October 19, 2024 7:05 PM October 19, 2024 7:05 PM
4
জম্মু-কাশ্মীৰ বিধানসভাৰ প্ৰটেম সদস্য হিচাপে নেচনেল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মোবাৰক গুলৰ শপতগ্ৰহণ
জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই নেচনেল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মোবাৰক গুলক জম্মু-কাশ্মীৰ বিধানসভাৰ প্ৰটেম সদস্য হিচাপে শপতগ্ৰহণ কৰোৱায়। শ্ৰীগুলে শ্ৰীনগৰৰ ইদগাহ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত জয়ী হৈছিল। তেওঁ আজি শ্ৰীনগৰ ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত শপতগ্ৰহণ কৰে। শপতগ্রহণ অনুষ্ঠানত মুখ্যমন্ত্র...