ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাষ্ট্ৰীয়

July 24, 2024 7:56 PM

কেন্দ্ৰীয় বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’লখণ্ডৰ উন্নয়নৰ বাবে ১০ হাজাৰ ৩৭৬ কোটি টকা আবণ্টনঃ ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ

ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে, এইবাৰৰ বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ ৰে'লখণ্ডৰ উন্নয়নৰ বাবে ১০ হাজাৰ ৩৭৬ কোটি ট...

July 24, 2024 7:51 PM

দেশৰ পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ ১৫ ছেপ্টেম্বৰপৰ্যন্ত মুকলি থাকিব

দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ ১৫ ছেপ্তেম্বৰ পৰ্যন্ত মু...

July 24, 2024 7:03 PM

কেন্দ্ৰীয় বাজেটত একাংশ ৰাজ্যৰ ক্ষেত্ৰত বৈষম্য হোৱা বুলি উত্থাপিত অভিযোগ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অস্বীকাৰ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কেন্দ্ৰীয় বাজেটত একাংশ ৰাজ্যৰ ক্ষেত্ৰত বৈষম্য হোৱা বুলি উত্থাপিত অভিযোগ অস্বী...

July 24, 2024 7:02 PM

নীট ইউ জি পৰীক্ষা আৰু ২০২৪-২৫ বৰ্ষৰ বাজেটক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে বিৰোধী দলসমূহক বিজেপিৰ কঠোৰ সমালোচনা

ভাৰতীয় জনতা পাৰ্টীয়ে নীট ইউ জি পৰীক্ষা আৰু ২০২৪-২৫ বৰ্ষৰ বাজেটক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে বিৰোধী দলসমূহক কঠো...

July 24, 2024 7:01 PM

কৰ্কট ৰোগৰ ঔষধক ব্যয়সাধ্য কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় বাজেটত তিনিবিধ দৰৱত সীমাশুল্ক ৰেহাইৰ প্ৰস্তাৱ

চৰকাৰে কৰ্কট ৰোগৰ ঔষধক ব্যয়সাধ্য কৰি তোলাৰ লক্ষ্যৰে এনে ঔষধৰ ক্ষেত্ৰত সীমাশুল্ক ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছে। ...

July 24, 2024 7:00 PM

নেপালৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা উৰণৰ সময়ত বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ১৮জন লোকৰ মৃত্যু

নেপালত আজি কাঠমাণ্ডুৰ ত্ৰিভুৱন অন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা উৰণৰ সময়ত সৌৰ্য্য এয়াৰলাইনছৰ এখন বিমান দুৰ্...

July 24, 2024 6:58 PM

আদালতৰ কৰ্ম সম্পাদনৰ সময়ৰ ক্ষেত্ৰত নিয়মৰ সাল-সলনি উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আদালতৰ কৰ্ম সম্পাদনৰ সময়ৰ ক্ষেত্ৰত নিয়মৰ কিছু সাল-সলনি ঘটাইছে। শেহতীয়া সংশোধনী অনুসৰি এত...

July 24, 2024 6:56 PM

কৰ্মচাৰীৰ ৰাজ্যিক বীমা আঁচনিৰ অধীনত ২০ লাখৰো অধিক নতুন শ্রমিকৰ নামভৰ্তি

কৰ্মচাৰীৰ ৰাজ্যিক বীমা আঁচনিৰ অধীনত ২০ লাখৰো অধিক নতুন শ্রমিকৰ নামভৰ্তি কৰা হৈছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে জ...

July 24, 2024 6:53 PM

‘সম্পূর্ণতা অভিযান’ৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগৰ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ...

July 24, 2024 6:50 PM

উচ্চতম ন্যায়ালয়ত বিচাৰাধীন গোচৰ নিষ্পত্তিৰ বাবে ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালতৰ আয়োজন

উচ্চতম ন্যায়ালয়ে বিচাৰাধীন গোচৰসমূহ নিষ্পত্তিৰ বাবে অহা ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালতৰ আয়োজন কৰিছে। উচ্...

1 498 499 500 501 502 650