ৰাষ্ট্ৰীয়

October 31, 2024 7:58 PM October 31, 2024 7:58 PM

views 5

অনাগত ২৫ বছৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’বৰ বাবে ৰাষ্ট্ৰীয় একতা অত্যন্ত গুৰুত্বপূৰ্ণঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একতাৰ ভাৱনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় একতা ভংগ কৰাৰ প্ৰচেষ্টা চলোৱা বিভাজনকাৰী শক্তিসমূহৰ পৰা সাৱধান হ'বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। গুজৰাটৰ কেৱৰিয়াত লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তী উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ সমাৰোহত জনসাধাৰণক সম্বো...

October 31, 2024 5:40 PM October 31, 2024 5:40 PM

views 6

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিলে টাৱাঙত নিৰ্মিত  চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে ভাৰত আৰু চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া কেতবোৰ অঞ্চলৰ ক্ষেত্ৰত থকা মতানৈক্য সমাধানৰ বাবে কূটনৈতিক আৰু সামৰিক দুয়োটা পৰ্যায়তে আলোচনাত মিলিত হয়। এই আলোচনা অনুসৰি সম আৰু পাৰস্পৰিক নিৰাপত্তাৰ ভিত্তিত বহুলভাৱে সহমতত উপনীত হয়। শ্রী সিঙে ভার্চুৱেল ব্যৱস্থাৰ...

October 31, 2024 5:36 PM October 31, 2024 5:36 PM

views 10

সমগ্ৰ দেশতে পোহৰৰ উৎসৱ দীপাৱলী পালন

সমগ্ৰ দেশতে আজি পোহৰৰ উৎসৱ দীপাৱলী পালন কৰা হৈছে। এই উৎসৱ অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ প্ৰতীক। এই উপলক্ষে জনসাধাৰণে ধন, ঐশ্বৰ্য্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ পূজা-অৰ্চনা কৰে । ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীপা...

October 31, 2024 5:32 PM October 31, 2024 5:32 PM

views 11

২০২৪ বৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্রী দক্ষতা পদক প্ৰদান

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, কেন্দ্ৰীয় আৰক্ষী সংস্থা আৰু বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৪৬৩ গৰাকী ব্যক্তিক ২০২৪ বৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্রী দক্ষতা পদক প্ৰদান কৰা হৈছে। বিশেষ অভিযান, তদন্ত, গোপন আৰু ফৰেণচিক বিজ্ঞান ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট কাৰ্যক মান্যতা প্ৰদান কৰাৰ লগতে উচ্চ পে...

October 31, 2024 5:29 PM October 31, 2024 5:29 PM

views 3

উৎসৱৰ বতৰত ৰে’ল যাত্ৰীৰ সুবিধার্থে সমগ্ৰ দেশতে ভাৰতীয় ৰে’লৱেৰ বিশেষ ৰে’ল সেৱা

ভাৰতীয় ৰে'লৱেই উৎসৱৰ পৰিপ্ৰেক্ষিতত ৰে'ল যাত্ৰীসকলৰ সুবিধার্থে সমগ্ৰ দেশতে বিশেষ ৰে’ল সেৱা চলাই আছে। প্ৰতিবছৰে ৰে'লত ভ্ৰমণ কৰা লাখ লাখ যাত্ৰীৰ যাতায়াতৰ সুবিধাৰ্থে ৰে'লৱেই এই বিশেষ ৰে'ল সেৱা চলাই আহিছে। বিগত বৰ্ষৰ তুলনাত এইবাৰ ২,৮০০ খন বিশেষ ৰে'লৰ সংখ্যা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। যোৱা বছৰ এই সময়ত ...

October 31, 2024 5:25 PM October 31, 2024 5:25 PM

views 5

প্রাক্তন প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ স্মৃতি দিৱস উপলক্ষে দেশবাসীৰ স্মৰণ

দেশবাসীয়ে আজি প্রাক্তন প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীক স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধাৰে স্মৰণ কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে দলটোৰ অন্যান্য জ্যেষ্ঠ নেতাসকলে দিল্লীৰ শক্তিস্থলত ইন্দিৰা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইন্দিৰা গান্ধী স্মাৰকটো এটা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। কংগ্ৰেছৰ সভাপত...

October 31, 2024 12:19 PM October 31, 2024 12:19 PM

views 5

একতাৰ ভাৱনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় একতা ভংগ কৰাৰ প্ৰচেষ্টা চলোৱা বিভাজনকাৰী শক্তিসমূহৰ পৰা সাৱধানে থাকিবলৈ সকলোৰে প্ৰতি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একতাৰ ভাৱনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় একতা ভংগ কৰাৰ প্ৰচেষ্টা চলোৱা বিভাজনকাৰী শক্তিসমূহৰ পৰা সাৱধানে থাকিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। গুজৰাটৰ কেৱৰিয়াত লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তী উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ সমাৰোহত জনসাধাৰণক সম...

October 31, 2024 12:05 PM October 31, 2024 12:05 PM

views 5

দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত  কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ

দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বোটাডৰ চালাংপুৰত অৱস্থিত কষ্টভঞ্জন হনুমানজী মন্দিৰৰ শ্ৰীগোপালানন্দ স্বামী যাত্রী ভবন উদ্বোধন কৰিব। কাইলৈ তেওঁ আহমেদাবাদৰ পিড়ানাত ৰাজ্যখনৰ সৰ্ববৃহৎ আৱৰ্জনাৰ পৰা শক্তি উৎপাদন কেন্দ্ৰ উদ্বোধন কৰিব।

October 31, 2024 11:36 AM October 31, 2024 11:36 AM

views 8

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উদযাপন; ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰীকে ধৰি বিভিন্ন নেতাৰ জনসাধাৰণলৈ শুভেচ্ছা

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা হৈছে। ইয়াকে লৈ ৰাজ্যৰ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰান্তে প্রান্তে বিক্ৰেতাসকলে অস্থায়ী বিপণী মুকলি কৰি দীপাৱলীৰ বাবে চাকি, ফটকাকে ধৰি সামগ্ৰীসমূহ বিক্ৰী কৰিছে। মহানগৰীৰ ...

October 31, 2024 11:32 AM October 31, 2024 11:32 AM

views 5

ভাৰতে সদায় চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সৌহাদ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত বিশ্বাস কৰেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, নিৰন্তৰ সামৰিক আৰু কূটনৈতিক প্ৰচেষ্টাৰ বাবেই ভাৰত আৰু চীন প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া কেতবোৰ অঞ্চলত পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে সহমতত উপনীত হৈছে। তেজপুৰৰ বড়াখানাত কালি নিশা সৈনিকসকলক সম্বোধন কৰি শ্রীসিঙে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতে সদায় ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।