October 17, 2024 7:50 PM October 17, 2024 7:50 PM
9
নায়ব সিং ছইনি দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত
বিজেপি নেতা নায়ব সিং ছইনিকে আজি পঞ্চকুলাৰ শ্বালিমাৰ গার্ডেনত আয়োজিত শপত গ্রহণ অনুষ্ঠানত দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয়। হাৰিয়ানাৰ ৰাজ্যপাল বাণ্ডাৰু দত্তাত্ৰেয়ই তেওঁক প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰায়। শ্ৰী নায়ব সিঙৰ সৈতে...