ৰাষ্ট্ৰীয়

November 7, 2024 8:11 PM November 7, 2024 8:11 PM

views 10

গোৱাত থলুৱাভাৱে নির্মিত বিমান পৰিবাহী যুদ্ধ জাহাজ আই এন এছ বিক্ৰান্তৰ পৰা নৌ সৈন্যবাহিনীৰ অভিযান প্ৰত্যক্ষ ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি গোৱাত থলুৱাভাৱে নির্মিত বিমান পৰিবাহী যুদ্ধ জাহাজ আই এন এছ বিক্ৰান্তৰ পৰা নৌ সৈন্যবাহিনীৰ অভিযান প্ৰত্যক্ষ কৰে। তেওঁ বিমানবাহী যুদ্ধ জাহাজখনত জাহাজৰ পৰিচালনা, যুদ্ধৰ কৌশল, ছাবমেৰিনৰ অভ্যাস আদিৰ লগতে যুদ্ধ বিমানৰ উৰণ আৰু অৱতৰণ প্ৰত্যক্ষ কৰে। ইয়াৰ পূৰ্বে ৰাষ্ট্...

November 7, 2024 7:34 PM November 7, 2024 7:34 PM

views 2

কৰ্কট ৰোগৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন আৰু ব্যাপক সজাগতা সৃষ্টিৰ বাবে আজি ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস পালন

কৰ্কট ৰোগৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন আৰু ব্যাপক সজাগতা সৃষ্টিৰ বাবে আজি ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস পালন কৰা হৈছে। এই দিৱস ২০১৪ চনৰ ৭ নৱেম্বৰৰ পৰা প্ৰতি বছৰে পালন কৰি অহা হৈছে। এই দিৱসৰ জৰিয়তে এই ৰোগৰ প্ৰতিৰোধ, আৰম্ভণিতেই ৰোগ চিনাক্তকৰণ আৰু উপযুক্ত চিকিৎসা সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্...

November 7, 2024 7:31 PM November 7, 2024 7:31 PM

views 18

কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই সন্ত্রাসবাদ প্ৰতিৰোধৰ বাবে নতুন ৰাষ্ট্রীয় সন্ত্রাসবাদ প্রতিৰোধী নীতি আৰু কৌশল প্রস্তুত কৰিবঃ গৃহমন্ত্রী

কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই সন্ত্রাসবাদ প্ৰতিৰোধৰ বাবে নতুন ৰাষ্ট্রীয় সন্ত্রাসবাদ প্রতিৰোধী নীতি আৰু কৌশল প্রস্তুত কৰিব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ঘোষণা কৰিছে। আজি নতুন দিল্লীত অনুষ্ঠিত দুদিনীয়া সন্ত্রাসবাদ বিৰোধী সন্মিলন, ২০২৪ উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত...

November 7, 2024 7:14 PM November 7, 2024 7:14 PM

views 7

ভূটানৰ সৈতে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে বাক্সা জিলাৰ দৰঙাত ইমিগ্ৰেচন তালাচী চকীৰ নতুন ভৱন মুকলি

প্রতিবেশী ৰাষ্ট্ৰ ভূটানৰ সৈতে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে আজি বাক্সা জিলাৰ দৰঙাত এটা ইমিগ্ৰেচন তালাচী চকীৰ নতুন ভৱন মুকলি কৰা হয়। ভূটান সীমান্তৰ পৰা ৭০০ মিটাৰ নিলগত অৱস্থিত এই ভূ-বন্দৰটোৱে দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক সূদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাজ্যপ...

November 7, 2024 1:32 PM November 7, 2024 1:32 PM

views 8

৪,৫২১খন বিশেষ ৰে’লগাড়ীৰ জৰিয়তে ৬৫ লাখ যাত্ৰীৰ যাতায়াতৰ সুবিধা ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰেলৱেই যোৱা ছয়ত্রিশ দিনত চাৰি হাজাৰ ৫২১খন বিশেষ ৰে'লগাড়ীৰ জৰিয়তে ৬৫ লাখ যাত্ৰীৰ যাতায়াতৰ সুবিধা কৰিছে। ছট্‌ পূজাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰালয়ে কাইলৈৰ পৰা ১১ তাৰিখলৈ প্ৰতিদিনে ১৬০খন বিশেষ ৰে'লগাড়ীৰ সময়সূচী নির্ধাৰণ কৰিছে । বিশেষ ৰে'লগাড়ীসমূহে উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ ভিৰ নিয়ন্ত্ৰণ কৰাত...

November 7, 2024 1:29 PM November 7, 2024 1:29 PM

views 12

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত ভোটদাতাক প্রলোভিত কৰাৰ বাবে অনা সামগ্ৰী, সুৰা, ড্ৰাগছ আৰু বহুমূলীয়া ধাতু জব্দ নির্বাচনী আয়োগৰ

নির্বাচনী আয়োগৰ সংস্থাসমূহে নির্বাচন হ'বলগীয়া মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড তথা উপ- নির্বাচন হ'বলগীয়া অন্যান্য ৰাজ্যসমূহত পাঁচশ আঠাৱন্ন কোটি টকা নগদ ধন, ভোটদাতাক প্রলোভিত কৰাৰ বাবে অনা সামগ্ৰী, সুৰা, ড্ৰাগছ আৰু বহুমূলীয়া ধাতু জব্দ কৰিছে। আয়োগে জনাইছে যে মহাৰাষ্ট্ৰত চলা অভিযানত প্রায় দুশ আশী কোটি টকা ...

November 7, 2024 1:28 PM November 7, 2024 1:28 PM

views 6

এন ডি এ আৰু আই এন ডি আই মিত্রজোঁটৰ ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰ

এন ডি এ আৰু আই এন ডি আই মিত্রজোঁটে ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ জ্যেষ্ঠ নেত্ৰী স্মৃতি ইৰাণীয়ে কালি হাজাৰিবাগৰ এখন নির্বাচনী সভাত ভাষণ দি কয় যে ঝাৰখণ্ড মুক্তি মৰ্চা আৰু কংগ্ৰেছৰ নেতাসকলে মহিলাৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছে। শ্ৰীমতী ইৰাণীয়ে কয়...

November 7, 2024 1:26 PM November 7, 2024 1:26 PM

views 6

ষট্ পূজা উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ জনসাধাৰণক ওলগ

আজি ষট্ পূজাৰ তৃতীয় দিন। এই উপলক্ষে ভক্তসকলে বিভিন্ন নৈৰ পাৰত অস্তগামী সূৰ্যলৈ অৰ্ঘ্য আগবঢ়াব। কাইলৈ পুৱা উদিত সূৰ্যৰ উপাসনাৰে এই চাৰিদিনীয়া উৎসৱৰ সামৰণি পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে ষট্ পূজা উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা বার্তাযোগে কৈছে যে ষট্ পূজা দেশৰ প্ৰাচী...

November 7, 2024 1:24 PM November 7, 2024 1:24 PM

views 3

নৱ ৰায়পুৰত তিনিদিনীয়া ৰাজ্যোৎসৱৰ সামৰণি অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে কালি ছত্তিশগড়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে নৱ ৰায়পুৰত আয়োজন কৰা তিনিদিনীয়া ৰাজ্যোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰলৈ প্ৰশংসনীয় অৱদান আগবঢ়োৱা ব্যক্তিসকলক বঁটা প্ৰদান কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণত ৰাজ্য...

November 7, 2024 1:07 PM November 7, 2024 1:07 PM

views 46

ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পক প্রধানমন্ত্ৰীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি টেলিফোনযোগে ডনাল্ড ট্রাম্পৰ সৈতে কথা পাতে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত লাভ কৰা আকৰ্ষণীয় জয়ৰ বাবে তেওঁক অভিনন্দন জনায়। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে তেওঁ প্ৰযুক্তি, প্ৰতিৰক্ষা, শক্তি, মহাকাশ আৰু আন ভালেমান খণ্ডত ভাৰত আৰু আমেৰিকা যুক্তৰ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।