October 28, 2024 7:27 PM
29
গুজৰাটৰ বাডোদ্ৰাত চি-২৯৫ সামৰিক বিমানৰ টাটা এয়াক্রাফ্ট কমপ্লেক্স মুকলি
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্রী পেড়ো ছানচেজে আজি যুটীয়াভাৱে গুজৰাটৰ বাডোদ্ৰাত চি-২৯৫ সামৰিক বিমানৰ বাবে টাটা এয়াক্রাফ্ট কমপ্লেক্স মুকলি কৰে। এয়া হৈছে ভাৰতৰ সামৰিক বিমানৰ বাবে প্ৰথমটো ব্যক্তিগত খণ্ডৰ ফাইনেল এছেম্বলি লাইন। এই কার্যসূচীত টাটাৰ উপৰি ভাৰত ইলেকট্রনিকছ লিমিটেড আৰ...