ৰাষ্ট্ৰীয়

September 12, 2024 6:08 PM

views 31

অহা ২৯ ছেপ্তেম্বৰত আকাশবাণীৰ জৰিয়তে প্ৰধামন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্তেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধ...

September 12, 2024 3:07 PM

views 35

যোধপুৰ বায়ুসেনা কেন্দ্ৰত চলি থকা তৰংগ শক্তিৰ দ্বিতীয় পৰ্যায়ৰ অনুশীলন কার্যসূচীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অংশগ্ৰহণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোধপুৰ বায়ুসেনা কেন্দ্ৰত চলি থকা তৰংগ শক্তিৰ দ্বিতীয় পৰ্যায়ৰ অনুশীলন কার্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে এই অনুশীলনৰ উদ্দেশ্য হৈছে – দেশৰ সামৰিক সামর্থ্যৰ প্ৰদৰ্শন আৰু অংশগ্ৰহণকাৰী দেশসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰা। দেশৰ ক্ৰমবৰ্ধমান সামৰিক...

September 12, 2024 1:47 PM

views 21

দুদিনীয়া ভ্রমণসূচীৰে বিদেশ মন্ত্রী ড° এছ জয়শংকৰ ছুইজাৰলেণ্ডত উপস্থিত হ’ব

বিদেশ মন্ত্রী ড° এছ জয়শংকৰ আজি দুদিনীয়া ভ্রমণসূচীৰে ছুইজাৰলেণ্ডত উপস্থিত হ'ব। মন্ত্ৰীগৰাকীৰ ছৌদি আৰব, জার্মানী আৰু ছুইজাৰলেণ্ড ভ্ৰমণৰ এয়া তৃতীয় তথা অন্তিম পর্যায়। জেনেভাত বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰতৰ সৈতে সক্রিয়ভাৱে জড়িত আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ মুৰব্বী আৰু প্রতিনিধিসকলক সাক্ষাৎ কৰিব। জেনেভ...

September 12, 2024 1:45 PM

views 33

হাৰিয়ানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

হাৰিয়ানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে ১৬ ছেপ্তেম্বৰলৈকে মনোনয়ন পত্ৰ প্ৰত্যাহ্বাৰ কৰিব পাৰিব। ৯০ জনীয়া হাৰিয়ানা বিধানসভাৰ বাবে ৫ অক্টোবৰত ভোটগ্রহণ অনুষ্ঠিত হ'ব আৰু ৮ অক্টোবৰত ভোট গণনা কৰা হ'ব।

September 12, 2024 1:43 PM

views 16

ভাৰত মণ্ডপমত এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দ্বিতীয়খন মন্ত্রী সন্মিলনত প্রধানমন্ত্ৰী মোদীয়ে অংশগ্রহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অসামৰিক বিমান পৰিবহণ সম্পৰ্কীয় এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দ্বিতীয়খন মন্ত্রী সন্মিলনত অংশগ্রহণ কৰিব। সন্মিলনত প্রধানমন্ত্ৰীয়ে সকলো সদস্য ৰাষ্ট্ৰই 'দিল্লী ঘোষণা' গ্রহণ কৰাৰ কথা ঘোষণা কৰিব। দিল্লী ঘোষণাই অঞ্চলটোৰ বিমান পৰিবহণ খণ্ডক ...

September 12, 2024 1:40 PM

views 13

প্ৰধানমন্ত্ৰী গ্ৰাম্য ছড়ক যোজনাৰ চতুর্থ পৰ্যায় ৰূপায়ণৰ বাবে গ্ৰামোন্নয়ন বিভাগৰ প্ৰস্তাৱত কেন্দ্রীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় কেবিনেটে ২০২৪-২৫ৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী গ্ৰাম্য ছড়ক যোজনাৰ চতুর্থ পৰ্যায় ৰূপায়ণৰ বাবে গ্ৰামোন্নয়ন বিভাগৰ প্ৰস্তাৱত অনুমোদন দিছে। এই আঁচনিৰ বাবে মুঠ ৭০ হাজাৰ ১২৫ কোটি টকা ব্যয় হ'ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি নতুন দিল্লীত সংবাদ মাধ্যমৰ ...

September 12, 2024 1:24 PM

views 36

ভাৰত-বাংলাদেশ সীমান্তত তিনিজন বাংলাদেশী নাগৰিকক আটক অসম-আৰক্ষীৰ

অসম-আৰক্ষীয়ে ভাৰত-বাংলাদেশ সীমান্তত তিনিজন বাংলাদেশী নাগৰিকক আটক কৰিছে। তেওঁলোকক সুমন হুছেইন, সুহানা খাটুন আৰু এভা আখটাৰ বুলি জানিব পৰা গৈছে। অসম আৰক্ষীয়ে তেওঁলোকক চিনাক্ত কৰি ইতিমধ্যে সফলতাৰে সীমান্ত পাৰ কৰাই ঘূৰাই পঠাইছে। এই সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কোনো বাংলাদেশী নাগৰিক যাতে অস...

September 12, 2024 1:18 PM

views 45

কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনি অথবা ব্যক্তিগত স্বাস্থ্য বীমা আঁচনিৰ নাগৰিকসকলেও আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সুবিধা লাভ কৰিব

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত আয় নির্বেশেষে ৭০ বছৰ আৰু তাৰ উৰ্দ্ধৰ বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকক সামৰি লোৱা হ'ব। ইয়াৰ জৰিয়তে ৪ কোটি ৫০ লাখ পৰিয়াল উপকৃত হ'ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কালি এই ক্ষেত্ৰত যাৱতীয় অনুমোদন জনায়। কেবিনেটৰ সি...

September 12, 2024 12:54 PM

views 20

কেন্দ্ৰীয় কেবিনেটৰ মিছন মৌচম যোজনাৰ প্ৰস্তাৱত অনুমোদন

কেন্দ্ৰীয় কেবিনেটে বতৰৰ আগলি বতৰা আৰু জলবায়ু সম্পৰ্কীয় তথ্যৰ ক্ষেত্ৰত অধিক সামর্থ আহৰণৰ উদ্দেশ্য মিছন মৌচম যোজনাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই যোজনাৰ বাবদ ২ বছৰত ২ হাজাৰ কোটি টকা ব্যয় হ'ব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, ধৰিত্ৰী ...

September 12, 2024 12:21 PM

views 40

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত ৭০ বছৰ আৰু তাৰ উৰ্দ্ধৰ বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকক সামৰি লোৱা হ’ব

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত আয় নিৰ্বেশেষে ৭০ বছৰ আৰু তাৰ উৰ্দ্ধৰ বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকক সামৰি লোৱা হ'ব। ইয়াৰ জৰিয়তে ৪ কোটি ৫০ লাখ পৰিয়াল উপকৃত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটে কালি এই ক্ষেত্ৰত যাৱতীয় অনুমোদন জনায়। কেবিনেটৰ সি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।