ৰাষ্ট্ৰীয়

September 28, 2024 8:15 PM September 28, 2024 8:15 PM

views 12

ছহীদ ভগত সিঙৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে মুক্তিযোদ্ধা ছহীদ ভগত সিঙৰ প্ৰতি তেওঁৰ জয়ন্তীত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে ভগত সিঙক স্মৰণ কৰি কয় যে তেওঁ এগৰাকী অমৰ শ্বহীদ, যি নিজৰ মাতৃভূমিৰ সন্মান ৰক্ষাৰ বাবে নিজৰ জীৱন আহুতি দিছিল। গৃহমন...

September 28, 2024 8:12 PM September 28, 2024 8:12 PM

views 7

১৪ কোটি ৪০ মিলিয়ন তীখা উৎপাদনেৰে ভাৰত দ্বিতীয় সৰ্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছেঃ ভূপতিৰাজু শ্ৰীনিবাস

কেন্দ্ৰীয় তীখা আৰু গধুৰ উদ্যোগ বিভাগৰ ৰাজ্য মন্ত্ৰী ভূপতিৰাজু শ্ৰীনিবাসে কয় যে ১৪ কোটি ৪০ মিলিয়ন তীখা উৎপাদনেৰে ভাৰত দ্বিতীয় সৰ্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছে। নতুন দিল্লীত স্বচ্ছ তীখা উৎপাদনৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি মন্ত্ৰী গৰাকীয়ে তীখাৰ ক্ষেত্ৰখনত প্ৰযুক্তিগত উদ্ভাৱন আৰু দক্ষতাৰ প্ৰশং...

September 28, 2024 8:10 PM September 28, 2024 8:10 PM

views 7

হাৰিয়ানাৰ হিছাৰত বিজেপিৰ জন আশীর্বাদ শোভাযাত্ৰাক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ হিছাৰত বিজেপিৰ জন আশীর্বাদ শোভাযাত্ৰাক সম্বোধন কৰে। তেওঁ কয় যে, কংগ্ৰেছ দল ক্ষমতাত থকা কোনো এখন ৰাজ্যতে স্থিৰতা দেখিবলৈ পোৱা নাযায়, কিয়নো দলটোৱে নিৰ্বাচনৰ সময়ত প্ৰদান কৰা মিছা প্ৰতিশ্ৰুতিবোৰ কেতিয়াও পূৰণ নকৰে। তেওঁ লগতে কংগ্ৰ...

September 28, 2024 8:01 PM September 28, 2024 8:01 PM

views 7

সত্য কথাই আইন ব্যৱস্থাৰ সৈতে জড়িত সকলোকে অধিক শক্তিশালী কৰি তোলেঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুয়ে কৈছে যে, সত্য কথাই আইন ব্যৱস্থাৰ সৈতে জড়িত সকলোকে অধিক শক্তিশালী কৰি তোলে৷ আজি হায়দাবাদৰ নালচাৰ আইন বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক দীক্ষান্ত সমাৰোহক সম্বোধন কৰি শ্ৰীমতী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ প্ৰতি সামাজিক ন্যায় ...

September 28, 2024 7:43 PM September 28, 2024 7:43 PM

views 12

আজি বিশ্ব জলাতংক দিৱস

আজি বিশ্ব জলাতংক দিৱস। প্রতিষেধকবিহীন কুকুৰ বা অন্য জীৱ জন্তুৱে কামোৰাৰ ফলত দেখা দিয়া এই ৰোগ সন্দৰ্ভত বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ মূল বিষয় হ'ল ব্ৰেকিং ৰেবিজ বাউণ্ডেৰিজ অর্থাৎ জলাতংক ৰোগৰ সজাগতাৰ ক্ষেত্ৰত সীমা অতিক্ৰম কৰা। জৰীপ অনুসৰি প্ৰতিবছৰে সমগ্ৰ বিশ্বত এ...

September 28, 2024 6:15 PM September 28, 2024 6:15 PM

views 9

কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মেক্সিকোৰ ৰাষ্ট্ৰপতিৰ শপত গ্রহণ অনুষ্ঠানত ভাৰতৰ প্রতিনিধি হিচাপে অংশগ্রহণ কৰিব

বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই পৰহিলৈৰ পৰা কৰিবলগীয়া ৯ দিনীয়া বিদেশ ভ্রমণ কাৰ্যসূচীৰ সময়ত ড° ক্লাউডিয়া শ্বেইনবামৰ মেক্সিকোৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্রহণ অনুষ্ঠানত ভাৰতৰ প্রতিনিধি হিচাপে অংশগ্রহণ কৰিব। এই উদ্দেশ্যেৰে আজি দিল্লীৰ পৰা শ্ৰী মাৰ্ঘেৰিটাই মেক্সিকো অভ...

September 28, 2024 6:07 PM September 28, 2024 6:07 PM

views 10

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱা ক্ষণত চৰকাৰে সমাজ কল্যাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱা ক্ষণত চৰকাৰে সমাজ কল্যাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। দেশক বিকাশৰ পথত অগ্ৰসৰ কৰিবৰ বাবে অন্ত্যোদয়ৰ নীতিৰ দ্বাৰা পৰিচালিত হৈ চৰকাৰে দৰিদ্ৰ, প্ৰান্তীয় আৰু পিছপৰি থকাসকলক সহায় কৰিবলৈ প্রতিশ্রুতিবদ্ধ বুলি প্রধানমন্ত্...

September 28, 2024 6:03 PM September 28, 2024 6:03 PM

views 18

পহিলা অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ ৬ হাজাৰতকৈ অধিক বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা ভাৰতীয় ৰে’ল বিভাগৰ

ভাৰতীয় ৰে'ল বিভাগে দুৰ্গা পূজা, দেৱালী আৰু ছট পূজাৰ বাবে অহা পহিলা অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ ৬ হাজাৰতকৈ অধিক বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে প্ৰতি বছৰে ৰে'ল বিভাগে বর্ধিত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উৎসৱৰ সময়ছোৱাত বিশেষ ৰে'লৰ চলাচলৰ ব্যৱস্থা কৰি আহিছে। যোৱা বছৰৰ তুলনাত এইবছৰ...

September 28, 2024 11:06 AM September 28, 2024 11:06 AM

views 4

শ্রেষ্ঠ পর্যটন গাঁও প্রতিযোগিতাত মণিপুৰৰ আন্দ্ৰো শ্রেষ্ঠ পৰ্যটন গাঁৱৰ সন্মানীয় বঁটা লাভ

মণিপুৰৰ আন্দ্ৰো গাঁৱে পৰ্যটন মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত শ্রেষ্ঠ পর্যটন গাঁও প্রতিযোগিতাৰ চলিত সংস্কৰণৰ ঐতিহ্য শাখাত অন্যতম শ্রেষ্ঠ পৰ্যটন গাঁৱৰ সন্মানীয় বঁটা লাভ কৰিছে। বিশ্ব পৰ্যটন দিৱস উদযাপনৰ সময়ত কালি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত অনুষ্ঠানত মন্ত্ৰালয়ে মণিপুৰ পৰ্যটনৰ বিষয়া আৰু আন্দ্ৰো গ...

September 28, 2024 10:58 AM September 28, 2024 10:58 AM

views 6

দুর্গা পূজা, দেৱালী আৰু ছট পূজাৰ বাবে ৬০০০তকৈ অধিক বিশেষ ৰে’ল চলাচল কৰাব ৰেল বিভাগে

ভাৰতীয় ৰে'ল বিভাগে দুর্গা পূজা, দেৱালী আৰু ছট পূজাৰ বাবে অহা পহিলা অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ ছহেজাৰতকৈ অধিক বিশেষ ৰে'ল চলাচল কৰাব। প্ৰতি বছৰে ভাৰতীয় ৰে'ল বিভাগে লাখ লাখ যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উৎসৱৰ সময়ছোৱাত বিশেষ ৰে'লৰ চলাচলৰ ব্যৱস্থা কৰি আহিছে। যোৱা বছৰৰ তুলনাত এইবছৰ বিশেষ ৰে'লৰ সংখ্য...