ৰাষ্ট্ৰীয়

November 2, 2024 6:16 PM November 2, 2024 6:16 PM

views 12

ভাৰত আৰু গ্ৰীচৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে সহমতত উপনীত প্রধানমন্ত্ৰী মোদী আৰু গ্ৰীচৰ প্ৰধানমন্ত্রী কাইৰিয়াক’ছ মিটছ’ টেকিছ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গ্ৰীচৰ প্ৰধানমন্ত্রী কাইৰিয়াক’ছ মিটছ' টেকিছ দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে। টেলিফোনযোগে হোৱা এটা কথোপকথনত দুয়োগৰাকী নেতাই ভাৰত-মধ্যপ্রাচ্য-ইউৰোপ অর্থনৈতিক মণ্ডল আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিকে ধৰি বিভিন্ন আঞ্চলিক আৰু গোল...

November 2, 2024 6:15 PM November 2, 2024 6:15 PM

views 10

৬ দিনীয়া ভ্ৰমণসূচীৰে অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰলৈ যাব বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে ৬ দিনীয়া ভ্ৰমণ সূচিৰে কাইলৈৰ পৰা অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰলৈ যাব এই ভ্ৰমণৰ সময়ত ড০ জয়শংকৰে ব্ৰিজবেনত অষ্ট্ৰেলিয়াত ভাৰতৰ চতুৰ্থটো দুতাবাস উদ্বোধন কৰিব৷ ইয়াৰ উপৰিও তেওঁ কেনবেৰাত অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱঙৰ সৈতে ১৫ সংখ্যক বৈদেশিক মন্ত্ৰীৰ আলোচনাৰ সহ...

November 2, 2024 5:38 PM November 2, 2024 5:38 PM

views 18

পাকিস্তানৰ মাষ্টাং জিলাত শক্তিশালী বিস্ফোৰণত ৫টা শিশুসহ ৯গৰাকী লোকৰ মৃত্যু

পাকিস্তানৰ মাষ্টাং জিলাত কালি হোৱা এটা শক্তিশালী বিস্ফোৰণত ৫টা শিশুসহ ৯গৰাকী লোকৰ মৃত্যু হয়। এই ঘটনাত আন ২৯গৰাকী লোক আহত হয়। জিলা প্রশাসনে প্ৰকাশ কৰা অনুসৰি মাষ্টাং অসামৰিক চিকিৎ‍সালয়ৰ সমীপৰ বালিকা হাইস্কুল চকত বোমাটোৰ বিস্ফোৰণ হয়। নিহতসকলৰ ভিতৰত ৫ জনী ছোৱালী, এটা ল'ৰা, এজন আৰক্ষী বিষয়া আৰু দুজ...

November 2, 2024 12:32 PM November 2, 2024 12:32 PM

views 7

বিধানসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰ ভ্ৰমণ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহৰ ৮ তাৰিখে বিধানসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। শাসকীয় মহাজোঁটৰ বাবে তেওঁ ধুলেত প্ৰচাৰ চলাব। প্রধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ অন্যান্য স্থানতো নিৰ্বাচনী প্ৰচাৰ চলাব ৷

November 2, 2024 12:30 PM November 2, 2024 12:30 PM

views 2

আজি গুজৰাটী নতুন বর্ষ উদযাপন

বিশ্বজুৰি গুজৰাটী সম্প্রদায়ে আজি গুজৰাটী নতুন বর্ষ উদযাপন কৰিছে। গুজৰাটত হিন্দু পঞ্জিকা বিক্ৰম চম্ভাট অনুসৰি কাৰ্তিক মাহৰ প্ৰথম দিনাৰে পৰা নৱবৰ্ষ পালন কৰা হয়। বেষ্টু বই নামে জনপ্রিয় এই গুজৰাটী নৱবৰ্ষ সমগ্ৰ ৰাজ্যতে পৰম্পৰাগতভাৱে উৎসাহ উদ্দীপনাৰে পালন কৰা হৈছে।

November 2, 2024 12:25 PM November 2, 2024 12:25 PM

views 11

ঝাৰখণ্ড বিধানসভাৰ বাবে ১,২১১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা নিশ্চিত

ঝাৰখণ্ড বিধানসভাৰ আসন্ন নির্বাচনত মুঠ এহেজাৰ ২১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কালি মনোনয়ন পত্ৰ প্ৰত্যাহ্বাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। ৰাজ্যখনৰ ৮১ জনীয়া বিধানসভাৰ বাবে এইবেলি দুটা পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ'ব। ১৩ নৱেম্বৰত হ'ব...

November 2, 2024 12:23 PM November 2, 2024 12:23 PM

views 3

২০২২-২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱ পুৰস্কাৰৰ বাবে আবেদন আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই যুৱক-যুৱতীসকলক ২০২২-২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱ পুৰস্কাৰৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে। ১৫ৰ পৰা ২৯ বছৰ বয়সৰ ব্যক্তি আৰু সংগঠনক স্বাস্থ্য, মানৱ অধিকাৰৰ প্ৰসাৰ, সক্ৰিয় নাগৰিকত্ব আৰু সমূহীয়া সেৱাৰ দৰে উন্নয়ন তথা সমাজ সেৱাৰ বিভিন্ন ক্ষে...

November 2, 2024 12:19 PM November 2, 2024 12:19 PM

views 11

ভাৰতীয় ৰে’লৱেই ৭,৪৩৫ খন বিশেষ ৰে’লৰ ব্যৱস্থা

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি সন্ধিয়া নতুন দিল্লী ৰে'লৱে ষ্টেচনত উপস্থিত হৈ উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ সুবিধা আৰু ভ্ৰমণ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। প্লেটফৰ্মত ৰে'লৰ বাবে অপেক্ষা কৰি থকা একাংশ যাত্ৰীৰ সৈতেও তেওঁ মত বিনিময় কৰে। যাত্ৰীসকলৰ একাংশই জনোৱা মতে, উপযুক্ত ভিৰ ব্যৱস্থাপনাৰ বাবে ত...

November 2, 2024 12:14 PM November 2, 2024 12:14 PM

views 4

আমেৰিকাৰ আইডাহোৰ আচৰ্ড কমবেট ট্রেইনিং চেণ্টাৰত আজি বজ্ৰ প্ৰহাৰৰ পঞ্চদশ সংস্কৰণ

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষ বাহিনীসমূহৰ যুটীয়া সামৰিক অনুশীলন বজ্ৰ প্ৰহাৰৰ পঞ্চদশ সংস্কৰণ আজি আমেৰিকাৰ আইডাহোৰ আচৰ্ড কমবেট ট্রেইনিং চেণ্টাৰত আৰম্ভ হ'ব। ২২ নবেম্বৰত এই অনুশীলনৰ সামৰণি পৰিব। যোৱা বছৰ মেঘালয়ৰ উমৰৈত এই অনুশীলনৰ পূৰ্বৰ সংস্কৰণ অনুষ্ঠিত হৈছিল। এয়া ভাৰত আৰু আমেৰিকাৰ সৈন্য বাহিন...

November 2, 2024 12:10 PM November 2, 2024 12:10 PM

views 5

ভুৱা প্ৰতিশ্ৰুতি প্ৰদানৰ বিষয় লৈ কংগ্ৰেছক তীব্র সমালোচনা প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভুৱা প্ৰতিশ্ৰুতি প্ৰদানৰ বিষয় লৈ কংগ্ৰেছক তীব্র সমালোচনা কৰে। শ্রীমোদীয়ে সামাজিক মাধ্যম যোগে এই বুলি অভিযোগ তোলে যে, দেশৰ জনসাধাৰণে কংগ্ৰেছৰ হকে ভোটদান কৰা মানে অপশাসন, বেয়া অৰ্থব্যৱস্থা আৰু লুণ্ঠনৰ হকে ভোটদান বুলি অনুভৱ কৰিবলৈ লৈছে। তেওঁ কয় যে, জনসাধাৰণে কংগ্...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।