ৰাষ্ট্ৰীয়

September 9, 2024 5:41 PM September 9, 2024 5:41 PM

views 14

আজিৰে পৰা ৰাজস্থানত ভাৰত আৰু আমেৰিকান সেনাবাহিনীৰ সংযুক্ত অনুশীলন আৰম্ভ

ৰাজস্থানৰ বিকানীৰৰ মহাজন ফিল্ড ফায়াৰিং ৰেঞ্জত ভাৰত আৰু আমেৰিকান সেনাবাহিনীৰ সংযুক্ত অনুশীলন আজি পুৱাৰে পৰা আৰম্ভ হৈছে। অনুশীলনৰ পূৰ্বে পেৰেড সমাৰোহ অনুষ্ঠিত কৰা হয়। এই যুদ্ধ অনুশীলনত ভাৰতীয় সেনাবাহিনীৰ দক্ষিণ পশ্চিম কামাণ্ডৰ সেনা আৰু আমেৰিকাৰ মুঠ এহেজাৰ ২০০ গৰাকী সেনাই অংশগ্ৰহণ কৰিছে। দুয়োখন দেশ...

September 9, 2024 5:38 PM September 9, 2024 5:38 PM

views 8

অহা ২৯ ছেপ্তেম্বৰত আকাশবাণীৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্তেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১- ৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰ...

September 9, 2024 11:46 AM September 9, 2024 11:46 AM

views 3

নতুন দিল্লীত আজি আবুধাৱিৰ ৰাজকুমাৰৰ সৈতে দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত আবুধাৱিৰ ৰাজকুমাৰ শ্বেইখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই ভাৰত আৰু সংযুক্ত আৰৱ আমিৰীৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ ব্যাপক ক্ষেত্ৰসমূহৰ সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে। আবুধাৱিৰ ৰাজকুমাৰগৰাকী কালি তিনিদিনীয়...

September 9, 2024 11:45 AM September 9, 2024 11:45 AM

views 7

ৰিয়াধত আজি প্ৰথম ভাৰত-গালফ সহযোগিতা পৰিষদৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ড০ এছ জয়শংকৰে অংশগ্ৰহণ কৰিব

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি ৰিয়াধত প্ৰথম ভাৰত-গালফ সহযোগিতা পৰিষদৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। ড° জয়শংকৰ দ্বিদেশীয় ভ্ৰমণৰ প্ৰথম পৰ্যায়ত কালি ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধত উপস্থিত হয়। এই বৈঠকৰ উদ্দেশ্য হৈছে- ভাৰত আৰু গালফ ৰাষ্ট্ৰসমূহৰ মাজত সম্পৰ্ক শক্তিশালী কৰা। ভাৰত-গালফ সহ...

September 9, 2024 11:39 AM September 9, 2024 11:39 AM

views 6

উত্তৰ প্ৰদেশৰ আগ্ৰাত আজিৰে পৰা ‘চিন্তন শিবিৰ’ শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পর্যালোচনা সন্মিলন

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে আজিৰে পৰা উত্তৰ প্ৰদেশৰ আগ্ৰাত চিন্তন শিবিৰ শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পর্যালোচনা সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনত দেশৰ প্ৰান্তীয় সম্প্রদায়সমূহৰ উন্নয়নৰ লক্ষ্যৰে বিভিন্ন আঁচনি তথা নীতি ৰূপায়ণ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ সামা...

September 9, 2024 11:38 AM September 9, 2024 11:38 AM

views 5

দেশত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে বৰ্তমানলৈকে ১.৭৯ কোটি কাৰ্যসূচী ৰূপায়ণ

চলিত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে দেশত বৰ্তমানলৈকে প্ৰায় ১ কোটি ৭৯ লাখ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি এই কাৰ্যসূচীৰ অধীনত ২০ লাখৰো অধিক পৰিপূৰক আহাৰ সম্পৰ্কীয় কাৰ্যসূচী ৰূপায়ণৰ তথ্য লাভ কৰা হৈছে। মন্ত্র্যালয়ে লগতে প্রকাশ কৰিছ...

September 9, 2024 11:37 AM September 9, 2024 11:37 AM

views 4

নতুন দিল্লীত আজি বস্তু আৰু সেৱাকৰ পৰিষদৰ ৫৪সংখ্যক বৈঠক

বস্তু আৰু সেৱাকৰ পৰিষদৰ ৫৪ সংখ্যক বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে এই বৈঠকত অধ্যক্ষতা কৰিব। চলিত বৰ্ষৰ জুন মাহত অনুষ্ঠিত এই পৰিষদৰ পূৰ্বৰ বৈঠকত ষ্টীল, লো আৰু এলুমিনিয়ামৰ সকলো গাখীৰৰ কেনত ১২ শতাংশ জি এছ টি ধাৰ্য কৰা হৈছিল। বৈঠকত ভাৰতীয় ৰে'লৱেই প্ৰদান কৰা ...

September 9, 2024 11:36 AM September 9, 2024 11:36 AM

views 12

জম্মু-কাশ্মীৰত সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ

সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জম্মু-কাশ্মীৰত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে৷ এই মাহৰ ১৮ আৰু ২৫ তাৰিখৰ উপৰি ১ অক্টোবৰত ৰাজ্যখনত তিনিটা পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে কালি ৰামবন জিলাৰ এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি ...

September 9, 2024 11:34 AM September 9, 2024 11:34 AM

views 16

আকাশবাণীত ২৯ ছেপ্টেম্বৰত ১১৪সংখ্যক ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্টেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধ...

September 9, 2024 11:33 AM September 9, 2024 11:33 AM

views 5

মণিপুৰৰ সকলো বিদ্যালয়-মহাবিদ্যালয় দুদিনৰ বাবে বন্ধ ঘোষণা

গোষ্ঠী সংঘৰ্ষৰ বাবে আইন-শৃংখলা পৰিস্থিতি অত্যধিক অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত মণিপুৰ চৰকাৰে ৰাজ্যখনৰ সকলো বিদ্যালয়-মহাবিদ্যালয় দুদিনৰ বাবে বন্ধ ঘোষণা কৰিছে। ৰাজ্যখনত কালি পুনৰ সংঘটিত বোমা বিস্ফোৰণত এজন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ পিছত চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰিছে। ইফালে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ত...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।