ্মীৰ বিৰুদ্ধে সংঘটিত হিংসা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্রীয় আইন প্ৰণয়নৰ বাবে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি ভাৰতীয় চিকিৎসা সংস্থাৰ পত্ৰ প্ৰেৰণ

ভাৰতীয় চিকিৎসা সংস্থাই কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ঘটনা সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছে আৰু স্বাস্থ্য কৰ্মীৰ বিৰুদ্ধে সংঘটিত হিংসা নিয়ন্ত্ৰণ কৰাৰ বাবে এখন কেন্দ্রীয় আইন প্ৰণয়নৰ ক্ষেত্ৰত তেওঁৰ হস্তক্ষেপ বিচাৰিছে। চিকিৎসা সংস্থাই লগতে চিকিৎসালয়সমূহত বিমান বন্দৰৰ ...

August 17, 2024 8:06 PM

views 17

দেশত বৰ্তমানলৈকে মাংকিপক্সত আক্রান্ত কোনো ৰোগী চিনাক্ত হোৱা নাই বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ প্ৰকাশ

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে কৈছে যে দেশত বৰ্তমানলৈকে মাংকিপক্সত আক্রান্ত কোনো ৰোগী চিনাক্ত হোৱা নাই। বিশ্ব স্বাস্থ্য সংস্থাই মাংকিপক্সক আন্তৰাষ্ট্ৰীয় স্বাস্থ্যজনিত জৰুৰী অৱস্থাৰূপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি নতুন দিল্লীত আয়োজিত এখন বৈঠকত মাংকিপক্সৰ...

August 17, 2024 6:03 PM

views 35

২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতৰ বিকাশ আশা কৰাতকৈ অধিক হৈছে বুলি ডº গীতা গোপীনাথৰ প্ৰকাশ

আন্তর্জাতিক মুদ্ৰা নিধি, আই এম এফৰ প্ৰথমগৰাকী উপ-পৰিচালন সঞ্চালক ডº গীতা গোপীনাথে কৈছে যে, ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতৰ বিকাশ আশা কৰাতকৈ অধিক হৈছে। তেওঁ দৃঢ়তাৰে কয় যে ২০২৭ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হিচাপে পৰিগণিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। শ্রীমতী গোপীনাথে কয় যে, দেশখনে অনাগত ৫-৬ ...

August 17, 2024 5:58 PM

views 22

তিনিটা পৰ্যায়ত অহা ১৮ ছেপ্তেম্বৰৰ পৰা জম্মু-কাশ্মীৰৰ বিধানসভা নির্বাচন

জম্মু-কাশ্মীৰত বহু প্রতীক্ষিত বিধানসভা নির্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব। ইয়াৰ বাবে মনোনয়নপত্ৰ দাখিল প্রক্রিয়া ২০ আগষ্টত আৰম্ভ হ'ব। আনহাতে ৪ অক্টোবৰত ফলাফল ঘোষণা কৰা হ'ব। জম্মু-কাশ্মীৰ বিধানসভাত ৯০ খন আসন আছে। প্রথম পর্যায়ত ১৮ ছেপ্তেম্বৰত পুলৱামা, অনন্তনাগ, ছপিয়ান, কুলগাম, ৰামবান, কিছৱাৰ আৰ...

August 17, 2024 5:54 PM

views 24

অহা ২৫ আগষ্টত আকাশবাণীৰ যোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৩ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্...

August 17, 2024 8:11 PM

views 19

গ্লোবেল ছাউথৰ অন্তৰ্ভুক্ত দেশসমূহক পৰস্পৰৰ বাবে শক্তি হ’ব পৰাকৈ একেলগে থিয় দিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লোবেল ছাউথ ৰাষ্ট্ৰসমূহক পৰস্পৰ শক্তি হ'ব পৰাকৈ একেলগে সমস্বৰে থিয় দিবলৈ আহ্বান জনাইছে। তৃতীয় গ্লোবেল ছাউথ ভার্চুৱেল সন্মিলনত উদ্বোধনী ভাষণ দি প্রধানমন্ত্রীয়ে সাম্প্রতিক বিশ্বৰ অনিশ্চয়তা আৰু প্ৰত্যাহ্বান ভৰা বাতাবৰণক লৈ উদ্বেগ প্ৰকাশ কৰে। কোভিড-১৯ৰ প্ৰভাৱৰ পৰা বিশ...

August 17, 2024 10:54 AM

views 45

নতুন দিল্লীত আজি বিজেপিৰ ৰাষ্ট্ৰীয় ভাৰপ্ৰাপ্ত বিষয়ববীয়াসকলৰ বৈঠক

নতুন দিল্লীত আজি বিজেপিৰ ৰাষ্ট্ৰীয় ভাৰপ্ৰাপ্ত বিষয়ববীয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হ'ব। বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ সভাপতি জে পি নাড্ডাৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া বৈঠকত দলৰ সদস্যভর্তি অভিযান আৰু সাংগঠনিক নিৰ্বাচনৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।