ৰাষ্ট্ৰীয়

December 5, 2024 8:34 PM

views 25

২০২২ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ২০২৩ বৰ্ষৰ মাৰ্চ মাহলৈ উদ্যোগসমূহৰ বাৰ্ষিক জৰীপৰ ফলাফল ঘোষণা

২০২২ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ২০২৩ বৰ্ষৰ মাৰ্চ মাহলৈ উদ্যোগসমূহৰ বাৰ্ষিক জৰীপৰ ফলাফল আজি ঘোষণা কৰা হয়। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ে আজি এই বছৰেকীয়া ফলাফল প্ৰকাশ কৰে। এই বছৰেকীয়া জৰীপেই হৈছে দেশৰ তথ্যসমূহৰ সন্দৰ্ভত সঠিক তথ্য লাভ কৰাৰ প্ৰধান উৎস বুলি পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন...

December 5, 2024 8:33 PM

views 29

লোকসভাত বর্ষাকালীন অধিৱেশনত গৃহীত হোৱা ভাৰতীয় বায়ুযান বিধেয়ক ২০২৪ সন্দৰ্ভত ৰাজ্যসভাত আলোচনা

লোকসভাত বর্ষাকালীন অধিৱেশনত গৃহীত হোৱা ভাৰতীয় বায়ুযান বিধেয়ক ২০২৪ সন্দৰ্ভত আজি ৰাজ্যসভাত আলোচনা কৰা হয়। এই বিধেয়কখনে কেন্দ্ৰীয় চৰকাৰক বিমানৰ নক্সা, প্ৰস্তুতকৰণ, উৎপাদন, ৰক্ষণাবেক্ষণ, বিক্রী, আমদানী-ৰপ্তানি আৰু বিমান পৰিবহনৰ নিৰাপত্তা ব্যৱস্থা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অধিকাৰ প্ৰদান কৰিব। ইয়াৰ লগ...

December 5, 2024 8:30 PM

views 22

ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যাল ৱাংচুক আৰু ৰাণী জেতচুন পেমা ৱাংচুৰ প্রধানমন্ত্ৰীক সাক্ষাৎ

ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যাল ৱাংচুক আৰু ৰাণী জেতচুন পেমা ৱাংচুক আজি নতুন দিল্লীত প্রধানমন্ত্ৰীক সাক্ষাৎ কৰে। সাক্ষাৎকালত মোদীয়ে ভূটানৰ বিকাশ আৰু আঞ্চলিক উন্নয়নৰ বাবে জিগমে খেছৰ নামগ্যাল ৱাংচুকৰ দৃষ্টিভংগীক প্ৰশংসা কৰে। সামাজিক মাধ্যমযোগে প্রধানমন্ত্রীয়ে কয়, যে ভাৰত আৰু ভূটানৰ মাজত থকা অনন্য আৰ...

December 5, 2024 8:25 PM

views 35

বিয়লি ৪ বাজি ৪ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা PSLV-C59 উৎক্ষেপন

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ নৱতম মহাকাশ যান PSLV-C59 ৰ জৰিয়তে আজি বিয়লি ৪ বাজি ৪ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ইউৰোপীয় মহাকাশ সংস্থাৰ প্রোবা থ্ৰী কৃত্রিম উপগ্ৰহ দুটা সফলতাৰে উৎক্ষেপন কৰা হয়। উৎক্ষেপনৰ পাছত সামাজিক মাধ্যমযোগে ভাৰতীয় মহাকাশ সংস্থাই প্ৰকাশ কৰে যে, PSLV-C...

December 5, 2024 8:23 PM

views 60

বিৰোধী পক্ষৰ হুলস্থুলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত

কংগ্ৰেছৰ শীৰ্ষ নেতা আৰু সম্বলৰ হিংসাত্মক ঘটনা সন্দৰ্ভত বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই উত্থাপন কৰা অভিযোগক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। ইয়াৰ আগেয়ে হুলস্থূলীয়া পৰিৱেশৰ বাবে লোকসভা ২ বজা পর্যন্ত স্থগিত ৰখাৰ পাছত পুনৰ ৩ ব...

December 5, 2024 8:21 PM

views 32

তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাড়নাবিছৰ শপত গ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নাবিছে আজি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শিৱসেনাৰ একনাথ সিন্দে আৰু ৰাষ্ট্রবাদী কংগ্ৰেছ পাৰ্টীৰ অজিত পাৱাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্রহণ কৰে। উল্লেখযোগ্য যে বিজেপি-শিৱসেনা-এন চি পি মিত্রজোঁটে মহাৰাষ্ট্ৰত অলপতে হৈ যোৱা বিধানসভা নি...

December 5, 2024 8:12 PM

views 32

ভাৰত মণ্ডপমত কাইলৈৰ পৰা ৩ দিনয়াকৈ অষ্টলক্ষ্মী মহোৎসৱ

নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত কাইলৈৰ পৰা ৩ দিনয়াকৈ অষ্টলক্ষ্মী মহোৎসৱ অনুষ্ঠিত হ'ব। উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়, উত্তৰ পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম লিমিটেড আৰু ইনভেষ্ট ইণ্ডিয়াই প্ৰথম বাৰৰ বাবে আয়োজন কৰা এই মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ শিল্প কলা, চহকী বৈচিত্র্য আৰু সাংস্কৃতিক ঐ...

December 5, 2024 8:10 PM

views 26

PSLV-C59 যানৰ সফল উৎক্ষেপন ইছৰোৰ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে আজি বিয়লি শ্রীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ইউৰোপীয় মহাকাশ সংস্থাৰ প্রোবা থ্ৰী কৃত্রিম উপগ্রহ কঢ়িয়াই নিয়া PSLV-C59 যানখনৰ সফল উৎক্ষেপন সম্পন্ন কৰে। উৎক্ষেপন যানখনে বিয়লি ৪ বাজি ৪ মিনিটত মহাকাশলৈ উৰা মাৰে। ইছৰো উৎক্ষেপনৰ পাছত সামাজিক মাধ্যম এক্সযোগে ...

December 5, 2024 1:06 PM

views 18

২০২৩-২৪ বৰ্ষত গ্ৰাম্য সাক্ষৰতা পঞ্জীয়ন ২০২২-২৩ বৰ্ষতকৈ সামান্য বৃদ্ধি পাইছে : ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধাৰী

২০২৩-২৪ বৰ্ষত গ্ৰাম্য সাক্ষৰতা পঞ্জীয়ন ২০২২-২৩ বৰ্ষতকৈ সামান্য বৃদ্ধি পোৱা বুলি শিক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে প্ৰকাশ কৰে। ৰাজ্যসভাৰ লিখিত প্রশ্নোত্তৰ কালত মন্ত্ৰীগৰাকীয়ে কয়, যে গ্রাম্য সাক্ষৰতা হাৰ যোৱা বৰ্ষৰ ৭৭ শতাংশৰ পৰা এই বৰ্ষত ৭৭ দশমিক ৫ শতাংশলৈ বৃদ্ধি পাইছে। শিক্ষামন্ত্ৰীগৰাক...

December 5, 2024 1:02 PM

views 53

বিয়লি ৪ বাজি ১২ মিনিটত উৎক্ষেপন কৰা হ’ব PSLV-C59 যান

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ নৱতম মহাকাশ যান PSLV-C59 আজি বিয়লি শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপন কৰা হ'ব। ইছৰোৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আজি বিয়লি ৪ বাজি ১২ মিনিটত PSLV-C59 যানখনে ইউৰোপীয় মহাকাশ সংস্থাৰ প্রোবা থ্রী উপগ্রহলানি মহাকাশত উৎক্ষেপন কৰিব। উল্লেখযোগ্য যে, ইছৰোৱে ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।