August 8, 2024 8:04 PM August 8, 2024 8:04 PM
14
চৰকাৰে কোভিডৰ পাছৰে পৰা মূলধনী ব্যয় শিতানত অধিক ধন ব্যয় কৰি আহিছে বুলি বিত্তমন্ত্ৰীৰ প্ৰকাশ
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে, চৰকাৰে কোভিডৰ পাছৰে পৰা মূলধনী ব্যয় শিতানত অধিক ধন ব্যয় কৰি আহিছে। তেওঁ কয় যে, ফলপ্রসূ মূলধনী ব্যায় ২০২৩-২৪ বৰ্ষত ১৮ শতাংশ হৈছে৷ ৰাজ্যসভাত আজি বিত্ত বিধেয়ক, বিনিয়োজন বিধেয়ক আৰু জম্মু-কাশ্মীৰ বিনিয়োজন বিধেয়ক সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি শ্ৰীমতী সীতাৰম...