September 6, 2024 6:47 PM September 6, 2024 6:47 PM
6
ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে গুজৰাটৰ চুৰাটত জল সঞ্চয় জন ভাগিদাৰী কাৰ্যসূচী মুকলি প্রধানমন্ত্ৰী মোদীৰ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে গুজৰাটৰ চুৰাটত জল সঞ্চয় জন ভাগিদাৰী কাৰ্যসূচী মুকলি কৰে। প্ৰধানমন্ত্ৰী মোদীৰ সহযোগিতামূলক জল ব্যৱস্থাপনাৰ দৃষ্টিভংগীৰে ৰূপায়ণ হৈ থকা জলশক্তি অভিযানঃ বৰষুণৰ পানী সংৰক্ষণ অনুসৰি এই কাৰ্যসূচী লোৱা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে গুজৰাটৰ বৰষ...