ৰাষ্ট্ৰীয়

October 26, 2024 9:02 PM

views 27

কাইলৈ আকাশবাণীৰ ১১৫ সংখ্যক খণ্ডৰ ‘মন কী বাত অনুষ্ঠান’

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৫ সংখ্যক খণ্ড। আকাশবাণী–দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণী নিউজৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন ন...

October 26, 2024 1:38 PM

views 21

ইউক্রেইনৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা ভয়ানক আৰু দুখজনক মানৱীয় দিশৰ বাবে ভাৰত-জাৰ্মানীৰ উদ্বেগ প্রকাশ

ভাৰত আৰু জাৰ্মানীয়ে ইউক্রেইনত চলি থকা যুদ্ধ আৰু এই যুদ্ধৰ ফলত সৃষ্টি হোৱা ভয়ানক আৰু দুখজনক মানৱীয় দিশসমূহৰ বাবে উদ্বেগ প্রকাশ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত সপ্তম ভাৰতজার্মানী আন্তঃচৰকাৰী পৰামৰ্শৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু জাৰ্মানীৰ চেঞ্চেলৰ অ’লাফ ছ’জে কয় যে, ইউক্রেইনত আন্তঃৰাষ্...

October 26, 2024 1:34 PM

views 18

ন্যায়পালিকাকে ধৰি সকলো ক্ষেত্ৰতে মহিলাসকলক অধিক সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিবলৈ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ আহ্বান

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ন্যায়পালিকাকে ধৰি সকলো ক্ষেত্ৰতে মহিলাসকলক অধিক সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয় যে, ইয়াৰ জৰিয়তে মহিলাসকলৰ অভিজ্ঞতাসমূহ প্ৰকাশ পাব আৰু সিদ্ধান্ত গ্ৰহণত যথেষ্ট সহায়ক হ'ব। মুখ্য ন্...

October 26, 2024 1:32 PM

views 25

আকাশবাণীত কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৫ সংখ্যক খণ্ড । আকাশবাণী - দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণী নিউজৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শ...

October 26, 2024 1:30 PM

views 7

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় কাইলৈ গুৱাহাটীত উপস্থিত হ’ব

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় কাইলৈ গুৱাহাটীত উপস্থিত হ'ব। এই ভ্ৰমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজ গুৱাহাটীৰ একবিংশ আন্তঃৰাষ্ট্ৰীয় সমাৱৰ্তনত অংশ ল'ব। তেওঁ লগতে ৰাজভৱনলৈও যোৱাৰ কথা আছে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত তেওঁৰ সন্মানার্থে আয়...

October 26, 2024 1:27 PM

views 27

ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্রতিযোগিতাত আজি নর্থ-ইষ্ট ইউনাইটেড এফ চি আৰু জামছেদপুৰ এফ চিৰ খেল

ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্রতিযোগিতাৰ এখন খেলত আজি নর্থ-ইষ্ট ইউনাইটেড এফ চি-জামছেদপুৰ এফ চিৰ মুখামুখি হ'ব। গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া খেলখন সন্ধিয়া ৫ বজাত আৰম্ভ হ'ব। ইপিনে কালি কোচ্ছিত অনুষ্ঠিত এখন খেলত বেংগালুৰু অফ চি দলে কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে ৩-১ গলৰ ...

October 26, 2024 1:25 PM

views 25

প্রখ্যাত পদার্থবিজ্ঞানী ৰোহিনী গোড়বোলেৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রখ্যাত পদার্থবিজ্ঞানী ৰোহিনী গোড়বোলেৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। শ্রীমোদীয়ে প্রয়াত বিজ্ঞানীগৰাকীক এগৰাকী অগ্ৰণী বিজ্ঞানী আৰু উদ্ভাৱক হিচাপে প্ৰশংসা কৰি কয় যে তেওঁ বিজ্ঞানৰ জগতত মহিলাৰ অংশগ্ৰহণৰ সমৰ্থক আছিল। প্রয়াত বিজ্ঞানীগৰাকীৰ শৈক্ষিক প্ৰচেষ্টাই পৰৱৰ্তী প্ৰজন্ম...

October 26, 2024 1:24 PM

views 24

দেৱালী, ষষ্ঠপূজাৰ লগতে বিভিন্ন উৎসৱৰ সময়ত অতিৰিক্ত ১৯৫খন বিশেষ ৰে’লৰ চলাচলৰ সিদ্ধান্ত

দেৱালী, ষষ্ঠপূজাৰ লগতে বিভিন্ন উৎসৱৰ সময়ত যাত্ৰীসকলৰ সুবিধাৰ বাবে উত্তৰ ৰে’লৱেই আজিৰে পৰা অহা মাহৰ ৭ তাৰিখলৈ অতিৰিক্ত ১৯৫ খন বিশেষ ৰে'লৰ চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে। এই ৰে'লসমূহ প্ৰধানতঃ নতুন দিল্লী আৰু আনন্দ বিহাৰ ৰে'লৱে ষ্টেচনৰ পৰা দেশৰ পূব অংশৰ বিভিন্ন ঠাইলৈ চলাচল কৰিব। আকাশবাণী বাতৰি বিভাগৰ সৈত...

October 25, 2024 7:38 PM

views 24

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় পৰহিলৈ গুৱাহাটীত উপস্থিত হ’ব

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পৰহিলৈ গুৱাহাটীত উপস্থিত হ'ব। এই ভ্রমণকালত উপ- ৰাষ্ট্ৰপতিগৰাকীয়ে কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজ গুৱাহাটীৰ একবিংশ আন্তঃৰাষ্ট্ৰীয় সমাৱৰ্তনত অংশ ল'ব। তেওঁ লগতে ৰাজভৱনলৈও যোৱাৰ কথা আছে। পৰহিলৈ সন্ধিয়া কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ সন...

October 25, 2024 6:41 PM

views 33

বম্বে উচ্চ ন্যায়ালয়ত পাঁচগৰাকী নতুন অতিৰিক্ত ন্যায়াধীশৰ শপত গ্ৰহণ

বম্বে উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে আজি পাঁচগৰাকী নতুন ন্যায়াধীশে শপত গ্ৰহণ কৰে। বম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায়ে নিবেদিতা প্রকাশ মেহতা, প্রফুল্ল সুৰেন্দ্ৰ কুমাৰ সুবালকাৰ, অশ্বিন দামোদৰ ভোবে, ৰোহিত বাসুদেও যোশী আৰু অদ্বৈত মহেন্দ্ৰ ছেথনাক শপতনামা পাঠ কৰোৱায়। উল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।