ৰাষ্ট্ৰীয়

August 2, 2024 6:04 PM August 2, 2024 6:04 PM

views 12

কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী এইছ ডি কুমাৰাস্বামীক মন্ত্ৰী কেশৱ মহন্তৰ সাক্ষাৎ

ৰাজ্যৰ পৰিবহন, তথ্যপ্রযুক্তি, বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী এইছ ডি কুমাৰাস্বামীক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মন্ত্ৰী শ্ৰীমহন্তই শিলচৰত পৰিবহন বিভাগে ব্যৱহাৰ কৰি থকা কেন্দ্ৰীয় মন্ত্ৰালয়টোৰ দ্বাৰা স্থাপিত নেশ্যনেল ইনষ্টিটিউট ...

August 2, 2024 5:13 PM August 2, 2024 5:13 PM

views 8

আন্তঃৰাষ্ট্ৰীয় কৃষি অর্থনীতিবিদ সন্মিলন কাইলৈ প্রধানমন্ত্ৰী মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় কৃষি অর্থনীতিবিদ সন্মিলন কাইলৈ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। শ্রীমোদীয়ে এই সভাত ভাষণ দিব। এই ত্ৰি-বাৰ্ষিক সন্মিলনৰ চলিত মাহৰ ৭ তাৰিখে সামৰণি পৰিব। এই সন্মিলনৰ বিষয়বস্তু হৈছে – বহনক্ষম খাদ্য ব্যৱস্থাৰ ৰূপান্তৰ।

August 2, 2024 3:15 PM August 2, 2024 3:15 PM

views 10

সম্প্ৰতি দেশৰ ৯৫ শতাংশতকৈও অধিক গাঁৱক 3-G আৰু 4-G জি মোবাইল সংযোগ ব্যৱস্থাৰ জৰিয়তে ইণ্টাৰনেট সেৱাই সামৰি লৈছে

দেশৰ ৯৫ শতাংশতকৈও অধিক গাঁৱক সম্প্ৰতি 3-G আৰু 4-G জি মোবাইল সংযোগ ব্যৱস্থাৰ জৰিয়তে ইণ্টাৰনেট সেৱাই সামৰি লৈছে। চৰকাৰী তথ্য অনুসৰি সমগ্ৰ দেশৰ প্ৰায় ৬ লাখ ৪৪ হাজাৰখন গাঁৱৰ ভিতৰত চলিত বৰ্ষৰ এপ্ৰিল মাহলৈকে প্ৰায় ৬ লাখ ১৩ হাজাৰখন গাঁৱক ইণ্টাৰনেট সেৱাই সামৰি লৈছে। একেদৰে এই সময়ছোৱালৈ ইণ্টাৰনেট সেৱা গ্...

August 2, 2024 3:11 PM August 2, 2024 3:11 PM

views 23

প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে ২০১৯ চনৰ পৰা বৰ্তমানলৈ মুঠ ৯,৯২২টা বাৰ্তাক ভুৱা বাতৰি হিচাপে চিহ্নিত কৰি উৎখাত

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে ২০১৯ চনৰ পৰা বৰ্তমানলৈ মুঠ ৯,৯২২টা বাৰ্তাক ভুৱা বাতৰি হিচাপে চিহ্নিত কৰি সেইবোৰ উৎখাত কৰিছে। তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগানে আজি ৰাজ্যসভাত এটা পৰিপুৰক প্ৰশ্নৰ উত্তৰত এই কথা প্রকাশ কৰে। ২০১৯ চনত ব্য...

August 2, 2024 4:44 PM August 2, 2024 4:44 PM

views 8

ৱাইনাডৰ ভূমিস্খলনৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাই ৩০০ৰ ঘৰ অতিক্ৰম কৰিছে

♦ কেৰালাৰ ৱাইনাডত সংঘটিত ভূমিস্খলনৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাই ৩০০ৰ ঘৰ অতিক্ৰম কৰিছে ৷ শেহতীয়া তথ্য অনুসৰি এই শোকাবহ দুৰ্ঘটনাত এতিয়ালৈ ৩০৮ জন লোকে প্ৰাণ হেৰুৱাইছে। জিলাখনত স্থাপন কৰা ৯১ টা সাহায্য শিবিৰত ৭ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৱাইনাডত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। সেনা জ...

August 2, 2024 3:05 PM August 2, 2024 3:05 PM

views 17

নাইজেৰিয়াত ভয়াৱহ বিস্ফোৰণৰ ঘটনাত কমেও ১৬জন লোকৰ মৃত্যুৰ লগতে ২০ জন লোক আহত

♦ নাইজেৰিয়াত সংঘটিত এটা ভয়াৱহ বিস্ফোৰণৰ ঘটনাত কমেও ১৬জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন ২০ জন লোক আহত হৈছে। দেশখনৰ উত্তৰ-পূবৰ বৰ্ণ প্ৰদেশৰ এখন স্থানীয় নৈশ বজাৰত পৰহি নিশাৰ ভাগত এই বিস্ফোৰণটো সংঘটিত হয় বুলি নাইজেৰিয়াৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। দেশখনৰ আৰক্ষী বিভাগে জানিবলৈ দিয়া মতে কারুৰি নামৰ অঞ্...

August 2, 2024 3:03 PM August 2, 2024 3:03 PM

views 12

তামিলনাডুত সংঘটিত এটা পথ দুৰ্ঘটনাত ৩ গৰাকী তীর্থযাত্রী মৃত্যু

তামিলনাডুত আজি নিচেই পুৱাতে সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিগৰাকী তীর্থযাত্রী মৃত্যুমুখত পৰে। ৰাজ্যখনৰ ছাটুৰ-কোৱিলপট্টি ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনাটো সন্দৰ্ভত চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ৫০ গৰাকী তীর্থযাত্ৰীক কঢ়িয়াই ইক্কানকুড়ি মন্দিৰ অভিমুখে গৈ এখন গাড়ীক ৰাষ্ট্ৰীয় ঘাইপথটোত এখন ট্রাকে খ...

August 2, 2024 3:01 PM August 2, 2024 3:01 PM

views 5

ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হি প্ৰস্তুত কৰোতা তথা মহান স্বাধীনতা সংগ্রামী পিংগালী ভেংকয়াক জন্মবার্ষিকীত প্রধানমন্ত্ৰী মোদীৰ স্মৰণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হি প্ৰস্তুত কৰোতা তথা মহান স্বাধীনতা সংগ্রামী পিংগালী ভেংকয়াক জন্মবার্ষিকীত স্মৰণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্রীয়ে কয় যে জাতিটোক ত্ৰিৰংগা প্ৰদানৰ ক্ষেত্ৰত পিংগালী ভেংকয়াই কৰা প্ৰচেষ্টা সদায় স্মৰণীয় হৈ থাকিব।

August 2, 2024 2:58 PM August 2, 2024 2:58 PM

views 16

দেশে গুণগত শিক্ষাৰ জৰিয়তেহে ২০৪৭ চনৰ ভিতৰত ৩০ লাখ কোটি ডলাৰৰ অৰ্থ ব্যৱস্থাৰ লক্ষ্যত উপনীত হ’ব পাৰিবঃ ধর্মেন্দ্র প্রধান

লোকসভাই শিক্ষা মন্ত্ৰ্যালয়ৰ দাবী মঞ্জুৰিত অনুমোদন জনাইছে। শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কালি কয় যে, যোৱা কেইটামান বছৰত শিক্ষা মন্ত্ৰ্যালয়ৰ বাবে বাজেটত আমন্ত্ৰিত ধন বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশে গুণগত শিক্ষাৰ জৰিয়তেহে ২০৪৭ চনৰ ভিতৰত ৩০ লাখ কোটি ডলাৰৰ অৰ্থ ব্যৱস্থাৰ লক্ষ্যত উপনীত হ...

August 2, 2024 12:32 PM August 2, 2024 12:32 PM

views 17

কেন্দ্ৰীয় পৰিবহণ মন্ত্রী নীতিন গাডকাৰী আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মন্ত্ৰী কেশৱ মহন্তৰ সাক্ষাৎ

অসমৰ পৰিবহণ খণ্ডৰ উন্নয়নৰ দিশত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পৃষ্ঠপোষকতা বিচাৰি ৰাজ্যৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰী আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে মন্ত্ৰী মহন্তৰ অ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।