ৰাষ্ট্ৰীয়

November 9, 2024 10:59 AM

views 7

মহাৰাষ্ট্ৰৰ আকোলা আৰু নন্দেড়ত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী সভা

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে জনসাধাৰণৰ মন আকৰ্ষণ কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যতে নির্বাচনী সভাত অংশ লোৱা পৰিলক্ষিত হৈছে। প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ আকোলা আৰু নন্দেড়ত নিৰ্বা...

November 8, 2024 8:55 PM

views 10

জনজাতি সম্প্ৰদায়ৰ দ্রুত উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে কাম কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্ৰী জুৱেল অ’ৰাম

জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ দ্রুত উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে কাম কৰি আহিছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জুৱেল অ’ৰামে আজি গুৱাহাটীত মন্তব্য কৰে। জনজাতি বসতি প্রধান অঞ্চলত ২৫ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ'ব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খে...

November 8, 2024 8:39 PM

views 10

চৰকাৰৰ দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ নীতিয়ে দুর্নীতিক পুলিয়ে পোখাই উৎখাত কৰিব বুলি ৰাষ্ট্ৰপতিৰ দ্রৌপদী মুৰ্মুৰ আস্থা প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে চৰকাৰৰ দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ নীতিয়ে দুর্নীতিক পুলিয়ে পোখাই উৎখাত কৰিব বুলি আস্থা প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰতীয় সমাজত সততা আৰু নিয়মানুৱৰ্তিতাক জীৱনৰ আদৰ্শ বুলি গণ্য কৰা হয়। আজি নতুন দিল্লীত কেন্দ্রীয় সতর্কতা আয়োগৰ সতৰ্কতা সজাগতা সপ্তাহৰ লগত সংগত...

November 8, 2024 8:38 PM

views 14

বাণিজ্যিক ন্যায়ালয় সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত চৰকাৰে জনসাধাৰণৰ দিহা-পৰামৰ্শ বিচাৰিছে

চৰকাৰে বাণিজ্যিক ন্যায়ালয় সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত জনসাধাৰণৰ দিহা পৰামৰ্শ বিচাৰিছে। আইন আৰু ন্যায় মন্ত্ৰালয়ে ২০১৫ চনৰ বাণিজ্যিক ন্যায়ালয় আইনৰ সংশোধন ঘটোৱাৰ কথা বিবেচনা কৰিছে। এই আইনখন বাণিজ্যিক গোচৰসমূহৰ দ্ৰুত আৰু উচিত মূল্যত সমাধান সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই আইনখন প্ৰণয়ন কৰা হৈছিল। খচৰ...

November 8, 2024 8:36 PM

views 15

কেন্দ্ৰীয় চৰকাৰ আৰু মহাৰাষ্ট্ৰৰ মহামিত্ৰজোঁটৰ চৰকাৰ নিপীড়িত-বঞ্চিতসকলৰ কল্যাণৰ প্ৰতি বদ্ধপৰিকৰঃ প্ৰধানমন্ত্ৰী মোদী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে কেন্দ্ৰৰ এন ডি এ চৰকাৰ আৰু মহাৰাষ্ট্ৰৰ মহামিত্ৰজোঁটৰ চৰকাৰ নিপীড়িত-বঞ্চিতসকলৰ কল্যাণৰ প্ৰতি বদ্ধপৰিকৰ। মহাৰাষ্ট্ৰৰ নাচিকৰ এখন নির্বাচনী সভাত ভাষণ দি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ প্ৰায় ৫০ লাখ মহিলাই উজ্জ্বলা যো...

November 8, 2024 8:34 PM

views 10

বিজেপিয়ে জনজাতীয় লোকসকলৰ পৰা মাটি, পানী আৰু জংঘল কঢ়াৰ চেষ্টা চলাইছে বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অভিযোগ

বিজেপিয়ে জনজাতীয় লোকসকলৰ পৰা মাটি, পানী আৰু জংঘল কঢ়াৰ চেষ্টা চলাইছে বুলি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে অভিযোগ কৰিছে। ঝাৰখণ্ডৰ ছিমডেগাৰ এখন নির্বাচনী সভাত ভাষণ দি শ্ৰীগান্ধীয়ে ৰাজ্যখনৰ আসন্ন বিধানসভা নিৰ্বাচনত আই-এন-ডি-আই মিত্ৰজোঁট আৰু বিজেপি, আৰ এছ এছৰ আদৰ্শৰাজিৰ মাজত যুদ্ধ বুলি অভিহিত ক...

November 8, 2024 7:02 PM

views 12

দুৰ্নীতিক এটা ৰোগ, ইয়াক শিপাৰে সৈতে নিৰ্মূল কৰিব লাগেঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দুৰ্নীতিক এটা ৰোগ বুলি উল্লেখ কৰি ইয়াক শিপাৰে সৈতে নিৰ্মূল কৰিব লাগে বুলি মত প্ৰকাশ কৰিছে। আজি নতুন দিল্লীত কেন্দ্রীয় সতর্কতা আয়োগৰ সতৰ্কতা সজাগতা সপ্তাহৰ অনুষ্ঠানত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে এইদৰে কয় । ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, চৰকাৰে দুৰ্নীতি নিবাৰণৰ...

November 8, 2024 7:01 PM

views 10

বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানিৰ ৯৭সংখ্যক জয়ন্তীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানিৰ আজি ৯৭সংখ্যক জয়ন্তীত তেওঁৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে ভাৰতৰত্ন এল কে আদৱানি হৈছে দেশৰ বিকাশৰ বাবে নিজকে সমৰ্পণ কৰা দেশৰ অন্যতম আদৰণীয় ব্যক্তি। শ্ৰী মোদীয়ে লগতে কয় যে, শ্ৰী আদৱানি...

November 8, 2024 7:00 PM

views 12

ভাৰতীয় ৰে’লৱেৰ উৎসৱৰ বতৰত ৪,৫২১খন ৰে’লেৰে প্রায় ৬৫ লাখ যাত্ৰীৰ যাতায়াত

ভাৰতীয় ৰে'লৱে উৎসৱৰ বতৰত ৪ হাজাৰ ৫২১ খন ৰে'লগাড়ীৰ জৰিয়তে প্রায় ৬৫ লাখ যাত্ৰীক যাতায়াত কৰোৱাইছে। ৰে'ল মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া অনুসৰি ১ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈকে বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ পূব প্ৰান্তলৈ ৬ কোটি ৮৫ লাখৰো অধিক যাত্ৰীয়ে ৰে'লযোগে নিজৰ গন্তব্য স্থানলৈ যাত্ৰা কৰে৷ ইপিনে উত্ত...

November 8, 2024 6:56 PM

views 9

কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলৰ ছেমি ফাইনেলত ভাৰতৰ কিৰণ জৰ্জ

ভাৰতৰ কিৰণ জৰ্জ আজি ইক্সান চহৰত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। জর্জে পুৱা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত জাপানৰ টাকুমা ওবায়াছিক ২১-১৪, ২১-১৬ পোনপটীয়া ছেটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে জর্জে প্রি-কোৱাৰ্টাৰ ফাইনেলত টাইৱানৰ চি য়ু জেনক ২১–১৭, ১৯-২১,...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।