ৰাষ্ট্ৰীয়

July 27, 2024 9:01 PM July 27, 2024 9:01 PM

views 7

কাইলৈ আকাশবাণীযোগে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণ সৈতে মত বিনিময় কৰিব। প্ৰতিমাহে প্ৰচাৰিত এই অনুষ্ঠানৰ এয়া হ'ব ১১২ সংখ্যক খণ্ড। আনহাতে একেৰাহে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত শ্ৰী মোদীৰ এয়া হ'ব মন কী বাতৰ দ্ব...

July 27, 2024 12:24 PM July 27, 2024 12:24 PM

views 4

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত নিটি আয়োগৰ নৱম পৰিচালন পৰিষদৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নিটি আয়োগৰ নৱম পৰিচালন পৰিষদৰ বৈঠক অনুষ্ঠিত । এইবাৰৰ বৈঠকৰ বিষয়বস্তু হৈছে "বিকশিত ভাৰত@২০৪৭’-ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব আৰোপ। নিটি আয়োগৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি এই বৈঠকৰ লক্ষ্য হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰ...

July 27, 2024 12:21 PM July 27, 2024 12:21 PM

views 6

পেৰিছ অলিম্পিকত অংশ লোৱা ভাৰতীয় খেলুৱৈৰ দলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা

পেৰিছ অলিম্পিক আৰম্ভ হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে, প্ৰতিজন খেলুৱৈ দেশৰ গৌৰৱ। পেৰিছ অলিম্পিকত প্ৰতিগৰাকী ভাৰতীয় খেলুৱৈ জিলিকি উঠিব আৰু তেওঁলোকৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে দেশবাসীক অনুপ্ৰাণিত কৰিব বুলি তেওঁ ...

July 27, 2024 12:19 PM July 27, 2024 12:19 PM

views 6

ৰাষ্ট্ৰপতি আৰু প্রাক্তন ৰাষ্ট্ৰপতিসকলৰ নিৰ্বাচিত উপহাৰ নিলামৰ বাবে ‘ই-উপহাৰ’ পৰ্টেল মুকলি

ৰাষ্ট্ৰপতি ভৱনে ই-উপহাৰ নামৰ অনলাইন পৰ্টেলৰ জৰিয়তে বিভিন্ন অনুষ্ঠানত ৰাষ্ট্ৰপতি আৰু প্রাক্তন ৰাষ্ট্ৰপতিসকলে লাভ কৰা নিৰ্বাচিত উপহাৰসমূহ নিলাম কৰিব। ৰাষ্ট্ৰপতি হিচাপে দুবছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে দ্রৌপদী মুৰ্মুৱে এই পৰ্টেল মুকলি কৰে । প্ৰথম পৰ্যায়ত প্রায় ২৫০ টা সুন্দৰ উপহাৰ নিলাম কৰা হ'ব। অহা মাহৰ...

July 27, 2024 12:18 PM July 27, 2024 12:18 PM

views 4

দেশৰ সশস্ত্র বাহিনীৰ সুবিধাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছেঃ জে পি নাড্ডা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্রকাশ নাড্ডাই কৈছে যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশৰ সশস্ত্র বাহিনীৰ সুবিধাৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ চৰকাৰ দেশৰ নিৰাপত্তাৰ বাবে উৎসর্গিত বুলিও তেওঁ প্ৰকাশ কৰে। কালি নতুন দিল্লীত কার্গিল বিজয় ৰজত জয়ন্তী সমাৰোহত উপ...

July 27, 2024 12:16 PM July 27, 2024 12:16 PM

views 6

দেশলৈ প্ৰতি বছৰে চিকিৎসাৰ উদ্দেশ্যে অহা বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি

প্ৰতি বছৰে চিকিৎসাৰ উদ্দেশ্যে দেশলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। ২০২০ বৰ্ষত এই উদ্দেশ্যে অহা পৰ্যটকৰ সংখ্যা ১৮৩গৰাকীৰ পৰা বৃদ্ধি হৈ ২০২৩ চনত এই সংখ্যা ৬৩৫ হয়গৈ। ৰাজ্যসভাত এটা লিখিত উত্তৰত পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে কয় যে, দেশত চিকিৎসাৰ সুবিধা ল'ব বিচৰাসকলৰ বাবে স্বাস্থ্য আৰু...

July 27, 2024 11:57 AM July 27, 2024 11:57 AM

views 8

নীট-ইউজিৰ চূড়ান্ত, পুনৰ সংশোধিত ফলাফল ঘোষণা

নেচনেল টেষ্টিং এজেন্সি (এন টি এ)য়ে কালি নীট-ইউজিৰ চূড়ান্ত, পুনৰ সংশোধিত ফলাফল ঘোষণা কৰে। ঘোষিত ফলাফল অনুসৰি ১৭ গৰাকী শিক্ষার্থীয়ে শীর্ষস্থান দখল কৰিছে। পৰীক্ষাত অৱতীৰ্ণ পৰিক্ষাৰ্থীসকলে এন টি এৰ অফিচিয়েল ৱেবছাইটত ফলাফল আৰু নম্বৰ চাব পাৰিব।

July 26, 2024 7:58 PM July 26, 2024 7:58 PM

views 14

ৰাজ্যসভাত আজি সাধাৰণ বাজেট ২০২৪-২৫ৰ ওপৰত পুনৰ আলোচনা আৰম্ভ

ৰাজ্যসভাত আজি সাধাৰণ বাজেট ২০২৪-২৫ৰ ওপৰত পুনৰ আলোচনা আৰম্ভ হয়। আলোচনাত অংশগ্রহণ কৰি ৱাই এছ আৰ চি পিৰ এছ নিৰঞ্জন ৰেড্ডীয়ে বাজেটখনক প্ৰশংসা কৰি কয় যে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেটত হ্রস্বম্যাদী জনপ্রিয়তাবাদী দৃষ্টিভংগীৰ পৰিৱৰ্তে মধ্যম আৰু দীৰ্ঘম্যাদী বিচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ দেশ...

July 26, 2024 6:48 PM July 26, 2024 6:48 PM

views 5

সমগ্র দেশতে আজি ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস পালন

সমগ্র দেশতে আজি ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। এই দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে সশস্ত্র বাহিনীক কৃতজ্ঞতা প্রকাশ কৰাৰ লগতে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভাৰতীয় সশস্ত্র বাহিনীৰ অসাধাৰণ শৌর্যক স্বীকাৰ কৰে। ১৯৯৯ চনত কাৰ্গিলৰ শিখ...

July 26, 2024 5:52 PM July 26, 2024 5:52 PM

views 5

জৱাহৰলাল নেহৰু বন্দৰত ভাৰতৰ প্ৰথমটো সংহত কৃষি ৰপ্তানি সুবিধা প্ৰদান

দেশৰ কৃষি ৰপ্তানি আৰু আমদানি সামর্থ শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে জৱাহৰলাল নেহৰু বন্দৰত ভাৰতৰ প্ৰথমটো সংহত কৃষি ৰপ্তানি সুবিধা প্ৰদান কৰা হ'ব। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২৮৪ কোটি টকাৰো অধিক মূল্যৰ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্বৰ পদ্ধতিত ৰপ্তানি-আমদানিসহ ঘৰুৱা কৃষি সামগ্ৰী ভিত্তি...