ৰাষ্ট্ৰীয়

November 29, 2024 6:19 PM

views 35

বস্ত্ৰ উদ্যোগত মহিলাৰ অংশগ্রহণ উল্লেখনীয়ভাৱে বৃদ্ধি হৈছেঃ পবিত্ৰ মাৰ্ঘেৰিটা

কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বস্ত্ৰ উদ্যোগত মহিলাৰ অংশগ্রহণ উল্লেখনীয়ভাৱে বৃদ্ধি হোৱা বুলি মন্তব্য কৰিছে। আজি নতুন দিল্লীত এখন সংবাদমেলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থ আঁচনিৰ অধীনত প্ৰায় ৬ লাখ মহিলা হিতাধিকাৰীক প্ৰশিক্ষণ দিয়া হৈছে। বস্ত্ৰ উদ্যোগৰ ...

November 29, 2024 10:31 AM

views 35

ভাৰত-ৰাছিয়াৰ সামৰিক সহযোগিতা সম্পৰ্কীয় কাৰ্য গোটৰ চতুৰ্থ বৈঠক

ভাৰত-ৰাছিয়া আন্তঃ চৰকাৰী সামৰিক আৰু সামৰিক-কাৰিকৰী সহযোগিতা আয়োগৰ অধীনৰ সামৰিক সহযোগিতা সম্পৰ্কীয় কাৰ্য গোটৰ চতুৰ্থখন বৈঠক কালি মস্কোত সম্পন্ন হয়৷ বৈঠকত ভাৰতক প্রতিনিধিত্ব কৰা সংহত প্ৰতিৰক্ষা কৰ্মচাৰীৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল জে পি মেথিউ আৰু ৰাছিয়াক প্ৰতিনিধিত্ব কৰা দেশখনৰ সশস্ত্র বাহিনীৰ উপ...

November 29, 2024 10:23 AM

views 21

মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠন সন্দৰ্ভত আলোচনা

মহাৰাষ্ট্ৰৰ তত্বাবধায়ক মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ মুৰববী একনাথ সিন্দে, বিজেপিৰ নেতা দেৱেন্দ্ৰ ফাড়নবিছ আৰু এন চি পিৰ মুৰববী অজিত পাৱাৰে ৰাজ্যখনত নতুন চৰকাৰ গঠন সন্দৰ্ভত আলোচনা কৰিবলৈ কালি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰে। সাক্ষাৎকালত কেন্দ্ৰীয় মন্ত্ৰী জগৎ প্রকাশ নাড্ডাও উপ...

November 29, 2024 10:19 AM

views 36

২০৩০ৰ ভিতৰত দেশৰ বস্ত্ৰ উদ্যোগৰ ব্যৱসায় ৩ লাখ ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য

কেন্দ্ৰীয় চৰকাৰে ২০৩০ চনৰ ভিতৰত দেশৰ বস্ত্ৰ উদ্যোগৰ ব্যৱসায় ৩ লাখ ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। বস্ত্ৰ নগৰী চুৰাট ভ্ৰমণৰত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে কালি বিয়লি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়াবৰ্গৰ সৈতে আয়োজিত এখন পর্যালোচনা বৈঠকত এই মন্তব্য কৰে। বৈঠকত মন্ত্ৰী...

November 29, 2024 10:15 AM

views 19

অষ্ট্ৰেলিয়া প্ৰধানমন্ত্রী আৰু ভাৰতীয় ক্রিকেট দলক সাক্ষাতক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্তোষ প্ৰকাশ

অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় ক্রিকেট দল আৰু দেশখনৰ প্ৰধানমন্ত্রী একাদশ ক্রিকেট দলৰ খেলুৱৈসকলক দেশখনৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে সাক্ষাৎ কৰাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তোষ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা টেষ্ট ক্র...

November 29, 2024 10:08 AM

views 14

যুৱ চামৰ উত্তৰণৰ বাবে সকলো ধৰণৰ সুযোগ দিয়াৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি দেশৰ যুৱ চামৰ উত্তৰণৰ বাবে চৰকাৰে সকলো ধৰণৰ সুযোগ দিয়াৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ প্ৰকাশ কৰে। মাই গভ ইণ্ডিয়াই সামাজিক মাধ্যমত লিখা এটা পোষ্টৰ সঁহাৰিত প্রধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ যুৱ শক্তিয়ে আশ্চৰ্যজনক কাম কৰিব পাৰে বুলি আস্থা প্ৰকাশ কৰে।

November 29, 2024 10:06 AM

views 11

আজিৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তিনিদিনীয়া ওড়িশা ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূৱনেশ্বৰত হ'বলগীয়া আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ সৰ্বভাৰতীয় সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে অন্যান্য ভালেমান কাৰ্যসূচী লৈ আজিৰ পৰা তিনিদিনীয়াকৈ ওড়িশা ভ্ৰমণ কৰিব। দেশৰ সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী সঞ্চালকপ্ৰধানসকলৰ উপৰি চি আৰ পি এফ, ...

November 29, 2024 10:02 AM

views 14

ৱেলিংটনৰ প্ৰতিৰক্ষা সেৱা ষ্টাফ কলেজৰ শিক্ষাৰ্থী-অধ্যাপকক সম্বোধন ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ

সশস্ত্র বাহিনীয়ে ভাৰতৰ জাতীয় স্বাৰ্থ সুৰক্ষিত কৰাই নহয়, বৰং চাইবাৰ যুদ্ধ আৰু সন্ত্ৰাসবাদৰ দৰে প্ৰত্যাহ্বানৰ বাবেও প্রস্তুতি চলাব লাগিব। তামিলনাডুৰ ৱেলিংটনৰ প্ৰতিৰক্ষা সেৱা ষ্টাফ কলেজৰ শিক্ষাৰ্থী আৰু অধ্যাপকসকলক সম্বোধন কৰি কালি ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে দ্রুতগতিত ...

November 28, 2024 8:37 PM

views 24

ভাৰত আৰু কানাডাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ স্থিতিৰ বিষয়ে পৰস্পৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে

ভাৰত আৰু কানাডাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ স্থিতিৰ বিষয়ে পৰস্পৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। বিদেশ ৰাজ্য মন্ত্রী কীৰ্তি বৰ্ধন সিঙে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই কথা সদৰি কৰে। তেওঁ কয় যে, সুস্থিৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে পৰস্পৰৰ উদ্বেগ, ভৌগলিক অখণ্ডতা আৰু সাৰ্বভৌমত্তৰ প্ৰতি সন্মান পূ...

November 28, 2024 8:35 PM

views 33

ইজৰাইলত প্ৰায় ৩২ হাজাৰ ভাৰতীয় শ্রমিক আছেঃ বিদেশ ৰাজ্যমন্ত্রী কীৰ্তি বৰ্ধন সিং

ইজৰাইলত প্ৰায় ৩২ হাজাৰ ভাৰতীয় শ্রমিক আছে। ইয়াৰে ভিতৰত যোৱা বছৰৰ অক্টোবৰৰ পাছত পশ্চিম এছিয়াৰ দেশখনলৈ যোৱা প্ৰায় ১২ হাজাৰ শ্রমিক আছে। বিদেশ ৰাজ্যমন্ত্রী কীৰ্তি বৰ্ধন সিঙে আজি ৰাজ্যসভাত এই কথা প্ৰকাশ কৰি কয়, যে যোৱা বছৰ নৰেম্বৰত স্বাক্ষৰিত দ্বিপাক্ষিক পৰিকাঠামো চুক্তিৰ অধীনত এই বছৰ ছহাজাৰ ৩৬৫ জন ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।