ৰাষ্ট্ৰীয়

November 5, 2024 8:45 PM November 5, 2024 8:45 PM

views 11

উচ্চতম ন্যায়ালয়ৰ ৩ খন কিতাপ উন্মোচন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে দেশত ন্যায়সংগত আৰু নিৰপেক্ষ সমাজৰ দিশে লৈ যোৱাৰ বাবে ন্যায় ব্যৱস্থা শক্তিশালী কৰি তুলিব লাগিব। ৰাষ্ট্ৰপতি ভৱনত আজি বিয়লি উচ্চতম ন্যায়ালয়ৰ ৩ খন কিতাপ উন্মোচন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে উচ্চতম ন্যায়ালয়ে ভাৰতীয় প্ৰমূল্য আৰু ব...

November 5, 2024 8:43 PM November 5, 2024 8:43 PM

views 10

নতুন ফৌজদাৰী আইন ৩ খন সাম্প্রতিক সমাজৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হবলৈ সম্পূৰ্ণৰূপে সমৰ্থ: ওম বিৰলা

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে নতুন ফৌজদাৰী আইন ৩ খন সাম্প্রতিক সমাজৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হবলৈ সম্পূৰ্ণৰূপে সমৰ্থ। তেওঁ কয় যে, সদন আৰু স্থায়ী কমিটিত বিশদ আলোচনাৰ অন্তত এই আইন ৩ খন গ্ৰহণ কৰা হৈছিল। নতুন দিল্লীৰ সংসদ ভৱন চৌহদত সাংবিধানিক আৰু সংসদীয় অধ্যয়ন প্রতিষ্ঠানে আয়োজন কৰা এটা অনুষ্...

November 5, 2024 8:41 PM November 5, 2024 8:41 PM

views 35

চাৰিদিনীয়া ষট পূজা ‘নহায়-খায়’ ৰীতিৰে আজি আৰম্ভ

চাৰিদিনীয়া ষট পূজা ‘নহায়-খায়' ৰীতিৰে আজি আৰম্ভ হৈছে। সূর্য উপাসনাৰ এই উৎসৱ ৮ নৱেম্বৰত সামৰণি পৰিব। উৎসৱৰ প্ৰথম দিনা আজি ভক্তসকলে বিভিন্ন নৈ-পুখুৰী আৰু জলাশয়ত পৱিত্ৰ স্নান সম্পন্ন কৰে। সূৰ্য দেৱতাৰ উপাসনাৰ পাছত তেওঁলোকে প্ৰসাদ গ্ৰহণ কৰিব। পৰহিলৈ অষ্টগামী সূৰ্য আৰু শুকুৰবাৰে উদিত সূৰ্যলৈ অৰ্ঘ্য অর...

November 5, 2024 8:39 PM November 5, 2024 8:39 PM

views 15

ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ

ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। এন ডি এ আৰু আই এন ডি আই উভয় মিত্ৰজোটৰ নেতাসকলে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি লোহাৰদাগাত এখন নির্বাচনী সভাত ভাষণ দি কয় যে, বিজেপি শাসনকালত ঝাৰখণ্ড ৰাজ্য...

November 5, 2024 8:37 PM November 5, 2024 8:37 PM

views 3

অহা মাহত ভাৰতৰ প্রোবা-থ্রি নামৰ কৃত্রিম উপগ্রহ মহাকাশলৈ উৎক্ষেপন

বিজ্ঞান আৰু প্ৰযুক্তিমন্ত্ৰী ডº জীতেন্দ্র সিঙে কৈছে যে ভাৰতে অহা মাহত শ্রীহৰিকোটা মহাকাশ কেন্দ্ৰৰ পৰা ইউৰোপীয় মহাকাশ সংস্থা প্রোবা-থ্রি নামৰ কৃত্রিম উপগ্রহ মহাকাশলৈ উৎক্ষেপন কৰিব। এই অভিযানৰ জৰিয়তে সূৰ্য্যৰ পৰিধিৰ সমীপৰ অনুজ্বল জ্যোতির্বলয়ৰ অধ্যয়ন কৰা হ'ব। নতুন দিল্লীত আজি তৃতীয় ভাৰতীয় মহাকাশ ...

November 5, 2024 2:31 PM November 5, 2024 2:31 PM

views 27

‘নহায়-খায়’ ৰীতিৰে চাৰিদিনীয়া ষট পূজা আৰম্ভ

চাৰিদিনীয়া ষট পূজা ‘নহায়-খায়’ ৰীতিৰে আজি আৰম্ভ হৈছে। সূর্য উপাসনাৰ এই উৎসৱ ৮ নৱেম্বৰত সামৰণি পৰিব। এই উৎসৱৰ প্ৰথম দিনা আজি ভক্তসকলে বিভিন্ন নৈ-পুখুৰী আৰু জলাশয়ত পৱিত্ৰ স্নান সম্পন্ন কৰে। সূৰ্য দেৱতাৰ উপাসনাৰ পাছত তেওঁলোকে প্রসাদ গ্ৰহণ কৰিব। পৰহিলৈ অষ্টগামী সূৰ্য আৰু শুকুৰবাৰে উদিত সূৰ্যলৈ অৰ্ঘ্য...

November 5, 2024 2:23 PM November 5, 2024 2:23 PM

views 27

হাৰিয়ানা, ত্ৰিপুৰা আৰু মিজোৰামৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে ২০২৪-২৫ বিত্তীয় বৰ্ষত পঞ্চদশ বিত্ত আয়োগৰ অনুদান মুকলি কেন্দ্ৰৰ

হাৰিয়ানা, ত্ৰিপুৰা আৰু মিজোৰামৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে কেন্দ্ৰই ২০২৪-২৫ বিত্তীয় বৰ্ষত পঞ্চদশ বিত্ত আয়োগৰ অনুদান মুকলি কৰিছে। হাৰিয়ানাৰ পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান আৰু গ্ৰাম্য স্থানীয় নিশ্চয়সমূহক প্রথম কিস্তিৰ অংশ হিচাপে প্রায় ১৯৫ কোটি টকাৰ অনুদান প্ৰদান কৰা হৈছে। ৰাজ্যখনৰ ১৮ খন যোগ্য ...

November 5, 2024 2:20 PM November 5, 2024 2:20 PM

views 3

সামুদ্রিক উদ্যোগত ভাৰতৰ সম্ভাৱনাই সামুদ্রিক অর্থনীতিত আমুল পৰিৱৰ্তন আনিবঃ সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় জাহাজ, পৰিবহণ আৰু বন্দৰ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে সামুদ্রিক উদ্যোগত ভাৰতৰ সম্ভাৱনাই সামুদ্রিক অর্থনীতিত আমুল পৰিৱৰ্তন আনিব, যাৰ ফলত এই উদ্যোগ অমৃত কালৰ সময়ত সামুদ্রিক বাণিজ্যৰ বাবে গন্তব্যস্থানত পৰিণত হ'ব। আজি চেন্নাইত অনুষ্ঠিত The Week Maritime সন্মিলনত ভাষণ দি কেন্দ্ৰীয়...

November 5, 2024 2:15 PM November 5, 2024 2:15 PM

views 10

কানাডাত হিন্দু মন্দিৰৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা চিন্তাজনকঃ বিদেশ মন্ত্রী জয়শংকৰ

বিদেশ মন্ত্রী ড° এছ জয়শংকৰে কানাডাত হিন্দু মন্দিৰৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক চিন্তাজনক বুলি অভিহিত কৰিছে। অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৰঙৰ সৈতে আজি পুৱা কেনবেৰাত যুটীয়া সংবাদমেলক সম্বোধন কৰি ড° জয়শংকৰে কানাডাত সন্ত্ৰাসবাদী শক্তিসমূহক ৰাজনৈতিক শৰণ দিয়াক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে কানাডাত...

November 5, 2024 2:00 PM November 5, 2024 2:00 PM

views 9

ব্যক্তিগত সম্পত্তি সম্প্ৰদায়ৰ ভৌতিক সম্পদ অংশ নহয়, যিবোৰ সংবিধানৰ ৩৯ (খ) অনুচ্ছেদৰ অধীনত চৰকাৰে পুনৰ বিতৰণ কৰিব পাৰেঃ উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে আজি এটা সংখ্যাগৰিষ্ঠ ৰায়েৰে সকলো ব্যক্তিগত সম্পত্তি সম্প্ৰদায়ৰ ভৌতিক সম্পদ অংশ নহয়, যিবোৰ সংবিধানৰ ৩৯ (খ) অনুচ্ছেদৰ অধীনত চৰকাৰে পুনৰ বিতৰণ কৰিব পাৰে। অৱশ্যে সম্প্ৰদায়ৰ বাবে অতিকে গুৰুত্বপূৰ্ণ আৰু উপযোগী বুলি বিবেচিত হ’লে একাংশ ব্যক্তিগত সম্পত্তি এই শ্ৰেণীত অন্তৰ্ভুক্ত হ’ব পাৰ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।