ৰাষ্ট্ৰীয়

September 10, 2024 6:54 PM

views 11

নতুন দিল্লীত ধঁপাতৰ আসক্তি নিৰাময়ৰ বাবে সুকীয়া চিকিৎসা কেন্দ্ৰ মুকলি

অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানে আজি নতুন দিল্লীত ধঁপাতৰ আসক্তি নিৰাময়ৰ বাবে এটা সুকীয়া চিকিৎসা কেন্দ্ৰ মুকলি কৰে। ৰাষ্ট্ৰীয় ঔষধনিৰ্ভৰ চিকিৎসা কেন্দ্ৰ আৰু হাঁওফাঁও, জটিল আৰু নিদ্ৰাজনিত ৰোগৰ চিকিৎসা বিভাগৰ সহযোগত এই কেন্দ্ৰটো বিকশাই তোলা হৈছে। ধঁপাতৰ প্ৰতি আসক্তিত ভোগা লোকসকলক সহায় কৰাই এই ...

September 10, 2024 6:51 PM

views 19

আকাশবাণীত ২৯ ছেপ্টেম্বৰত ১১৪সংখ্যক ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্টেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধ...

September 10, 2024 1:07 PM

views 34

বিভিন্ন ঔষধৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ ১২ পৰা ৫ শতাংশলৈ হ্ৰাস

সামগ্ৰী আৰু সেৱা কৰ পৰিষদে কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত বিভিন্ন ঔষধৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত পৰিষদৰ ৫৪ সংখ্যক বৈঠকত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অধ্যক্ষতা কৰা এই বৈঠকত...

September 10, 2024 1:06 PM

views 33

উত্তৰাখণ্ডত শিলৰ খুন্দাত এগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন দুগৰাকী লোক আহত

উত্তৰাখণ্ডত কালি সন্ধিয়া সোণপ্রয়াগ-মুংকটীয়া অঞ্চলৰ ভূমিস্খলন প্ৰৱণ এলেকাত পাহাৰৰ পৰা বাগৰি অহা শিলৰ খুন্দাত এগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন দুগৰাকী লোক আহত হয়। আহত লোক দুগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। তেওঁ কয় যে ঘটনাৰ...

September 10, 2024 1:04 PM

views 21

কয়লাৰ সৈতে জড়িত ৰাজহুৱা খণ্ডৰ উদ্যোগ তথা কোম্পানীসমূহৰ সামাজিক দায়বদ্ধতা কাৰ্যকলাপৰ পৰ্যালোচনা বৈঠক দিল্লীত অনুষ্ঠিত

কয়লা মন্ত্ৰালয়ৰ উদ্যোগত কালি নতুন দিল্লীত কয়লাৰ সৈতে জড়িত ৰাজহুৱা খণ্ডৰ উদ্যোগ তথা কোম্পানীসমূহৰ সামাজিক দায়বদ্ধতা কাৰ্যকলাপৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰূপায়ণ হৈ থকা চি এছ আৰ পদক্ষেপসমূহৰ অগ্ৰগতিৰ মূল্যায়ন, জনসাধাৰণৰ ওপৰত এইসমূহৰ প্ৰভাৱৰ মূল্যায়ন আৰু চৰকাৰৰ নিৰ্দেশনাৰ সৈতে এইসমূহৰ ...

September 10, 2024 1:01 PM

views 17

ভাৰতীয় চাইবাৰ অপৰাধ সহযোগিতা কেন্দ্ৰৰ প্ৰথম প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত অমিত শ্বাহৰ অংশগ্ৰহণ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত ভাৰতীয় চাইবাৰ অপৰাধ সহযোগিতা কেন্দ্ৰৰ প্ৰথম প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্রহণ কৰিব। এই উপলক্ষে শ্ৰী শ্বাহে চাইবাৰ অপৰাধৰ পৰা সুৰক্ষাৰ বাবে কেতবোৰ ব্যৱস্থা মুকলি কৰাৰ লগতে চাইবাৰ প্ৰৱঞ্চনা প্ৰতিৰোধী কেন্দ্ৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব।...

September 10, 2024 1:00 PM

views 25

অমিত শ্বাহ চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতিৰ অধ্যক্ষ নিৰ্বাচিত

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতিৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্রমে পুনৰ নিৰ্বাচিত হৈছে। তেওঁ কয় যে চৰকাৰে ২০৪৭ চনৰ ভিতৰত দেশৰ সকলো চৰকাৰী ব্যৱস্থা ভাৰতীয় ভাষাত পৰিচালনা কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। চৰকাৰী ভাষা বিভাগে অষ্টম অনুসূচীৰ সকলো ভাষা কাৰিকৰী ভিত্তিত স্বয়ংক্র...

September 10, 2024 12:58 PM

views 26

দুদিনীয়া ভ্ৰমণসূচীৰে ডº এছ জয়শংকৰ আজি জাৰ্মানীত উপস্থিত

বিদেশ পৰিক্ৰমা মন্ত্ৰী ডº এছ জয়শংকৰ আজিৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে জাৰ্মানীত উপস্থিত হ'ব। এই ভ্ৰমণকালত তেওঁ জাৰ্মানীৰ বিদেশমন্ত্ৰী তথা অন্যান্য নেতাসকলৰ সৈতে বৈঠকত মিলিত হ'ব। এই বৈঠকৰ উদ্দেশ্য হৈছে দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰা আৰু সহযোগিতা বৃদ্ধিৰ নতুন নতুন ক্ষেত্ৰৰ সন্ধান কৰা।...

September 10, 2024 12:56 PM

views 16

ইণ্ডিয়া এক্সপো মাৰ্টত কাইলৈ প্ৰধানমন্ত্ৰীৰ চেমিকন ইণ্ডিয়া ২০২৪ সন্মিলন উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত চেমিকন ইণ্ডিয়া ২০২৪ সন্মিলন উদ্বোধন কৰিব। তেওঁ লগতে এই উপলক্ষে অংশগ্রহণকাৰীসকলক সম্বোধন কৰিব। "অর্ধপৰিবাহী খণ্ডৰ ভৱিষ্যত গঢ় দিয়া" শীৰ্ষক বিষয়বস্তুৰে কাইলৈৰ পৰা ১৩ ছেপ্টেম্বৰলৈ চেমিকন ইণ্ডিয়া ২০২৪ৰ আয়োজন কৰা হৈছে। তিনিদি...

September 10, 2024 12:48 PM

views 19

অহা ২৯ ছেপ্তেম্বৰত আকাশবাণীৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্তেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।