August 15, 2024 11:30 AM August 15, 2024 11:30 AM
9
যি একতা আৰু ত্যাগৰ সংগ্ৰামেৰে দেশবাসীয়ে স্বাধীনতা পালে সেই একেই সংকল্পৰে দেশে আগবাঢ়ে তেন্তে ২০৪৭ চনত বিকশিত ভাৰতৰ সপোন বাস্তৱত পৰিণত হ’বঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছে। নতুন দিল্লীৰ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাধীনতা দিৱসৰ এই শুভক্ষণত স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া আৰু আজীৱন সংঘৰ্ষ কৰা প্ৰতিজন স্বাধীনতা সংগ্ৰামীক স্মৰণ কৰে। শ্ৰী মোদীয়ে ভাষণ প...