ৰাষ্ট্ৰীয়

August 30, 2024 7:09 PM

views 23

ৱাধৱন বন্দৰে দেশৰ উন্নয়নত অৰিহণা যোগাব বুলি প্ৰধানমন্ত্ৰীৰ মন্ত্যব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মহাৰাষ্ট্ৰৰ পালঘৰত নিৰ্মাণ হ'বলগীয়া ৱাধৱন বন্দৰ হৈছে এটা অতি গুৰুত্বপূৰ্ণ প্ৰকল্প। এই বন্দৰে দেশৰ উন্নয়নত অৰিহণা যোগাব বুলিও প্রধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বন্দৰৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে আজি উদ্বোধন হোৱা ...

August 29, 2024 8:54 PM

views 18

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মহাৰাষ্ট্ৰৰ মুম্বাই আৰু পালঘৰ ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মহাৰাষ্ট্ৰৰ মুম্বাই আৰু পালঘৰ ভ্ৰমণ কৰিব। মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনচন চেণ্টাৰত দিনৰ প্ৰায় ১১ বজাত শ্ৰী মোদীয়ে গ্লোবেল ফিনটেক সমাৰোহক সম্বোধন কৰিব। দিনৰ দ্বিতীয়ার্ধত তেওঁ পালঘৰৰ চিডকো গ্রাউণ্ডত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। প্...

August 29, 2024 8:53 PM

views 15

জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অৰ্ধসামৰিক বাহিনীৰ ৩০০টা অতিৰিক্ত কোম্পানী মোতায়েন কৰা হ’ব

কেন্দ্রীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত অহা ১৮ ছেপ্তেম্বৰৰ পৰা হ'বলগীয়া তিনিটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত অৰ্ধসামৰিক বাহিনীৰ ৩০০টা অতিৰিক্ত কোম্পানী মোতায়েন কৰা হ'ব। অৰ্ধসামৰিক বাহিনী চি আৰ পি এফ, বি এছ এফ, এছ এছ বি আৰু আই টি বি পিৰ দলসমূহক জম্মু অঞ্চলৰ বিধানসভা নির্বাচন সুকল...

August 29, 2024 8:52 PM

views 11

নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্রী কীর্তিবৰ্ধন সিঙৰ ASSOCHAM পৰিৱেশ আৰু কাৰ্বন সন্মিলন উদ্বোধন

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ৰাজ্য মন্ত্রী কীর্তিবৰ্ধন সিঙে আজি নতুন দিল্লীত ASSOCHAM পৰিৱেশ আৰু কাৰ্বন সন্মিলন উদ্বোধন কৰে। সন্মিলনৰ এইবাৰৰ বিষয়বস্তু হৈছে- ২০৭০ চনৰ ভিতৰত শূন্য কার্বন নির্গমণ লক্ষ্য প্রাপ্তিৰ বাবে সহযোগিতামূলক পৰিৱেশ তন্ত্ৰৰ পোষকতা কৰা। সন্মিলনক সম্বোধন কৰি শ্ৰী সিঙে...

August 29, 2024 8:51 PM

views 18

নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী জিতিন প্ৰসাদৰ ডিজিটেল ভাৰত অৰ্থনৈতিক সন্মিলনক সম্বোধন

কেন্দ্ৰীয় ইলেকট্রনিক আৰু তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্য মন্ত্রী জিতিন প্রসাদে নতুন দিল্লীত আজি ডিজিটেল ভাৰত অৰ্থনৈতিক সন্মিলনক সম্বোধন কৰে। অনুষ্ঠানত ভাষণ দি শ্রী প্রসাদে কয় যে, ভাৰত ষ্টৰ্টআপৰ মহাকুম্ভ । তেওঁ কয় যে, যোৱা ১০ বছৰত এইখন দেশত প্ৰতি ৪০ মিনিটত এটাকৈ ষ্টার্টআপ মুকলি কৰা হৈছে। মন্ত্ৰীগৰাকীয...

August 29, 2024 8:49 PM

views 11

নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত ‘এক পেৰ মা কে নাম’ অভিযানৰ অন্তৰ্গত শিৱৰাজ সিং চৌহানৰ গছপুলি ৰোপণ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত এক পেৰ মা কে নাম অভিযানৰ অন্তৰ্গত গছপুলি ৰোপণ কৰে। মন্ত্ৰ্যালয়ে প্রায় এক একৰ ভূমি সামৰি মাতৃ বন নির্মাণ কৰিব বুলি তেওঁ ঘোষণা কৰে। শ্ৰী চৌহানে কয় যে, এই কাৰ্যসূচীত মন্ত্ৰ্যালয়ৰ লগতে ৮০০ ৰো অ...

August 29, 2024 8:48 PM

views 32

ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল দুদিনীয়া কাৰ্যসূচীৰে কলম্বোত উপস্থিত

ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল দুদিনীয়া কাৰ্যসূচীৰে কলম্বোত উপস্থিত হৈছে। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি শ্ৰী দোভালে কলম্বো সুৰক্ষা সন্মিলনৰ আলাপ-আলোচনাৰ পৰ্যালোচনা কৰিব। উল্লেখযোগ্য যে ভাৰত, শ্ৰীলংকা আৰু মালদ্বীপৰ ত্ৰিপাক্ষিক প্ৰচেষ্টাৰ ফলস্বৰূপে আঞ্চলিক উদ্যমৰূপে কলম্বো সুৰক্ষা সন্মিলন আৰম্ভ ...

August 29, 2024 8:46 PM

views 27

ত্ৰিপুৰাৰ ৪খন জিলাত আন্তঃমন্ত্ৰ্যালয় পৰ্যায়ৰ কেন্দ্ৰীয় দলৰ বানৰ প্ৰকোপ মূল্যায়ন

আন্তঃমন্ত্ৰ্যালয় পৰ্যায়ৰ এটা কেন্দ্ৰীয় দলে ত্ৰিপুৰাৰ চাৰিখন জিলাত বানৰ প্ৰকোপৰ মূল্যায়ন আৰম্ভ কৰিছে। কেন্দ্ৰীয় জল আয়োগৰ সঞ্চালক মহেশ কুমাৰৰ নেতৃত্বত দলটোৱে গোমতী জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। অতিৰিক্ত জিলা দণ্ডাধীশ বিনয় ভূষণ দাসে কয় যে, গোমতী জিলাত প্রায় এহেজাৰ ১০০ কোটি টকাৰ...

August 29, 2024 7:15 PM

views 16

কেন্দ্ৰীয় লোকসেৱা আয়োগক স্বেচ্ছামূলকভাৱে প্ৰাৰ্থীসকলৰ পৰিচয়ৰ পৰীক্ষাৰ বাবে আধাৰভিত্তিক সত্যাসত্য নিৰূপণৰ অনুমতি

চৰকাৰে কেন্দ্ৰীয় লোকসেৱা আয়োগক স্বেচ্ছামূলকভাৱে প্ৰাৰ্থীসকলৰ পৰিচয়ৰ পৰীক্ষাৰ বাবে আধাৰভিত্তিক সত্যাসত্য নিৰূপণৰ অনুমতি প্ৰদান কৰিছে। নাম পঞ্জীয়নৰ সময়ত আৰু পৰীক্ষা তথা নিয়োগৰ বিভিন্ন পৰ্যায়ত সত্যাসত্য নিৰূপণৰ এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা যাব। ভুৱা প্ৰমাণ-পত্ৰ দেখুৱাই অসামৰিক সেৱাৰ পৰীক্ষাত ...

August 29, 2024 7:14 PM

views 20

জম্মু-কাশ্মীৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ২৭৯গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২৪৪গৰাকীৰ মনোনয়ন বৈধ

কেন্দ্রীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰা ২৭৯গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২৪৪গৰাকীৰ মনোনয়ন বৈধ বুলি বিবেচিত হৈছে। ৩৫গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল হৈছে। প্ৰথম পৰ্যায়ত জম্মু-কাশ্মীৰৰ ২৪টা বিধানসভা সমষ্টিত ১৮ ছেপ্তেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ'ব। নির্বাচন আয়...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।