October 5, 2024 1:17 PM October 5, 2024 1:17 PM
11
হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত
হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত হৈছে। ভোটগ্রহণ সন্ধিয়া ৬ বজাত অন্ত পৰিব। এটা পৰ্যায়ত অনুষ্ঠিত এই নির্বাচনত ২ কোটি ৩ লাখ ভোটাৰে ১,০৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। সমগ্ৰ ৰাজ্যতে ২০ হাজাৰ ৬৩২টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। হাৰিয়ানাৰ মুখ্য নির্বাচনী বিষয়া পংকজ...