ৰাষ্ট্ৰীয়

August 13, 2024 3:07 PM August 13, 2024 3:07 PM

views 18

ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উদ্ভাৱন, বৈজ্ঞানিক চিন্তাধাৰা আৰু সমস্যাৰ ক্ষিপ্ৰ সমাধানৰ বাবে বিত্তমন্ত্ৰী সীতাৰমণৰ আহ্বান

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উদ্ভাৱন, বৈজ্ঞানিক চিন্তাধাৰা আৰু সমস্যাৰ ক্ষিপ্ৰ সমাধানৰ হকে আহ্বান জনাইছে। ভূপালত আজি ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ একাদশ সমাৱৰ্তন সমাৰোহত ভাষণ দি বিত্তমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ...

August 13, 2024 3:05 PM August 13, 2024 3:05 PM

views 14

ভাৰত মণ্ডপমৰ পৰা পতাকা জোকাৰি হৰ ঘৰ তিৰংগা বাইক সমদলৰ শুভাৰম্ভ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি পুৱা নতুন দিল্লীত ভাৰত মণ্ডপমৰ পৰা পতাকা জোকাৰি হৰ ঘৰ তিৰংগা বাইক সমদলৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট, ৰাম মোহন নাইডু কিঞ্জাৰাপু, কিৰেণ ৰিজিজু আৰু মনসুখ মন্দাভিয়া এই অনুষ্ঠানত উপস্থিত থাকে। মেজৰ ধ্যানচন্দ নেচনেল ষ্টেডিয়ামত এই বাইক সমদলৰ সামৰণি ...

August 13, 2024 3:09 PM August 13, 2024 3:09 PM

views 14

সম্প্ৰচাৰ সেৱা বিধেয়কৰ খচৰা সন্দৰ্ভত দিহা-পৰামৰ্শ গ্ৰহণৰ সময়সীমা ১৫ অক্টোবৰলৈ বৃদ্ধি

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে সম্প্ৰচাৰ সেৱা বিধেয়কৰ খচৰা সন্দৰ্ভত দিহা-পৰামৰ্শ গ্ৰহণৰ সময়সীমা ১৫ অক্টোবৰলৈ বৃদ্ধি কৰিছে। সময়সীমা বৃদ্ধি কৰি মন্ত্ৰালয়ে কয় যে বিশদ আলোচনাৰ অন্ততহে নতুন খচৰা বিধেয়কখন প্ৰকাশ কৰা হ'ব। বিধেয়কখনৰ খচৰা সংশ্লিষ্ট সকলো পক্ষ আৰু জনসাধাৰণৰ দিহা-পৰামৰ্শৰ বাবে ব্যাখ্যা...

August 13, 2024 1:57 PM August 13, 2024 1:57 PM

views 12

অহা ২৫ আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৩ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্...

August 13, 2024 1:35 PM August 13, 2024 1:35 PM

views 10

পহিলা এপ্ৰিলৰ পৰা ১১ আগষ্ট পর্যন্ত মুঠ প্ৰত্যক্ষ কৰ সংগ্ৰহৰ পৰিমাণ ২৩.৯৯ শতাংশ বৃদ্ধি

পহিলা এপ্ৰিলৰ পৰা ১১ আগষ্ট পর্যন্ত মুঠ প্ৰত্যক্ষ কৰ সংগ্ৰহৰ পৰিমাণ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ২৩.৯৯ শতাংশ বৃদ্ধি হৈ ৮ লাখ ১৩ হাজাৰ কোটি টকা হৈছে। আয়কৰ বিভাগে প্ৰকাশ কৰা অনুসৰি যোৱা বছৰৰ এই একে সময়ছোৱাত মুঠ প্ৰত্যক্ষ কৰ সংগ্ৰহৰ পৰিমাণ আছিল ৬ লাখ ৫৫ হাজাৰ কোটি টকা।

August 12, 2024 8:02 PM August 12, 2024 8:02 PM

views 8

নেপালৰ বিদেশ মন্ত্ৰী ডº আৰ্দ্ৰ ৰাণা দেওবাক সাক্ষাৎ বিদেশ সচিব বিক্রম মিশ্রীৰ

বিদেশ সচিব বিক্রম মিশ্রীয়ে আজি কাঠমাণ্ডুত নেপালৰ বিদেশ মন্ত্ৰী ডº আৰ্দ্ৰ ৰাণা দেওবাক সাক্ষাৎ কৰে। তেওঁলোকে দুয়োখন দেশৰ পাৰস্পৰিক স্বার্থজড়িত দ্বিপাক্ষিক বিষয়সমূহ আলোচনা কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত ভাৰত-নেপাল দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰাৰ উপায়সমূহৰ বিষয়েও চিন্তা-চৰ্চা কৰে। শ্ৰীমিশ্ৰীয়ে নেপাল...

August 12, 2024 8:00 PM August 12, 2024 8:00 PM

views 8

দেশজুৰি নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচাযুক্ত দ্ৰব্য সেৱনৰ বিৰুদ্ধে সমূহীয়া সংকল্প গ্রহণ কাৰ্য্যসূচীৰ আয়োজন

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ে আজি দেশজুৰি নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচাযুক্ত দ্ৰব্য সেৱনৰ বিৰুদ্ধে সমূহীয়া সংকল্প গ্রহণ কাৰ্য্যসূচীৰ আয়োজন কৰে। এই উপলক্ষে নতুন দিল্লীত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে উপস্থিত সকলোকে সংকল্প গ্রহণ কৰা...

August 12, 2024 7:57 PM August 12, 2024 7:57 PM

views 10

প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ বিনামূলীয়া বিজুলী আঁচনিৰ অন্তৰ্গত সৌৰ গাঁৱৰ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্য্যকৰী নিৰ্দেশনা জাৰী

কেন্দ্ৰীয় চৰকাৰে আজি প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ বিনামূলীয়া বিজুলী আঁচনিৰ অন্তৰ্গত আদৰ্শ সৌৰ গাঁৱৰ ৰূপায়ণৰ বাবে কাৰ্য্যকৰী নিৰ্দেশনা জাৰী কৰিছে। নব্য আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰ্যালয়ে আজি এটা বিবৃতিযোগে কৈছে যে, এই আঁচনিৰ অধীনত দেশজুৰি প্ৰতিখন জিলাতে এখনকৈ আদর্শ সৌৰ গাঁও গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰি...

August 12, 2024 6:03 PM August 12, 2024 6:03 PM

views 7

অহা ২৫ আগষ্টত আকাশবাণীৰ যোগে প্রধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৩ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্...

August 12, 2024 6:01 PM August 12, 2024 6:01 PM

views 11

বিহাৰৰ সিদ্ধেশ্বৰ নাথ মন্দিৰত সংঘটিত এটা দুৰ্ঘটনাত ৭ জন তীর্থযাত্ৰীৰ মৃত্যুৰ লগতে ১৬ জন আহত

বিহাৰৰ জেহানাবাদ জিলাৰ বাবা সিদ্ধেশ্বৰ নাথ মন্দিৰত আজি পুৱা সংঘটিত এটা দুৰ্ঘটনাত পদপিষ্ট হৈ ৭ জন তীর্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১৬ জন তীর্থযাত্রী আহত হৈছে। জেহানাবাদৰ আৰক্ষী অধীক্ষক অৰবিন্দ প্ৰসাদ সিঙে কয় যে নিশা প্রায় ১ বজাত স্থানীয় কিছুসংখ্যক বিক্ৰেতা আৰু তীর্থযাত্ৰীৰ মাজত কোনো প্ৰসংগ লৈ সংঘটিত...