ৰাষ্ট্ৰীয়

September 27, 2024 1:17 PM September 27, 2024 1:17 PM

views 9

ইথানেলৰ উৎপাদন আৰু গ্ৰাহকৰ ক্ষেত্ৰত ভাৰত বৰ্তমান বিশ্বৰ তৃতীয় মধ্যবিত্ত দেশত পৰিগনিত হৈছেঃ প্ৰহ্লাদ যোশী

খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোগীয়ে কৈছে যে ইথানেলৰ উৎপাদন আৰু গ্ৰাহকৰ ক্ষেত্ৰত ভাৰত বৰ্তমান বিশ্বৰ তৃতীয় মধ্যবিত্ত দেশ হিচাপে পৰিগনিত হৈছে। নতুন দিল্লীৰ অনুষ্ঠিত দুদিনীয়া ভাৰত চেনি আৰু জৈৱ-শক্তি সন্মিলন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে চেনি উদ্যোগ কেৱ...

September 27, 2024 1:16 PM September 27, 2024 1:16 PM

views 9

জম্মু-কাশ্মীৰত তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত

কেন্দ্রীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰত তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। ৰাজনৈতিক দলসমূহে ভোটাদাতাক আকৰ্ষণ কৰিবলৈ সক্রিয় কাম-কাজ অব্যাহত ৰাখিছে। নিৰ্বাচনৰ প্ৰথম দুটা পর্যায় বিগত ১৮ আৰু ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল। সামগ্ৰিকভাৱে শান্তিপূৰ্ণ ৰূপত সম্পন্ন হোৱা এই দুটা পৰ্যা...

September 27, 2024 1:15 PM September 27, 2024 1:15 PM

views 4

ইণ্টাৰনেটত নাগৰিকৰ আধাৰ আৰু পান কাৰ্ডৰ সবিশেষ উদঙাই দিয়া ৱেবছাইটসমূহ ব্লক চৰকাৰৰ

চৰকাৰে ইণ্টাৰনেটত নাগৰিকৰ আধাৰ আৰু পান কাৰ্ডৰ সবিশেষ উদঙাই দিয়া ৱেবছাইটসমূহ ব্লক কৰিছে। ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে নাগৰিকৰ আধাৰ আৰু পান কাৰ্ডৰ সবিশেষকে ধৰি স্পৰ্শকাতৰ ব্যক্তিগত চিনাক্তকৰণযোগ্য তথ্য উদঙাই থকা কিছুমান ৱেবছাইট চিনাক্ত কৰিছে। আধাৰ আইন ২০১৬ৰ ধাৰা ২৯(৪)ৰ অধীনত আধাৰৰ তথ্য...

September 26, 2024 9:37 PM September 26, 2024 9:37 PM

views 3

ৰাষ্ট্ৰজুৰি সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে ৯ কোটিৰো অধিক কাৰ্যসূচী ৰূপায়ণ

সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে ৰাষ্ট্ৰজুৰি ৯ কোটিৰো অধিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। পুষ্টিহীনতা ৰোধ কৰা আৰু সৰ্বাংগীণ কল্যাণৰ লক্ষ্যৰে এই বাৰ্ষিক অভিযানৰ অধীনত ৰক্তহীনতা দূৰীকৰণৰ বাবে এক কোটি ৮৮ লাখ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আনহাতে শিশুৰ বিকাশ নিৰীক্ষণৰ লক্ষ্যৰে এক কোটি ৬৮ লাখ আৰু পৰিপূৰক মাতৃ ...

September 26, 2024 9:35 PM September 26, 2024 9:35 PM

views 6

প্রধানমন্ত্ৰীয়ে অহা দেওবাৰে আকাশবাণীৰ ‘মন কী বাত’ৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানমন্ত...

September 26, 2024 9:25 PM September 26, 2024 9:25 PM

views 4

লাডাখৰ ছিয়াচেন বেছ কেম্পৰ হিমবাহত কৰ্তব্যৰত বিষয়া-সেনা জোৱানৰে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ মতবিনিময়

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি লাডাখৰ ছিয়াচেন বেছ কেম্প পৰিদৰ্শন কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে ছিয়াচেন হিমবাহত কর্তব্যত নিয়োজিত বিষয়া আৰু সেনাবাহিনীৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে প্ৰতিকূল পৰিৱেশৰ মাজতো প্ৰত্যাহ্বানসমূহ নেওচি দেশৰ সুৰক্ষাৰ বাবে সেনাবাহিনীৰ জোৱানসক...

September 26, 2024 9:20 PM September 26, 2024 9:20 PM

views 4

বিশ্বৰ মানচিত্ৰত ভাৰতে বিজ্ঞানৰ ক্ষেত্ৰত পূৰ্বৰ গৌৰৱ অৰ্জন কৰাৰ দিশত আগবাঢ়িছেঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি কয় যে, বিশ্বৰ মানচিত্ৰত ভাৰতে বিজ্ঞানৰ ক্ষেত্ৰত পূৰ্বৰ গৌৰৱ অৰ্জন কৰাৰ দিশত আগবাঢ়িছে। নতুন দিল্লীত আজি ৮৩ সংখ্যক চি এছ আই আৰৰ প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে সম্বোধন কৰি শ্ৰী ধনখড়ে কয় যে, অতীতত ভাৰতৰ বৈজ্ঞানিক দিশত থকা প্ৰজ্ঞাই বিশ্বক গৌৰৱান্বিত কৰিছিল। তেওঁ কয়...

September 26, 2024 9:18 PM September 26, 2024 9:18 PM

views 2

পুণেত পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটিং ছিষ্টেম আৰু উচ্চ ক্ষমতাসম্পন্ন কম্পিউটিং ছিষ্টেম মুকলি প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়াৰ ভাগত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে পুণেত বতৰ আৰু জলবায়ু সম্পৰ্কীয় তিনিটা পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটিং ছিষ্টেম আৰু এটা উচ্চ ক্ষমতাসম্পন্ন কম্পিউটিং ছিষ্টেম মুকলি কৰে। অনুষ্ঠানত শ্ৰী মোদীয়ে কয় যে, এই নতুন ছুপাৰ কম্পিউটাৰ আৰু এইচ পি চি ছিষ্টেমৰ প্ৰয়োগৰ জৰি...

September 26, 2024 9:16 PM September 26, 2024 9:16 PM

views 2

হাৰিয়ানাত জনসাধাৰণে বিজেপিক পুনৰ সেৱা কৰাৰ সুবিধা প্ৰদান কৰিবঃ প্ৰধানমন্ত্ৰী মোদী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ জনসাধাৰণে ৰাজ্যখনত পুনৰ বিজেপিক সেৱা কৰাৰ সুবিধা প্ৰদান কৰিব বুলি আশা প্রকাশ কৰিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে হাৰিয়ানাৰ বিজেপিৰ বুথ কৰ্মকৰ্তাসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে কয় যে, ভাৰতীয় জনতাপাৰ্টীয়ে ৰাজ্যখনত দুৰ্নীতিমুক্ত সেৱা...

September 26, 2024 9:15 PM September 26, 2024 9:15 PM

views 8

নিবনুৱা সমস্যা, কৃষকৰ বাবে উৎপাদিত শস্যৰ ন্যূনতম সমর্থন মূল্যৰ সন্দৰ্ভত বিজেপিক ৰাহুল গান্ধীৰ সমালোচনা

জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিবনুৱা সমস্যা আৰু কৃষকৰ বাবে উৎপাদিত শস্যৰ ন্যূনতম সমর্থন মূল্যৰ সন্দৰ্ভত বিজেপিক সমালোচনা কৰিছে। আজি হাৰিয়ানাৰ কৰ্ণাল জিলাৰ আচ্ছান্ধ বিধানসভা সমষ্টিত আয়োজিত কংগ্ৰেছৰ বিজয় সংকল্প শোভাযাত্ৰাত শ্ৰী গান্ধীয়ে ৰাজ্যখনৰ যুৱক-যুৱতীসকলে কর্মসংস্থাপনহীনতাৰ ফলত বিভিন্...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।