ৰাষ্ট্ৰীয়

July 19, 2024 12:03 PM July 19, 2024 12:03 PM

views 5

আজিৰে পৰা অৰুণাচল প্রদেশ বিধানসভাৰ বাজেট অধিৱেশন

অৰুণাচল প্রদেশ বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হ'ব। পেমাখান্দু নেতৃত্বাধীন ৰাজ্য চৰকাৰখন পুনৰ ক্ষমতালৈ ঘূৰি অহা পাছত এইখনেই হ'ব চৰকাৰৰ প্ৰথমখন বাজেট। ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্রী চাওনা মাইনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰিব। অহা ২৪ জুলাইত তেওঁ এই বাজেট উত্থাপন কৰাৰ কথা আছে। এ...

July 19, 2024 12:01 PM July 19, 2024 12:01 PM

views 7

অমৰনাথ গুহা অভিমুখে আজি ৪,৮২১গৰাকী যাত্ৰীৰ এটা দলৰ যাত্ৰাৰম্ভ

অমৰনাথ তীর্থ যাত্ৰাৰ চাৰি হাজাৰ ৮২১ গৰাকী যাত্ৰীৰ আন এটা দলে জম্মুৰ ভাগৱতী নগৰ যাত্ৰী নিবাসৰ পৰা পৱিত্ৰ অমৰনাথ গুহা অভিমুখে যাত্ৰা কৰিছে। আজি পুৱা তীর্থ যাত্রীসকলে ১৫০ খন বাহনেৰে এই যাত্ৰা আৰম্ভ কৰে। এই দলটোত তিনি হাজাৰ ২৫৯ গৰাকী পুৰুষ, এহেজাৰ ৪৮২ গৰাকী মহিলা, ৮ টি শিশু, ৬৩ গৰাকী সাধু আৰু ৯ গৰাকী মহ...

July 19, 2024 12:00 PM July 19, 2024 12:00 PM

views 6

ভাৰতৰ ২০৩০ চনৰ ভিতৰত মূল্যৰ হিচাপত বৈদ্যুতিন উৎপাদনৰ ৫০ হাজাৰ কোটি ডলাৰ লাভৰ লক্ষ্য নিৰ্ধাৰণ

ভাৰতে ২০৩০ চনৰ ভিতৰত মূল্যৰ হিচাপত বৈদ্যুতিন উৎপাদনৰ ৫০ হাজাৰ কোটি ডলাৰ লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই অভিলাষী লক্ষ্যত সম্পূর্ণ সামগ্ৰী নিৰ্মাণৰ পৰা ৩৫০ বিনিয়ন ডলাৰ আৰু উপাদান নিৰ্মাণৰ পৰা ১৫০ বিলিয়ন ডলাৰ অন্তৰ্ভুক্ত কৰা হৈছে। কালি নতুন দিল্লীত নীতি আয়োগৰ ভাইচ চেয়াৰমেন সুমন বেৰীয়ে ইলেকট্রনি...

July 19, 2024 11:47 AM July 19, 2024 11:47 AM

views 10

চলিত বৰ্ষৰ মেডিকেল স্নাতক মহলাত প্ৰৱেশ পৰীক্ষাৰ ফলাফল চহৰ আৰু পৰীক্ষা কেন্দ্ৰ অনুসৰি ৱেবছাইটত প্ৰকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা

চলিত বৰ্ষৰ মেডিকেল স্নাতক মহলাত প্ৰৱেশ পৰীক্ষাৰ ফলাফল চহৰ আৰু পৰীক্ষা কেন্দ্ৰ অনুসৰি কাইলৈ দুপৰীয়া ১২ বজাৰ ভিতৰত ৱেবছাইটত প্ৰকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে। পৰীক্ষা অনুষ্ঠিত কৰা সংস্থা নেচনেল টেষ্টিং এজেন্সিক এই নিৰ্দেশ দিয়া হৈছে। পৰীক্ষাৰ্থীৰ পৰিচয় গোপনে ৰাখি এই ফলাফল ঘোষণা ক...

July 18, 2024 9:02 PM July 18, 2024 9:02 PM

views 10

বিশ্বৰ পাঁচটা সৰ্ববৃহৎ কয়লাখনিৰ ভিতৰত দুটা ভাৰতত অৱস্থিত

কয়লা মন্ত্ৰ্যালয়ে কৈছে যে বিশ্বৰ পাঁচটা সৰ্ববৃহৎ কয়লাখনিৰ ভিতৰত দুটা ভাৰতত অৱস্থিত। চত্তীছগড়স্থিত গেৱৰা আৰু কুচ্ছমুণ্ডা খনি বিশ্বৰ সৰ্ববৃহৎ কয়লাখনিৰ ভিতৰত দ্বিতীয় আৰু চতুর্থ স্থানত আছে। এই খনি দুটা ক'ল ইণ্ডিয়াৰ সহায়ক কোম্পানী ছাউথ ইষ্টার্ন ক'লফিল্ডছ লিমিটেডৰ। ৱৰ্ল্ড এটলাষ্ট ডট কমে এই তালিকা ...

July 18, 2024 9:01 PM July 18, 2024 9:01 PM

views 16

বাংলাদেশত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোক আৰু শিক্ষাৰ্থীসকলক ঘৰৰ ভিতৰতে থাকিবলৈ বিদেশ মন্ত্রালয়ৰ অনুৰোধ

বিদেশ মন্ত্রালয়ে বাংলাদেশত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোক আৰু শিক্ষাৰ্থীসকলক ঘৰৰ ভিতৰতে থাকিবলৈ কৈছে। বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঢাকাত থকা ভাৰতীয় উচ্চায়োগ আৰু সহকাৰী উচ্চায়োগে জৰুৰী পৰিস্থিতৰ সন্মুখীন হ'লে আৰু সহায়ৰ আৱশ্যক হ'লে উচ্চায়োগৰ জৰুৰীকালীন নম্বৰত ফোন কৰিবলৈ আহ্...

July 18, 2024 8:59 PM July 18, 2024 8:59 PM

views 18

বাংলাদেশত দেশজোৰা বন্ধৰ সময়ত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজৰ সংঘৰ্ষত কমেও ৪ জন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত

বাংলাদেশত দেশজোৰা বন্ধৰ সময়ত আজি আৰক্ষী আৰু সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰ বাবে দাবী জনোৱা প্ৰতিবাদকাৰীৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত কমেও ৪ জন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হয়। প্ৰতিবাদকাৰীসকলে নিজৰ দাবী মানি লোৱা উদ্দেশ্যে ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰাৰ লগতে ৰে'ল সেৱাত ব্যাঘাত জন্মায়। বাংলাদেশৰ আইন, ন্...

July 18, 2024 8:53 PM July 18, 2024 8:53 PM

views 13

নীট ইউ জিৰ সকলো শিক্ষাৰ্থীৰ ফলাফল প্রকাশ কৰিবলৈ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক উচ্চতম ন্যায়ালয়ৰ নির্দেশ

উচ্চতম ন্যায়ালয়ে শনিবাৰে দিনৰ ১২ বজা পর্যন্ত ৱেবচাইট যোগে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপন তথা প্ৰৱেশৰ পৰীক্ষা নীট ইউ জিৰ সকলো শিক্ষাৰ্থীৰ ফলাফল প্রকাশ কৰিবলৈ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক নির্দেশ দিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পার্...

July 18, 2024 7:50 PM July 18, 2024 7:50 PM

views 13

ৰাষ্ট্ৰপতি মুৰ্মুৰ কাৰ্যকালৰ প্ৰথম বছৰৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলন ‘উইংছ টু আৱাৰ হোপ্‌ছ’ গ্ৰন্থৰ প্ৰথম খণ্ড ৰাষ্ট্ৰপতি ভৱন চৌহদত উন্মোচন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ কাৰ্যকালৰ প্ৰথম বছৰৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলন উইংছ টু আৱাৰ হোপ্‌ছ গ্ৰন্থৰ প্ৰথম খণ্ড আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন চৌহদত উন্মোচন কৰা হয়। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই গ্ৰন্থখনৰ হিন্দী আৰু ইংৰাজী সংস্কৰণৰ লগতে ই-বুকখন মুকলি কৰে...

July 18, 2024 7:41 PM July 18, 2024 7:41 PM

views 30

উত্তৰ প্ৰদেশৰ গোণ্ডা ষ্টেচনৰ সমীপত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত, ২ জন নিহত

উত্তৰ প্ৰদেশৰ গোণ্ডা ষ্টেচনৰ সমীপত আজি ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হয়। ৰে'লৱেৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাৰ ফলত ৰে'লখনৰ ৬টা দবা পথচ্যুত হয়। দুর্ঘটনাত কমেও দুজন যাত্রী নিহত হোৱাৰ লগতে আন ২০ গৰাকী যাত্ৰী আহত হয়। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি লক্ষ্ণৌৰ পৰা যোৱা দলে উদ্ধাৰ অভিযান অ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।