ৰাষ্ট্ৰীয়

September 2, 2024 8:57 AM

views 30

ভাৰতে বাংলাদেশৰ ৬ জন ছাত্ৰ নেতাৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰা বুলি দাবী কৰা বাতৰি ভুৱা

■ ভাৰতে বাংলাদেশৰ ৬ জন ছাত্ৰ নেতাৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰা বুলি দাবী কৰা বাতৰিবোৰ ভুৱা। বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, ভাৰতে এনে কোনো নিষেধাজ্ঞা আৰোপ কৰা নাই। একাংশ সংবাদ মাধ্যমত বাংলাদেশৰ ৬জন ছাত্ৰ নেতাৰ ওপৰত এনে নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি বাতৰি সম্প্ৰচাৰিত হৈছিল।

September 2, 2024 8:54 AM

views 24

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ পাব্লিক স্পীক অনুষ্ঠান

■ আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত বাহকজনিত ৰোগৰ লক্ষণ, প্ৰতিকাৰ আৰু চিকিৎসা সন্দৰ্ভত সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ কমিউনিটি মেডিচিন বিভাগৰ অধ্যাপক ডাঃ পুণিত মিশ্ৰ আৰু বাহকজনিত ৰোগ নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কেন্দ্ৰৰ সঞ্চালক ডাঃ তনু জৈনৰ সৈতে...

September 2, 2024 8:52 AM

views 22

চলিত বৰ্ষৰ আগষ্টত জি এছ টি সংগ্ৰহৰ পৰিমাণ ১০ শতাংশ বৃদ্ধিৰে ১ লাখ ৭৫ হাজাৰ কোটি টকা হৈছে

■ চলিত বৰ্ষৰ আগষ্টত সামগ্ৰী আৰু সেৱা কৰ- জি এছ টি সংগ্ৰহৰ পৰিমাণ ১০ শতাংশ বৃদ্ধিৰে ১ লাখ ৭৫ হাজাৰ কোটি টকা হৈছে ৷ যোৱাবছৰৰ এই একেই সময়ছোৱাত এই পৰিমাণ আছিল ১ লাখ ৫৯ হাজাৰ কোটি টকা ৷ কেন্দ্ৰীয় চৰকাৰে ৩০ হাজাৰ ৮৬২ কোটি টকা জি এছ টি সংগ্ৰহ কৰাৰ বিপৰীতে ৰাজ্যসমূহে সংগ্ৰহ কৰা জি এছ টিৰ পৰিমাণ হৈছে ৩৮ হা...

September 2, 2024 8:49 AM

views 29

কৌশল ভাৰত কুশল ভাৰত যোজনাৰ অধীনত গ্রাহক সেৱাৰ প্ৰতিনিধি নিযুক্তি দিয়া হ’ব বুলি প্ৰকাশিত বাতৰিটো ভুৱা

■ কৌশল ভাৰত কুশল ভাৰত যোজনাৰ অধীনত গ্রাহক সেৱাৰ প্ৰতিনিধি নিযুক্তি দিয়া হ'ব আৰু ২৮ হাজাৰকৈ টকা প্ৰদান কৰা হব বুলি এটা ভুৱা খবৰ বিয়পি পৰা পৰিলক্ষিত হৈছে৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই খবৰ মিছা বুলি প্ৰকাশ কৰিছে৷ নিযুক্তিৰ পূৰ্বে এহেজাৰ ৩৫০ টকা পঞ্জীয়ন মাচুল দিব লাগিব বুলি কৰা দাবীক মন্ত্ৰালয়ে...

September 2, 2024 8:47 AM

views 12

জ্যেষ্ঠ সাংবাদিক তথা লেখক উমেশ উপাধ্যায়ৰ বিয়োগত প্ৰধানমন্ত্ৰী মোদীৰ শোক প্রকাশ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ সাংবাদিক তথা লেখক উমেশ উপাধ্যায়ৰ বিয়োগত শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যু সংবাদ জগতৰ বাবে অপূৰণীয় ক্ষতি। প্রয়াত উমেশ উপাধ্যায়ৰ পৰিয়ালবৰ্গলৈ প্রধানমন্ত্ৰীগৰাকীয়ে সমবেদনা জ্ঞাপন কৰে। দক্ষিণ দিল...

September 1, 2024 8:38 PM

views 36

গুজৰাটত বৰষুণ আৰু বানপানীয়ে কৰা ক্ষতি মূল্যায়ণৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ আই এম চি টি গঠন

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে গুজৰাটত বৰষুণ আৰু বানপানীয়ে কৰা ক্ষতি মূল্যায়ণ কৰাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ কাৰ্যবাহী সঞ্চালকৰ নেতৃত্বত এটা আন্তঃমন্ত্ৰী পৰ্যায়ৰ কেন্দ্ৰীয় গোট— আই এম চি টি গঠন কৰিছে। গোটটোৱে শীঘ্ৰে ৰাজ্যখনৰ বান প্রভাবিত অঞ্চলসমূহ পৰিদৰ্শন কৰিব। উল্লেখযোগ্য যে...

September 1, 2024 8:30 PM

views 19

কলকাতাত মহিলা চিকিৎসকৰ সৈতে সংঘটিত ঘটনাক উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ গৰিহণা

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কলকাতাত এগৰাকী মহিলা চিকিৎসকৰ সৈতে হোৱা ঘটনাক গৰিহণা দিছে। উপৰাষ্ট্ৰপতিগৰাকীয়ে এনে ধৰণৰ অপৰাধমূলক ঘটনাৰ সৈতে জড়িত দোষীক শাস্তি দিয়াৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। উত্তৰা খণ্ডৰ ঋষিকেশত আজি সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী তথা কৰ্মচাৰীসকলক সম্বো...

September 1, 2024 8:27 PM

views 12

অমিমাংসীত গোচৰৰ সংখ্যা হ্ৰাস কৰাটো ন্যায় ব্যৱস্থাৰ বাবে এটা বৃহৎ প্রত্যাহ্বানঃ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি কয় যে, অমিমাংসীত গোচৰৰ সংখ্যা হ্ৰাস কৰাটো ন্যায় ব্যৱস্থাৰ বাবে এটা বৃহৎ প্রত্যাহ্বান। নতুন দিল্লীৰ ভাৰত মণ্ডপমত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, অমিমাংসীত গোচৰৰ সমস্যা সমাধান কৰিবলৈ ...

September 1, 2024 8:23 PM

views 11

অমিমাংসীত গোচৰৰ সংখ্যা হ্ৰাস কৰাটো ন্যায় ব্যৱস্থাৰ বাবে এটা বৃহৎ প্রত্যাহ্বানঃ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি কয় যে, অমিমাংসীত গোচৰৰ সংখ্যা হ্ৰাস কৰাটো ন্যায় ব্যৱস্থাৰ বাবে এটা বৃহৎ প্রত্যাহ্বান। নতুন দিল্লীৰ ভাৰত মণ্ডপমত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, অমিমাংসীত গোচৰৰ সমস্যা সমাধান কৰিবলৈ ...

September 1, 2024 8:19 PM

views 25

ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ সপ্তম প্রতিষ্ঠা দিৱস পালন

ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ আজি সপ্তম প্রতিষ্ঠা দিৱস উপলক্ষে যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই সৰল আৰু সুলভ সেৱাৰ জৰিয়তে বিত্তিয় অন্তৰ্ভুক্তিৰ লক্ষ্যত উপনীত হোৱাত বেংকটোৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে । সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপ মুকলি কৰাৰে প...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।