ৰাষ্ট্ৰীয়

July 31, 2024 7:53 PM July 31, 2024 7:53 PM

views 7

ৱায়নাডৰ বিনাশ সম্পৰ্কীয় মনোযোগ আকর্ষণ প্রস্তাৱত হস্তক্ষেপ গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে, কেৰালা চৰকাৰক ৱায়নাডত ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলন হ'ব পাৰে বুলি প্ৰথমে ২৩ জুলাইত আৰু পাছত ২৪ আৰু ২৫ জুলাইত পুনৰাই আগলি বতৰা দিয়া হৈছিল। ৰাজ্যসভাত আজি ৱায়নাডৰ বিনাশ সম্পৰ্কীয় মনোযোগ আকর্ষণ প্রস্তাৱত হস্তক্ষেপ কৰি শ্ৰীশ্বাহে কয় যে, ২৬ জুলাইত অঞ্চলটোত ২০ ছ...

July 31, 2024 7:38 PM July 31, 2024 7:38 PM

views 4

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬৫ লৈ বৃদ্ধি

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬৫ লৈ বৃদ্ধি পাইছে। এই দুৰ্ঘটনাত আঘাতপ্রাপ্ত ১৮৬ জন লোকক বিভিন্ন হাস্পতালত চিকিৎসা প্ৰদান কৰি থকা হৈছে। বোকাত পোত খাই থকা মৃতদেহ উদ্ধাৰ বাবে আৰক্ষীৰ স্নিফাৰ ড°গ নিয়োগ কৰা হৈছে। অঞ্চলটোত কেইবাটাও উদ্ধাৰকাৰী দল আৰু আঞ্চলিক সেনা বেটেলিয়ন নিয়োগ কৰা...

July 31, 2024 6:14 PM July 31, 2024 6:14 PM

views 6

এম বি বি এছ, বি ডি এছ পাঠ্যক্ৰমত নামভৰ্তিৰ কাউঞ্চেলিঙৰ বাবে পঞ্জীয়ন প্রক্রিয়া আগষ্টত আৰম্ভ

দেশৰ চিকিৎ‍সা মহাবিদ্যালয়সমূহত চলিত বৰ্ষৰ এম বি বি এছ, বি ডি এছ আদি পাঠ্যক্ৰমত নামভৰ্তিৰ কাউঞ্চেলিঙৰ বাবে পঞ্জীয়ন প্রক্রিয়া আগষ্ট মাহৰ প্ৰথম সপ্তাহত আৰম্ভ হ'ব। মেডিকেল কাউঞ্চেলিং কমিটীয়ে এই কথা প্ৰকাশ কৰি লগতে কয় যে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে কাউঞ্চেলিং পৰ্ব অহা ১৪ আগষ্টত...

July 31, 2024 6:08 PM July 31, 2024 6:08 PM

views 4

২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত ৰাজ্যসভাত বিত্তমন্ত্ৰী সীতাৰমনে মন্তব্য

২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট দেশৰ অগ্ৰাধিকাৰৰ বিষয়সমূহ যেনে - উন্নয়ন, কর্ম সংস্থাপন সৃষ্টি, কল্যাণ, মূলধনী ব্যয় আৰু বিত্তীয় একত্ৰীকৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰি যুগুত কৰা হৈছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি ৰাজ্যসভাত প্ৰকাশ কৰে। ৰাজ্যসভাত আজি বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰত তেওঁ এই কথা উল্লে...

July 31, 2024 5:58 PM July 31, 2024 5:58 PM

views 4

কেন্দ্রীয় লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে ভাৰতীয় প্ৰশাসনিক বিষয়া প্রীতি ছুডানক নিযুক্তি

কেন্দ্রীয় লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে প্রাক্তন কেন্দ্রীয় স্বাস্থ্য সচিব তথা ১৯৮৩ বেটছৰ ভাৰতীয় প্ৰশাসনিক বিষয়া প্রীতি ছুডানক নিযুক্তি দিয়া হৈছে। ১ আগষ্টৰ পৰা দায়িত্ব গ্ৰহণ কৰিবলগীয়া শ্ৰী ছুডানৰ নিযুক্তিত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে অনুমোদন জনাইছে। উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে ক...

July 31, 2024 5:54 PM July 31, 2024 5:54 PM

views 7

দেশৰ বিভিন্ন ৰাজ্যত আজি নতুন ৰাজ্যপালৰ শপত গ্ৰহণ

লক্ষ্মণ প্রসাদ আচার্যই আজি মণিপুৰৰ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰে। ইম্ফলৰ ৰাজভৱনত আজি পুৱা শপতগ্রহণ কাৰ্যসূচী অনুষ্ঠিত হয়। মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সিদ্ধার্থ মৃদুলে তেওঁক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। অনুষ্ঠানত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙকে ধৰি কেবিনেট মন্ত্রী, বিধায়ক...

July 31, 2024 5:47 PM July 31, 2024 5:47 PM

views 10

দেশৰ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণত চৰকাৰে প্ৰচেষ্টা চলাই আছে : গজেন্দ্র সিং শ্বেখাৱটে

কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতি মন্ত্রী গজেন্দ্র সিং শ্বেখাৱটে দক্ষতা নির্মাণ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে দেশৰ সংস্কৃতি আৰু ঐতিহ্যক সংৰক্ষণৰ বাবে চৰকাৰে কৰা প্ৰচেষ্টাৰ শলাগ লয়। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী শ্বেখাৱটে কয় যে, ভাৰতত বিশ্ব ঐতিহ্য সমিতিৰ বৈঠক অনুষ্ঠিত কৰা...

July 31, 2024 10:34 AM July 31, 2024 10:34 AM

views 5

কেৰালাৰ ৱায়ানাডত ভূমিস্খলনত নিহতৰ সংখ্যা ১২০ জনলৈ বৃদ্ধি

কেৰালাৰ ৱায়ানাডত ভূমিস্খলনত নিহতৰ সংখ্যা ১২০ জনলৈ বৃদ্ধি পাইছে। সেনা, বায়ুসেনা আৰু নৌসেনাৰ সমন্বিত প্ৰচেষ্টাত চাৰি শতাধিক লোকক ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হৈছে। আৱদ্ধ লোকসকলক উদ্ধাৰ কৰি বায়ুসেনাই বিশেষ বিমানৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। সেনাই জনোৱা মতে, মুণ্ডাক্কাই গাঁৱৰ পৰা প্ৰায় ...

July 31, 2024 10:22 AM July 31, 2024 10:22 AM

views 14

লোকসভাত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰ বিত্তমন্ত্ৰীৰ

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে চৰকাৰে বিত্তীয় ঘাটিৰ লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰয়াস চলাই আছে আৰু ২০২৫-২৬ বর্ষ পর্যন্ত বিত্তীয় ঘাটি ৪.৫ শতাংশৰ তললৈ হ্ৰাস কৰাৰ লক্ষ্য স্থিৰ কৰিছে। লোকসভাত কালি ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি বিত্তমন্ত্ৰীগৰাকীয়ে এইদৰে প...

July 30, 2024 8:46 PM July 30, 2024 8:46 PM

views 11

পেৰিছ অলিম্পিকত ভাৰতৰ মনু ভাকৰ-সৰবজোৎ সিঙৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড শাখাত ব্ৰঞ্জৰ পদক অৰ্জন

ভাৰতৰ মনু ভাকৰ আৰু সৰবজোৎ সিঙে পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড শাখাৰ দলীয় শিতানত দেশৰ হকে দ্বিতীয়টো ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। খেলুৱৈ দুগৰাকীয়ে আজি দক্ষিণ কোৰিয়াৰ অ'হ য়ে জিন আৰু লী ৱান্‌হোক ১৬-১০ ফলাফলত পৰাভূত কৰে। ইয়াৰ লগে লগে মনু ভাকৰ স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসত অলিম্পিকৰ একেটা সং...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।