ৰাষ্ট্ৰীয়

November 28, 2024 8:32 PM

views 80

২১১ জন ভাৰতীয় মাছমৰীয়া পাকিস্তানৰ জিম্মাত থকাৰ কথা স্বীকাৰ

পাকিস্তানে যোৱা জুলাইত বিনিময় কৰা তালিকা অনুসৰি ২১১ জন ভাৰতীয় মাছমৰীয়া দেশখনৰ জিম্মাত থকাৰ কথা স্বীকাৰ কৰিছে। ৰাজ্য সভাত আজি এটা লিখিত উত্তৰত বিদেশ ৰাজ্য মন্ত্রী কীৰ্তি বৰ্ধন সিঙে এই কথা সদৰি কৰে। তেওঁ কয়, যে পাকিস্তানৰ জিম্মাত থকা মাছমৰীয়াসকলৰ ভিতৰত ১৩৯ জন গুজৰাটৰ।

November 28, 2024 8:28 PM

views 16

প্রধানমন্ত্রী পদ পথ ব্যৱসায়ী আত্ম নিৰ্ভৰ আঁচনি চমুকৈ পি এম সৰ্বনিধিৰ অধীনত বৰ্তমানলৈকে ৬৭ লাখৰো অধিক লোক উপকৃত

প্রধানমন্ত্রী পদ পথ ব্যৱসায়ী আত্ম নিৰ্ভৰ আঁচনি চমুকৈ পি এম সৰ্বনিধিৰ অধীনত এতিয়ালৈকে ৬৭ লাখৰো অধিক লোক উপকৃত হৈছে। নগাৰঞ্চলত ক্ষুদ্ৰ ব্যৱসায় কৰা এই লোকসকললৈ ৫০ হাজাৰ টকা পৰ্যন্ত চতহীন হ্রস্বম্যাদী মূলধনী ঋণ প্ৰদানৰ বাবে ২০২০ চনত এই আঁচনিখন আৰম্ভ কৰা হৈছিল। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা ৰাজ্য মন্ত্...

November 28, 2024 8:21 PM

views 31

সংখ্যালঘূসহ বাংলাদেশৰ সকলো নাগৰিকৰ জীৱন আৰু স্বাধীনতা ৰক্ষা কৰাটো সেই দেশৰ চৰকাৰৰ প্ৰাথমিক দায়িত্বঃ বিদেশ ৰাজ্য মন্ত্ৰী কীৰ্তি বৰ্ধন সিং

ভাৰতে বাংলাদেশক হিন্দু আৰু অন্য সংখ্যালঘু সম্প্ৰদায়ৰ লোক আৰু তেওঁলোকৰ উপাসনা স্থলীসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে। বিদেশ ৰাজ্য মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত কয়, যে সংখ্যালঘূসহ বাংলাদেশৰ সকলো নাগৰিকৰ জীৱন আৰু স্বাধীনতা ৰক্ষা কৰাটো সেই দেশৰ চৰকাৰৰ প্ৰাথমিক দায...

November 28, 2024 8:18 PM

views 89

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সম্প্ৰসাৰণৰ বাবে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সমৰ্থন আদায়ৰ বাবে ভাৰতে অন্য দেশৰ সৈতে একেলগে কাম কৰি আছেঃ জয়শংকৰ

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সম্প্ৰসাৰণৰ বাবে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সমৰ্থন আদায় কৰাৰ বাবে ভাৰতে অন্য দেশৰ সৈতে একেলগে কাম কৰি আছে। বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰে ৰাষ্ট্ৰসংঘৰ সম্প্ৰসাৰিত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ লাভত সৰ্ব...

November 28, 2024 7:36 PM

views 32

হুলস্থুলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম-কাজ তৃতীয় দিনৰ বাবেও স্থগিত

দেশৰ এটা আগশাৰীৰ ব্যৱসায়ী গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম-কাজ আজি একেৰাহে তৃতীয় দিনৰ বাবেও স্থগিত ৰাখিবলগীয়া হয়। লোকসভাত আজি কেৰালাৰ ৱায়নাড়ৰ পৰা নিৰ্বাচিত কংগ্ৰেছ সাংসদ প্রিয়ংকা গান্ধী আৰু ...

November 28, 2024 7:33 PM

views 34

ঝাৰখণ্ডৰ চতুৰ্দশগৰাকী মুখ্যমন্ত্ৰী হিচাপে হেমন্ত ছোৰেণৰ শপতগ্ৰহণ

ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিধায়িনী দলৰ নেতা হেমন্ত ছোৰেণে আজি চতুৰ্থবাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছে। আজি বিয়লি ৰাঁচীৰ মোৰহাবাৰী খেলপথাৰত আয়োজিত এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল সন্তোষ কুমাৰ গংগোৱাৰে তেওঁক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ...

November 28, 2024 6:33 PM

views 28

চতুৰ্থবাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে হেমন্ত ছোৰেনৰ শপতগ্ৰহণ

ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিধায়িনী দলৰ নেতা হেমন্ত ছোৰেণে আজি চতুৰ্থবাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছে। আজি বিয়লি ৰাঁচীৰ মোৰহাবাৰী খেলপথাৰত আয়োজিত এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল সন্তোষ কুমাৰ গংগোৱাৰে তেওঁক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। শপতগ্রহণ অনুষ...

November 28, 2024 12:02 PM

views 14

গোৱা অনুষ্ঠিত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি অন্তিম দিন

গোৱাৰ ৰাজধানী পানাজীত চলি থকা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি সামৰণি পৰিব৷ আজি অন্তিম দিনা যুৱপ্ৰজন্ম আৰু চিনেমা বিষয়ত কলা একাডেমীত এখন আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ লগতে চেক-ইংৰাজী আৰু জাৰ্মান ভাষাত নিৰ্মিত বহদান শ্লামাই পৰিচালনা কৰা ড্রাই চিজন শীর্ষক চিনেমাখন সামৰণি চিনেমা হিচাপে প্ৰদৰ্শ...

November 28, 2024 11:52 AM

views 13

নতুন দিল্লীত অনুষ্ঠিত ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত বিষয়ভিত্তিক উপস্থাপনত অসমৰ ব্ৰঞ্জৰ পদক লাভ

নতুন দিল্লীত অনুষ্ঠিত ৪৩ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা চমুকৈ আই আই টি এফ ২০২৪ত বিষয়ভিত্তিক উপস্থাপনত অসমে প্ৰদৰ্শনৰ উৎকৃষ্টতাৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰিছে। এই মেলাত অসম পেভিলিয়নে হস্তশিল্প, কৃষি, বস্ত্ৰ আৰু খাদ্য প্ৰক্ৰিয়াকৰণ সামগ্ৰীৰ জৰিয়তে ৰাজহ সৃষ্টি আৰু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক...

November 28, 2024 11:51 AM

views 15

ফ্রান্স আৰু এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ সহযোগী দেশসমূহক দ্বিপাক্ষিক চুক্তি-বহুপাক্ষিক মঞ্চৰ জৰিয়তে ব্যৱসায় বৃদ্ধিৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ

বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে ফ্রান্স আৰু এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ সহযোগী দেশসমূহক দ্বিপাক্ষিক চুক্তি আৰু বহুপাক্ষিক মঞ্চৰ জৰিয়তে ব্যৱসায় বৃদ্ধি কৰিবলৈ, জলবায়ু পৰিৱৰ্তনৰ দৰে গোলকীয় সমস্যাসমূহ সমাধানৰ বাবে প্ৰযুক্তিগত সহযোগিতা সুদৃঢ় কৰিবলৈ আৰু সাংস্কৃতিক তথা শৈক্ষিক বিনিময়ৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।