August 29, 2024 1:19 PM August 29, 2024 1:19 PM
11
চলিত বৰ্ষৰ পেৰালিম্পিক প্রতিযোগিতাত ১৬৭ দেশৰ ৪,৪০০ গৰাকী খেলুৱৈৰ অংশগ্ৰহণ
পেৰিছত কালি চলিত বৰ্ষৰ পেৰালিম্পিক প্রতিযোগিতা আৰম্ভ হৈছে। পেৰিছত অনুষ্ঠিত আকর্ষণীয় অনুষ্ঠানৰ পাছত এই প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে আৰম্ভ হয়। প্রতিযোগিতা ১৬৭ খন দেশৰ ৪ হাজাৰ ৪০০ গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছে। ২০২০ বৰ্ষৰ টকিঅ' অলিম্পিকৰ সোণৰ পদক বিজেতা জেভলিন খেলুৱৈ সুমিত অনতিল আৰু বিশ্ব অভিলেখ সৃষ্টি ক...