ৰাষ্ট্ৰীয়

August 12, 2024 5:55 PM August 12, 2024 5:55 PM

views 12

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল অৰবিন্দ কেজৰিৱালৰ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আবকাৰী নীতি কেলেংকাৰীত চিবিআইৰ গ্ৰেপ্তাৰক সমৰ্থন কৰা দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে ৷ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে জৰুৰী তালিকাভুক্তিৰ বাবে ভাৰতৰ মুখ্য ন্যায়াধীশৰ সন্মুখত আজি এই কথা উল্লেখ কৰে। ই...

August 12, 2024 5:52 PM August 12, 2024 5:52 PM

views 14

হৰ ঘৰ তিৰংগা অভিযানৰ প্ৰচাৰৰ বাবে জম্মু-কাশ্মীৰৰ জনসাধাৰণে গ্ৰহণ কৰা পদক্ষেপক প্রধানমন্ত্ৰীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে জম্মু-কাশ্মীৰৰ জনসাধাৰণে চলাই থকা তিৰংগা যাত্ৰা অনুপ্ৰেৰণাদায়ক । প্রধানমন্ত্ৰীয়ে হৰ ঘৰ তিৰংগা অভিযানৰ প্ৰচাৰৰ বাবে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে।

August 12, 2024 11:44 AM August 12, 2024 11:44 AM

views 6

পেৰিছ অলিম্পিকত ভাৰতীয় এথলীটৰ প্ৰদৰ্শনত প্রধানমন্ত্ৰীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ অলিম্পিকত ভাৰতীয় এথলীটসকলৰ প্ৰদৰ্শনৰ প্ৰশংসা কৰিছে। তেওঁ কয় যে, সকলো এথলীটে উৎকৃষ্ট প্রদর্শন আগবঢ়ালে আৰু তেওঁলোকক লৈ প্ৰতিগৰাকী ভাৰতীয় গৌৰৱান্বিত। সামাজিক মাধ্যম এক্সৰ এটা প’ষ্টত শ্রীমোদীয়ে উল্লেখ কৰে যে, পেৰিছ অলিম্পিকৰ সামৰণিৰ লগে লগে তেওঁ ইয়াত অংশগ্ৰহণ ক...

August 12, 2024 11:37 AM August 12, 2024 11:37 AM

views 8

বিনিয়োগকাৰীক হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত থকা প্রকৃত স্বার্থ সঠিক অধ্যয়নৰ বাবে ছেবিৰ আহ্বান

ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অব ইণ্ডিয়া, চমুকৈ ছেবিয়ে বিনিয়োগকাৰীসকলক হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন বিশ্বাসত লোৱাৰ পূৰ্বে বিষয়টোৰ সন্দৰ্ভত অধিক অধ্যয়নৰ পৰামৰ্শ আগবঢ়াইছে। এটা বিবৃতিত ছেবিয়ে বিনিয়োগকাৰী সকলক হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ আঁৰত থকা প্রকৃত স্বার্থ সঠিকভাবে অধ্যয়নৰ বাবে আহ্বান জনায়। ভাৰ...

August 12, 2024 11:31 AM August 12, 2024 11:31 AM

views 5

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজস্থানত ২২জন লোকৰ মৃত্যু

ৰাজস্থানৰ বিভিন্ন অংশত যোৱা শনিবাৰৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কমেও ২২ জন লোকৰ মৃত্যু হৈছে। প্ৰৱল বৰষুণৰ ফলত কালি ৰাজ্যখনৰ জয়পুৰ, কাৰৌলী, ছাৱাই মধুপুৰ আৰু দৌছাৰ বাটপথসমূহ পানীত বুৰ যায়। কৰ্তৃপক্ষই এই অঞ্চলকেইটাৰ লগতে গংগাপুৰ আৰু ভাৰতপুৰ জিলাৰ সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়সমূহ আজি বন্ধ ঘো...

August 12, 2024 11:29 AM August 12, 2024 11:29 AM

views 6

২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পৰীক্ষা NEET PG সফলতাৰে সম্পন্ন

দেশৰ ১৭০খন চহৰত ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পৰীক্ষা NEET PG কালি সফলতাৰে অনুষ্ঠিত হৈ যায়। চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা ব'ৰ্ডে জনোৱা মতে, এইবাৰ প্ৰায় ২ লাখ ২৮ হাজাৰ ৫৪০খন এডমিট কার্ড পৰীক্ষাৰ্থীসকলক প্ৰদান কৰা হৈছে। পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে কেন্দ্ৰসমূহত ১,৯৫০ জনতকৈ অ...

August 12, 2024 11:26 AM August 12, 2024 11:26 AM

views 5

হায়দৰাবাদত কেন্দ্ৰীয় মন্ত্রী জি কিষাণ ৰেড্ডীৰ ত্ৰিৰংগা ৰেলী মুকলি

কেন্দ্ৰীয় মন্ত্রী জি কিষাণ ৰেড্ডীয়ে হায়দৰাবাদত কালি ত্ৰিৰংগা ৰেলী মুকলি কৰে। শ্ৰী ৰেড্ডীয়ে সংবাদ মাধ্যমৰ আগত স্বাধীনতা দিৱস উদযাপনৰ আৰম্ভণিৰ ঘোষণা কৰে। তেওঁ কয় যে, বিগত ৩ বছৰ ধৰি কেন্দ্ৰীয় চৰকাৰৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বাধীনতা দিৱস পালন কৰি অহা হৈছে। তেওঁ জনসাধাৰণক, বিশেষকৈ ছাত্ৰ-ছাত্ৰী...

August 12, 2024 11:20 AM August 12, 2024 11:20 AM

views 6

২৫ আগষ্টত আকাশবাণীযোগে প্রধানমন্ত্ৰীৰ মন কী বাত কাৰ্যসূচী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৩ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১- ৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন...

August 11, 2024 8:17 PM August 11, 2024 8:17 PM

views 8

মহিলা আৰু শিশু কল্যাণ মন্ত্রী অন্নপূর্ণা দেৱীৰ মহিলা আৰু শিশুৰ কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজৰ সহযোগিতা সন্দৰ্ভত আলোকপাত

মহিলা আৰু শিশু কল্যাণ মন্ত্রী অন্নপূর্ণা দেৱীয়ে দেশজুৰি মহিলা আৰু শিশুৰ কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সহযোগিতামূলক প্ৰচেষ্টাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। ৰাজ্যসমূহৰ সামাজিক কল্যাণ আৰু মহিলা তথা শিশু উন্নয়ন মন্ত্ৰীসকল আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ উপ ৰাজ্যপাল আৰু প্...

August 11, 2024 8:11 PM August 11, 2024 8:11 PM

views 4

দেশৰ কৃষকসকলৰ সৱলীকৰণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশৰ কৃষকসকলৰ সৱলীকৰণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে, তেওঁ আজি নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত অধিক উৎপাদনক্ষম জলবায়ু অনুকূল তথা জৈৱ পুষ্টিবর্ধন শস্যৰ ১০৯টা প্ৰজাতি মুকলি কৰে। তেওঁ লগতে কয় যে, ইয়ে কৃ...