ৰাষ্ট্ৰীয়

December 5, 2024 12:55 PM

views 12

দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যাল বাংছুকৰ ভাৰত ভ্ৰমণ

ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যাল বাংছুক আৰু ৰাণী জেতচুন পেমা বাংছুক আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ভ্রমণকালত ভূটানৰ ৰজাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। বিদেশমন্ত্ৰী ড° এছ জয়শংকৰ আৰু চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে অভ্যাগত ৰজাগৰাকীক দেখা কৰিব। ভাৰত আৰু ভূটানৰ মাজত বন্ধুত্ব আৰু সহয...

December 5, 2024 12:52 PM

views 22

তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব দেৱেন্দ্ৰ ফাড়নবিছে

বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নবিছে আজি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব । মুম্বাইৰ ঐতিহাসিক আজাদ ময়দানত বিয়লি হ'বলগীয়া এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে শ্ৰীফাড়নবিছক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব। উল্লেখযোগ্য যে, শ্রীফাড়নবিছক কালি সর্বস...

December 5, 2024 12:49 PM

views 13

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰে কুৱেটৰ বিদেশ মন্ত্ৰী আব্দুলা আলী অল-য়াহয়াৰ বৈঠক

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে কালি নতুন দিল্লীত কুৱেটৰ বিদেশ মন্ত্ৰী আব্দুলা আলী অল-য়াহয়াৰ সৈতে দেশ দুখনৰ মাজৰ বিভিন্ন ক্ষেত্ৰত থকা সম্পৰ্কৰ বিষয়ে আলোচনা কৰাৰ লগতে উভয় দেশৰ সম্বন্ধক অধিক শক্তিশালী কৰাৰ উপায় সন্দৰ্ভতো আলোচনাত মিলিত হয়। নেতা দুগৰাকীয়ে শেহতীয়াকৈ পশ্চিম এছিয়াত হোৱা উন্ন...

December 4, 2024 8:48 PM

views 36

ভাৰত আৰু চীনৰ সীমান্তৱৰ্তী এলেকাত শান্তি আৰু সুস্থিৰতাত গুৰুত্ব আৰোপ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে ভাৰত আৰু চীনৰ মাজত সম্পৰ্ক উন্নত কৰাৰ বাবে সীমান্তৱৰ্তী এলেকাত শান্তি আৰু সুস্থিৰতাত গুৰুত্ব আৰোপ কৰিছে। চীনৰ সৈতে ভাৰতৰ সম্পৰ্কৰ বিষয়ে আজি ৰাজ্যসভাত সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে অনাগত সময়ত দুয়োখন দেশৰ মাজত হ'বলগীয়া আলোচনাত সীমান্ত এলেক...

December 4, 2024 8:46 PM

views 19

বাওপন্থী উগ্ৰবাদৰ বিভিষিকাৰ পৰা মুক্ত কৰা হৈছে বুলি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ প্ৰকাশ

চৰকাৰে বিগত ৫ বছৰত দেশৰ ৬০ খন জিলাক বাওপন্থী উগ্ৰবাদৰ বিভিষিকাৰ পৰা মুক্ত কৰা হৈছে বুলি প্ৰকাশ কৰিছে। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰত এই কথা সদৰি কৰি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে, বাওপন্থী উগ্ৰবাদৰ সমস্যা দূৰ কৰাৰ বাবে ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্যপৰিকল্পনাৰ কঠোৰ ৰূপায়ণৰ পাছত হিংস...

December 4, 2024 8:39 PM

views 19

লোকসভাত বিবেচনা আৰু গ্ৰহণৰ বাবে ৰেলৱে সংশোধনী বিধেয়ক ২০২৪ উত্থাপন

লোকসভাত আজি বিবেচনা আৰু গ্ৰহণৰ বাবে ৰেলৱে সংশোধনী বিধেয়ক ২০২৪ উত্থাপন কৰা হয়। এই বিধেয়কখনৰ জৰিয়তে ৰেলৱে বোৰ্ডক বিধিসম্মত ক্ষমতা প্ৰদানৰ লগতে বোৰ্ডক অধিক স্বতন্ত্ৰ কৰি তুলিব খোজা হৈছে। এই বিধেয়কখনে ১৯০৫ চনত ভাৰতীয় ৰেল বোর্ড আইনৰ ঠাই লব আৰু ৰেল বোৰ্ডৰ সৈতে জড়িত ব্যৱস্থাসমূহক ১৯৮৯ চনত ৰেল আইনত অ...

December 4, 2024 8:09 PM

views 21

আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানত গ্ল’বেল ছাউথৰ অধিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰত ভাৰতৰ গুৰুত্ব আৰোপ

কেন্দ্ৰীয় চৰকাৰে উন্নয়নশীল ৰাষ্ট্ৰসমূহক অধিক সহযোগিতা আগবঢ়াবৰ বাবে গোলকীয় বিত্তীয় ব্যৱস্থাৰ সংস্কাৰ সাধন কৰিবলৈ আহ্বান জনোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানত গ্ল’বেল ছাউথৰ অধিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। তদুপৰি বহুপাক্ষিক উন্নয়নশীল বেংকৰ পৰা পুঁজিৰ আবণ্টন বৃদ্ধি কৰাৰ ...

December 4, 2024 8:04 PM

views 18

শিৰোমণি আকালি দলৰ নেতা সুখবীৰ সিং বাদললৈ গুলীচালনাৰ ঘটনা

পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰত আজি এটা দুৰ্বৃত্তই ৰাজ্যখনৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা শিৰোমণি আকালি দলৰ নেতা সুখবীৰ সিং বাদললৈ লক্ষ্য কৰি কৰা গুলীচালনাৰ ঘটনাত প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে। শ্ৰী বাদলে মন্দিৰৰ প্ৰৱেশদ্বাৰত হুইল চেয়াৰত বহি প্ৰাৰ্থনা কৰি থকাৰ সময়তে নাৰায়ণ সিং ন...

December 4, 2024 7:52 PM

views 17

নৌসেনা দিৱসত জোৱান তথা পৰিয়াললৈ প্ৰতিৰক্ষা মন্ত্ৰীৰ শুভকামনা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও নৌসেনা দিৱস উপলক্ষে বাহিনীটোৰ জোৱানসকলৰ লগতে তেওঁলোকৰ পৰিয়ালসমূহলৈ শুভকামনা জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ ভাৰতীয় নৌসেনাক দেশখনৰ সমুদ্ৰ পথৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এটা অতি গুৰুত্বপূৰ্ণ স্তম্ভ বুলি অভিহিত কৰে।

December 4, 2024 7:42 PM

views 14

ওড়িশাৰ পবিত্ৰ চহৰ পুৰীৰ দ্বাদশ শতিকাৰ শ্ৰীজগন্নাথ মন্দিৰ পৰিদৰ্শন ৰাষ্ট্ৰপতিৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৱে আজি পুৱা ওড়িশাৰ পবিত্ৰ চহৰ পুৰীৰ দ্বাদশ শতিকাৰ শ্ৰীজগন্নাথ মন্দিৰ পৰিদৰ্শন কৰে। তেওঁ মন্দিৰৰ ভিতৰত ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ ওচৰত প্ৰাৰ্থনা কৰাৰ লগতে ওড়িশাৰ মুখ্যমন্ত্রী মোহন চৰণ মাঝি আৰু অন্যান্য বিশিষ্ট ব্যক্তিৰ সৈতে মন্দিৰ চৌহদ পৰিদৰ্শন কৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।