ৰাষ্ট্ৰীয়

September 23, 2024 11:58 AM September 23, 2024 11:58 AM

views 7

প্রধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত অসমত এ পি ডি চি এলৰ ২ লাখৰো অধিক আবেদন লাভ

প্রধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত অসমত এ পি ডি চি এলে দুই লাখৰো অধিক আবেদন লাভ কৰিছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যথেষ্ট ৰাজসাহায্য আগবঢ়োৱাৰ বাবে সৌৰশক্তি আহৰণ কৰাটো অধিক সুলভ হৈ পৰাৰ বাবে বিপুল সঁহাৰি পোৱা গৈছে। এ পি ডি চি এলৰ সূত্ৰই প্ৰকাশ কৰা মতে চাদৰ ওপৰত সৌৰ পেলেন স্থাপনৰ প্ৰতি গ্রহকৰ আগ্ৰহ ...

September 22, 2024 8:02 PM September 22, 2024 8:02 PM

views 6

কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী -এন চি চিৰ যুটীয়া ৰাজ্যিক প্ৰতিনিধি আৰু উপ-সঞ্চালক প্ৰধান সন্মিলন

প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠে কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী -এন চি চিৰ যুটীয়া ৰাজ্যিক প্ৰতিনিধি আৰু উপ-সঞ্চালক প্ৰধান সন্মিলনৰ অধ্যক্ষতা কৰিব। সন্মিলনৰ সময়ত শেহতীয়াকৈ এন চি চিৰ কেডেটৰ সংখ্যা ১৭ লাখৰ পৰা ২০ লাখলৈ বৃদ্ধি কৰাৰ উদ্দেশ্যে অনুমোদন দিয়া সম্প্ৰসাৰণ আঁচনিৰ ৰূপায়ণ...

September 22, 2024 7:22 PM September 22, 2024 7:22 PM

views 4

World Food India 2024 সন্মিলনৰ সামৰণি

নতুন দিল্লীৰ ভাৰত মণ্ডপমত যোৱা ১৯ চেপ্তেম্বৰৰ পৰা ৪ দিনীয়াকৈ অনুষ্ঠিত ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৪ ৰ আজি সামৰণি পৰে। এই কাৰ্যসূচীত ৪০ খন সত্ৰ অনুষ্ঠিত হয়। অনুষ্ঠানসমূহত বিভিন্ন ৰাজ্যৰ সংশ্লিষ্ট বিভাগ আৰু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয় তথা সংস্থাসমূহৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত এহেজাৰ ৫৫৭ গৰ...

September 22, 2024 12:20 PM September 22, 2024 12:20 PM

views 4

বিশ্ব গঁড় দিৱস উপলক্ষে গঁড় সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ

আজি বিশ্ব গঁড় দিৱস। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে আজিৰ দিনটোত গঁড় সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীমোদীয়ে বিগত বছৰসমূহত গঁড় সংৰক্ষণৰ প্ৰচেষ্টাৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ প্ৰশংসা কৰে। তেওঁ কয় যে, ভাৰত হৈছে বৃহৎ সংখ্যক এটা খড়্গযুক্ত ...

September 22, 2024 11:16 AM September 22, 2024 11:16 AM

views 4

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে আমেৰিকাত ভাৰতৰ শিখ সকলক লৈ কৰা মন্তব্যৰ সন্দৰ্ভত দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও শিখ সংগঠনৰ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ক সাক্ষাৎ

লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে আমেৰিকাত ভাৰতৰ শিখ সকলক লৈ কৰা মন্তব্যৰ সন্দৰ্ভত দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও শিখ সংগঠন আৰু সমিতিয়ে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ক কালি সাক্ষাৎ কৰে। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি বিজেপি নেতা মঞ্জিন্দৰ সিং ছিছাই এই কথা...

September 22, 2024 11:02 AM September 22, 2024 11:02 AM

views 17

ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ ৰাষ্ট্ৰসমূহলৈ ভাৰতে ৪০ নিযুত পালি প্রতিষেধক আগবঢ়াব বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ ৰাষ্ট্ৰসমূহলৈ ৪০ নিযুত পালি প্রতিষেধক আগবঢ়াব। কোৱাড শীৰ্ষ সন্মিলনৰ সময়তে কৰ্কট ৰোগ নিয়ন্ত্ৰণৰ সৈতে জড়িত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰী মোদীয়ে এইদৰে কয়। কৰ্কট ৰোগৰ চিনাক্তকৰণ, প্ৰতিৰোধ আৰু চিকিৎ‍সাৰ ক্ষেত্ৰত উদ্ভাৱনী কৌশল ...

September 21, 2024 9:27 PM September 21, 2024 9:27 PM

views 4

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ বন্যপ্ৰাণীৰ আৱাসভূমিৰ সংহত উন্নয়নৰ বাবে ১০০ দিনীয়া লক্ষ্য সম্পূৰ্ণ

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে বন্যপ্ৰাণীৰ আৱাসভূমিৰ সংহত উন্নয়নৰ বাবে ১০০ দিনীয়া লক্ষ্য সম্পূৰ্ণ কৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্রীসভাই বন্যপ্ৰাণীৰ আৱাসভূমিৰ উন্নয়ন আঁচনিৰ ৰূপায়ণ অব্যাহত ৰখাৰ বাবে ২৬০০ কোটিৰো অধিক ধন ব্যয়ত অনুমোদন জনাইছিল। আঁচনিখনত বন্যপ্ৰাণীৰ আৱাসভূম...

September 21, 2024 9:14 PM September 21, 2024 9:14 PM

views 3

ৱাশ্বিংটনৰ ডেলাৱেৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিপাক্ষিক বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৱাশ্বিংটনৰ ডেলাৱেৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। তিনিদিনীয়া ভ্রমণসূচীৰে আমেৰিকালৈ যোৱা শ্ৰী মোদীয়ে কেইবালানিও উচ্চস্তৰীয় বৈঠক আৰু কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আজি শেষ নিশা শ্ৰী মোদীয়ে কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ ষষ্ঠ বার্ষিক স...

September 21, 2024 9:13 PM September 21, 2024 9:13 PM

views 8

জম্মু সীমান্তত অস্ত্ৰবিৰতি উলংঘনৰ ঘটনা সংঘটিত নোহোৱাটোৱে পাকিস্তানে প্রধানমন্ত্ৰী মোদীক ভয় কৰাটো প্ৰতিফলিত কৰেঃ গৃহমন্ত্ৰী অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি এই বুলি আশ্বাস দিছে যে, জম্মু সীমান্তত দীৰ্ঘদিনৰে পৰা অস্ত্ৰ বিৰতি উলংঘনৰ কোনো ঘটনা সংঘটিত নোহোৱাটোৱে ইয়াকেই প্রতিফলিত কৰে যে পাকিস্তানে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভয় কৰে। আকাশবাণী জন্মৰ সংবাদদাতাই প্ৰকাশ কৰা মতে পুঞ্চ জিলাৰ মেন্ধৰত ...

September 21, 2024 9:11 PM September 21, 2024 9:11 PM

views 3

দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে আম আদমী পাৰ্টিৰ নেতা আতিশীৰ শপতগ্ৰহণ

আম আদমী পাৰ্টিৰ নেতা আতিশীয়ে আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজনিৱাসত অনুষ্ঠিত এটা অনুষ্ঠানত দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাৰ উপস্থিতিত আতিশী আৰু তেওঁৰ মন্ত্ৰী পৰিষদে শপতগ্ৰহণ কৰে। দলৰ নেতা গোপাল ৰায়, কৈলাশ গেহলট, সৌৰভ ভৰদ্বাজ, ইমৰান হুছেইন আৰু মুকেশ এহলাৱৰ্টেও কেবিনেট মন্ত্ৰী হ...