ৰাষ্ট্ৰীয়

August 15, 2024 8:15 PM August 15, 2024 8:15 PM

views 10

পর্যটন, অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বা শিক্ষা, স্বাস্থ্য, পৰিবহণ, কৃষি ক্ষেত্রত চৰকাৰে অত্যাধুনিক ব্যৱস্থা গঢ়ি তুলিছেঃ প্ৰধানমন্ত্ৰী মোদী

লালকীল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰক উদ্দশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, পর্যটন, অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগেই হওক বা শিক্ষা, স্বাস্থ্য, পৰিবহণ, কৃষি অথবা অন্য ক্ষেত্রই হওক সকলো ক্ষেত্রতেই অত্যাধুনিক ব্যৱস্থা গঢ়ি তোলা হৈছে। তেওঁ কয় যে, ভাৰতে সকলো ক্ষে...

August 15, 2024 8:11 PM August 15, 2024 8:11 PM

views 11

ভাৰতে গেমিং ক্ষেত্ৰত দেশত নিৰ্মিত সামগ্ৰীৰে বিপ্লবৰ সূচনা কৰাৰ বাবে দেশৰ চহকী প্রাচীন ঐতিহ্য আৰু জ্ঞানৰ ব্যৱহাৰ কৰা উচিত বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

লালকীল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰক উদ্দশ্যি ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ বৰ্ষৰ বাজেটৰ কথাও উল্লেখ কৰি দেশৰ যুৱ প্ৰজন্মৰ প্ৰশিক্ষণৰ বাবে আৰু দেশক বিশ্বৰ দক্ষতাৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে ঘোষণা কৰা বিভিন্ন ঐতিহাসিক উদ্যমৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে, ভাৰতে গে...

August 15, 2024 6:22 PM August 15, 2024 6:22 PM

views 12

অর্ধপৰিবাহী উৎপাদনৰ ক্ষেত্ৰত গোলকীয় নেতৃত্ব প্ৰদানত ভাৰত প্ৰতিশ্ৰুতিবদ্ধঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতাৰ বাবে দেশবাসীয়ে একতা আৰু ত্যাগেৰে কৰা সংগ্ৰাম আৰু সংকল্পৰ দৰেই আজি ১৪০ কোটি দেশবাসীয়েও সেৱা আগবঢ়ালে ২০৪৭ চনত বিকশিত ভাৰতৰ সপোন বাস্তৱত পৰিণত হ'ব বুলি আস্থা প্ৰকাশ কৰিছে। স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্রধানমন্ত্ৰীয়ে ...

August 15, 2024 12:01 PM August 15, 2024 12:01 PM

views 6

দেশৰ সশস্ত্র বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ১০৩ গৰাকী কৰ্মীক সাহসিকতাৰ বঁটা প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা দেশৰ সশস্ত্র বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ১০৩ গৰাকী কৰ্মীক সাহসিকতাৰ বঁটা প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই বঁটাসমূহৰ ভিতৰত আছে- ৪টা কীৰ্তি চক্র, ১৮টা সৌৰ্য চক্ৰ আৰু এটা সাহসিকতাৰ সেনা পদক। ইয়াৰ লগতে সাহসিকতা বঁটাস...

August 15, 2024 11:55 AM August 15, 2024 11:55 AM

views 13

হৰ ঘৰ ত্ৰিৰংগা অভিযান সমগ্ৰ দেশত জনপ্ৰিয় হোৱাক লৈ  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আনন্দ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ ঘৰ ত্ৰিৰংগা অভিযান সমগ্ৰ দেশত জনপ্ৰিয় হোৱাক লৈ আনন্দ প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে কৈছে যে, এই জনপ্রিয়তাই ত্ৰিৰংগাৰ প্ৰতি ১৪০ কোটি ভাৰতীয়ৰ গভীৰ সন্মানকে প্রতিফলিত কৰিছে। সামাজিক মাধ্যম এক্স যোগে তামিলনাডুৰ ৰামেশ্বৰমৰ সমীপত মণ্ডপমত ভাৰতী...

August 15, 2024 11:50 AM August 15, 2024 11:50 AM

views 7

নতুন দিল্লীত পঞ্চায়তত মহিলাৰ নেতৃত্ব বিষয়ক ৰাষ্ট্ৰীয় কৰ্মশালা

পঞ্চায়তী ৰাজ মন্ত্ৰ্যালয়ৰ অধীনত কালি নতুন দিল্লীত পঞ্চায়তত মহিলাৰ নেতৃত্ব বিষয়ক এখন ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হয়। এই কর্মশালাত দেশৰ বিভিন্ন প্ৰান্তৰ ১৬০ গৰাকীৰো অধিক পঞ্চায়ত প্রতিনিধিয়ে অংশগ্রহণ কৰে ৷ অনুষ্ঠানত ভাষণ দি পুডুচেৰীৰ প্ৰাক্তন উপ ৰাজ্যপাল কিৰণ বেদীয়ে তৃণমূল পৰ্যায়ত পঞ্চায়তৰ ব...

August 15, 2024 11:41 AM August 15, 2024 11:41 AM

views 7

কেন্দ্ৰীয় চৰকাৰে স্বাধীনতা দিৱস উপলক্ষে  বিভিন্ন সেৱাৰ  ১০৩৭ জন জোৱানক বীৰত্ব আৰু সেৱাৰ পদক প্ৰদান

কেন্দ্ৰীয় চৰকাৰে স্বাধীনতা দিৱস উপলক্ষে আৰক্ষী, অগ্নিনির্বাপক, গৃহৰক্ষী তথা অসামৰিক প্ৰতিৰক্ষা আৰু সংশোধনী সেৱাৰ  ১০৩৭ জন জোৱানক বীৰত্ব আৰু সেৱাৰ পদক প্ৰদান কৰিছে। অসম আৰক্ষীৰ ১৪ গৰাকী বিষয়া জোৱানলৈ এইবাৰ বিশিষ্ট আৰু উৎকৃষ্ট সেৱাৰ বাবে পদক আগবঢ়োৱা হৈছে। অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক ৰত্না সিংহই উল্ল...

August 15, 2024 11:30 AM August 15, 2024 11:30 AM

views 9

যি একতা আৰু ত্যাগৰ সংগ্ৰামেৰে দেশবাসীয়ে স্বাধীনতা পালে সেই একেই সংকল্পৰে দেশে আগবাঢ়ে তেন্তে ২০৪৭ চনত বিকশিত ভাৰতৰ সপোন বাস্তৱত পৰিণত হ’বঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছে। নতুন দিল্লীৰ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাধীনতা দিৱসৰ এই শুভক্ষণত স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া আৰু আজীৱন সংঘৰ্ষ কৰা প্ৰতিজন স্বাধীনতা সংগ্ৰামীক স্মৰণ কৰে। শ্ৰী মোদীয়ে ভাষণ প...

August 15, 2024 11:25 AM August 15, 2024 11:25 AM

views 7

ভাৰত বিবিধতা আৰু বহুত্ববাদৰ সৈতে এখন ৰাষ্ট্ৰ হিচাপে ঐক্যবদ্ধভাৱে আগবাঢ়িছেঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে, ভাৰতে বিবিধতা আৰু বহুত্ববাদৰ সৈতে এখন ৰাষ্ট্ৰ হিচাপে ঐক্যবদ্ধভাৱে আগবাঢ়িছে। তেওঁ কয় যে, আমি তথা কথিত সামাজিক বিন্যাসক লৈ মতানৈক্য সৃষ্টি কৰিব পৰা প্রবৃত্তিসমূহ প্রত্যাখ্যান কৰা উচিত। স্বাধীনতা দিৱসৰ প্ৰাকসন্ধিয়া কালি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দি ৰাষ্ট্ৰপ...

August 14, 2024 8:27 PM August 14, 2024 8:27 PM

views 8

স্বাধীনতা দিৱসৰ প্ৰাকসন্ধিয়া আজি ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে, ভাৰতে বিবিধতা আৰু বহুত্ববাদৰ সৈতে এখন সংবদ্ধ ৰাষ্ট্ৰ হিচাপে আগবাঢ়িছে আৰু অৰ্জিত সামাজিক বিন্যাসক লৈ মতানৈক্য সৃষ্টি কৰিব পৰা প্ৰবৃত্তিসমূহ প্রত্যাখ্যান কৰিছে। স্বাধীনতা দিৱসৰ প্ৰাকসন্ধিয়া আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দি ৰাষ্ট্ৰীপতিগৰাকীয়ে এইদৰে প্ৰকাশ ক...