ৰাষ্ট্ৰীয়

August 31, 2024 5:19 PM August 31, 2024 5:19 PM

views 8

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পনাক বাস্তবায়িত কৰাৰ অংশ স্বৰূপে এই অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ী কেইখন মিৰাট-লক্ষ্ণৌ, মাডুৰাই-বেংগালুৰু আৰু চেন্নাই-নাগেৰক'ইল পথে...

August 31, 2024 5:13 PM August 31, 2024 5:13 PM

views 5

সমাজত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ আৰু শিশুৰ সুৰক্ষা চিন্তানীয় বিষয় হৈ পৰিছেঃ প্রধানমন্ত্ৰী

◊ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, সমাজত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ আৰু শিশুৰ সুৰক্ষা চিন্তানীয় বিষয় হৈ পৰিছে। তেওঁ কয় যে, মহিলাৰ সুৰক্ষাৰ বাবে দেশত বহুতো কঠোৰ আইন প্ৰণয়ন কৰা হৈছে, কিন্তু সম্প্রতি এই আইনসমূহ অধিক সক্ৰিয় কৰি তোলাৰ প্ৰয়োজন হৈছে। শ্ৰী মোদীয়ে নাৰী নিৰ্যাতনৰ গোচৰৰ বিচাৰ প্ৰ...

August 31, 2024 12:46 PM August 31, 2024 12:46 PM

views 11

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৩খন বন্দে ভাৰত ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৩খন বন্দে ভাৰত ৰে'লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পনা বাস্তবায়িত কৰা এই অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ী কেইখন মিৰাট-লক্ষ্ণৌ, মডুৰাই-বেংগালুৰু আৰু চেন্নাই-নাগৰক'ইল সংযোগী পথেৰে...

August 31, 2024 12:45 PM August 31, 2024 12:45 PM

views 2

তিনিদিনীয়া ভ্রমণসূচীৰে মঙলবাৰে ব্রুনেই আৰু ছিংগাপুৰলৈ যাব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলবাৰে তিনিদিনীয়া ভ্রমণসূচীৰে ব্রুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰত্নধীৰ জয়ছোৱালে কয় যে, প্রধানমন্ত্রী মোদী ব্রুনেই ছুলতান হাজী হছনল বোলকিয়াৰ আমন্ত্ৰম মৰ্মে ৩ ছেপ্তেম্বৰত ব্রুনেৰ ডাৰুচ্ছালামত...

August 31, 2024 12:43 PM August 31, 2024 12:43 PM

views 3

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী চম্পাই ছোৰেনৰ বিজেপিত যোগদান

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী চম্পাই ছোৰেনে কালি ৰাঁচীত অনুষ্ঠিত এটা অনুষ্ঠানত বিজেপিত যোগদান কৰে। ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাক্তন নেতাৰ পুত্ৰ বাবুলাল ছোৰেনে বিজেপিত যোগদান কৰে। অনুষ্ঠানত বাবুলাল মাৰাণ্ডী, শিৱৰাজ সিং চৌহান আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ বহুকেইগৰাকী জ্যেষ্ঠ নে...

August 30, 2024 9:08 PM August 30, 2024 9:08 PM

views 4

ভাৰতৰ ফিনটেক খণ্ডই বিশ্বজুৰি মানুহৰ জীৱন সহজ কৰি তুলিছে : প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে, ভাৰতৰ ফিনটেক খণ্ডই বিশ্বজুৰি মানুহৰ জীৱন সহজ কৰি তুলিছে । মুম্বাইত অনুষ্ঠিত হোৱা বিশেষ গ্ল’বেল ফিনটেক ফেষ্ট ২০২৪ ত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে কয় যে, ভাৰতত ফিনটেক গ্ৰহণৰ গতি আৰু পৰিসৰৰ তুলনা কৰিব নোৱাৰি। বিশ্বৰ ডিজিটেল আদান প্ৰদানৰ প্ৰায় ৫০ শতাংশ ভাৰততে...

August 30, 2024 9:06 PM August 30, 2024 9:06 PM

views 3

কাইলৈ ৩ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিয়লি পতাকা জোকাৰি ৩ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতক প্ৰতিফলিত কৰি সম্পূৰ্ণ দেশত নির্মিত বন্দে ভাৰত ৰেলগাড়ীকেইখন মিৰাট-লক্ষ্ণৌ, মাদুৰাই-বেংগালুৰু আৰু চেন্নাই-নাগৰকইলৰ মাজত চলাচল কৰিব। উত্তৰ প্রদেশ, তামিলনাডু আ...

August 30, 2024 9:04 PM August 30, 2024 9:04 PM

views 7

দেশৰ মহিলাসকলৰ অংশগ্রহণ অবিহনে ভাৰত কেতিয়াও এখন উন্নত ৰাষ্ট্ৰ হব নোৱাৰে বুলি জগদীপ ধনখড়ৰ মন্তব্য

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, দেশৰ মহিলাসকলৰ অংশগ্রহণ অবিহনে ভাৰত কেতিয়াও এখন উন্নত ৰাষ্ট্ৰ হব নোৱাৰে। নতুন দিল্লীত আজি দিল্লী বিশ্ববিদ্যালয়ৰ ভাৰতী মহাবিদ্যালয়ত বিকশিত ভাৰতত মহিলাসকলৰ ভূমিকা সন্দৰ্ভত এটা আলোচনাত অংশগ্রহণ কৰি এই কথা প্ৰকাশ কৰে। শ্ৰীধনখড়ে কয় যে, বিকশিত ভাৰতৰ লক্ষ্য সাধনৰ ক্ষ...

August 30, 2024 8:47 PM August 30, 2024 8:47 PM

views 4

পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত গ্ৰহণ কৰা আঁচনিসমূহ ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ

পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত গ্ৰহণ কৰা আঁচনিসমূহ অনুমোদিত পৰিকল্পনা আৰু অনুমান অনুসৰি ৰূপায়ণ কৰাটো নিশ্চিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই উদ্দেশ্যে আয়োগৰ অধীনৰ সকলো আঁচনি সংশ্লিষ্ট জিলা আয়ুক্তসকলৰ জৰিয়তে পৰীক্ষা কৰা হ'ব। পৰীক্ষণৰ অন্তত জিলা আয়ুক্তই বিশদ প্রতিবেদন অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰা...

August 30, 2024 8:09 PM August 30, 2024 8:09 PM

views 5

ঝাৰখণ্ডৰ মন্ত্রীসভাত চম্পাই চোৰেণৰ সলনি ৰামদাস চোৰেণক মন্ত্ৰীত্ব প্ৰদান

ঝাৰখণ্ডৰ হেমন্ত চোৰেণ মন্ত্রীসভাত চম্পাই চোৰেণৰ সলনি ঘটচিলাৰ ঝাৰখণ্ডৰ মুক্তি মৰ্চাৰ বিধায়ক ৰামদাস চোৰেণক মন্ত্ৰীত্ব প্ৰদান কৰা হৈছে। ৰাঁচীৰ ৰাজভৱনত এটা অনুষ্ঠানত ৰাজ্যপাল সন্তোষ কুমাৰ গংৱাৰে ৰামদাস চোৰেণক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত ৰাজখনৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ লগতে অন্য...