October 7, 2024 8:58 PM October 7, 2024 8:58 PM
4
ভাৰতীয় বায়ু সেনাৰ বর্ষপুর্তি উপলক্ষে লাডাখৰ থৈছেৰ পৰা কাইলৈ বায়ু বীৰ বিজেতা কাৰ ৰেলী
ভাৰতীয় বায়ু সেনাৰ ৯২ সংখ্যক বর্ষপুর্তিৰ লগত সংগতি ৰাখি কাইলৈ লাডাখৰ থৈছেৰ পৰা ৭ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ বায়ু বীৰ বিজেতা কাৰ ৰেলী উলিওৱা হ'ব। এই কাৰ ৰেলী ২৯ অক্টোবৰত অৰুণাচল প্ৰদেশৰ টাৱাঙত অন্ত পৰিব। ইয়াৰ আগেয়ে যোৱা ১ অক্টোবৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লী ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ ...