ৰাষ্ট্ৰীয়

November 8, 2024 8:38 PM November 8, 2024 8:38 PM

views 4

বাণিজ্যিক ন্যায়ালয় সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত চৰকাৰে জনসাধাৰণৰ দিহা-পৰামৰ্শ বিচাৰিছে

চৰকাৰে বাণিজ্যিক ন্যায়ালয় সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত জনসাধাৰণৰ দিহা পৰামৰ্শ বিচাৰিছে। আইন আৰু ন্যায় মন্ত্ৰালয়ে ২০১৫ চনৰ বাণিজ্যিক ন্যায়ালয় আইনৰ সংশোধন ঘটোৱাৰ কথা বিবেচনা কৰিছে। এই আইনখন বাণিজ্যিক গোচৰসমূহৰ দ্ৰুত আৰু উচিত মূল্যত সমাধান সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই আইনখন প্ৰণয়ন কৰা হৈছিল। খচৰ...

November 8, 2024 8:36 PM November 8, 2024 8:36 PM

views 5

কেন্দ্ৰীয় চৰকাৰ আৰু মহাৰাষ্ট্ৰৰ মহামিত্ৰজোঁটৰ চৰকাৰ নিপীড়িত-বঞ্চিতসকলৰ কল্যাণৰ প্ৰতি বদ্ধপৰিকৰঃ প্ৰধানমন্ত্ৰী মোদী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে কেন্দ্ৰৰ এন ডি এ চৰকাৰ আৰু মহাৰাষ্ট্ৰৰ মহামিত্ৰজোঁটৰ চৰকাৰ নিপীড়িত-বঞ্চিতসকলৰ কল্যাণৰ প্ৰতি বদ্ধপৰিকৰ। মহাৰাষ্ট্ৰৰ নাচিকৰ এখন নির্বাচনী সভাত ভাষণ দি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ প্ৰায় ৫০ লাখ মহিলাই উজ্জ্বলা যো...

November 8, 2024 8:34 PM November 8, 2024 8:34 PM

views 4

বিজেপিয়ে জনজাতীয় লোকসকলৰ পৰা মাটি, পানী আৰু জংঘল কঢ়াৰ চেষ্টা চলাইছে বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অভিযোগ

বিজেপিয়ে জনজাতীয় লোকসকলৰ পৰা মাটি, পানী আৰু জংঘল কঢ়াৰ চেষ্টা চলাইছে বুলি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে অভিযোগ কৰিছে। ঝাৰখণ্ডৰ ছিমডেগাৰ এখন নির্বাচনী সভাত ভাষণ দি শ্ৰীগান্ধীয়ে ৰাজ্যখনৰ আসন্ন বিধানসভা নিৰ্বাচনত আই-এন-ডি-আই মিত্ৰজোঁট আৰু বিজেপি, আৰ এছ এছৰ আদৰ্শৰাজিৰ মাজত যুদ্ধ বুলি অভিহিত ক...

November 8, 2024 7:02 PM November 8, 2024 7:02 PM

views 5

দুৰ্নীতিক এটা ৰোগ, ইয়াক শিপাৰে সৈতে নিৰ্মূল কৰিব লাগেঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দুৰ্নীতিক এটা ৰোগ বুলি উল্লেখ কৰি ইয়াক শিপাৰে সৈতে নিৰ্মূল কৰিব লাগে বুলি মত প্ৰকাশ কৰিছে। আজি নতুন দিল্লীত কেন্দ্রীয় সতর্কতা আয়োগৰ সতৰ্কতা সজাগতা সপ্তাহৰ অনুষ্ঠানত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে এইদৰে কয় । ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, চৰকাৰে দুৰ্নীতি নিবাৰণৰ...

November 8, 2024 7:01 PM November 8, 2024 7:01 PM

views 4

বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানিৰ ৯৭সংখ্যক জয়ন্তীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানিৰ আজি ৯৭সংখ্যক জয়ন্তীত তেওঁৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে ভাৰতৰত্ন এল কে আদৱানি হৈছে দেশৰ বিকাশৰ বাবে নিজকে সমৰ্পণ কৰা দেশৰ অন্যতম আদৰণীয় ব্যক্তি। শ্ৰী মোদীয়ে লগতে কয় যে, শ্ৰী আদৱানি...

November 8, 2024 7:00 PM November 8, 2024 7:00 PM

views 4

ভাৰতীয় ৰে’লৱেৰ উৎসৱৰ বতৰত ৪,৫২১খন ৰে’লেৰে প্রায় ৬৫ লাখ যাত্ৰীৰ যাতায়াত

ভাৰতীয় ৰে'লৱে উৎসৱৰ বতৰত ৪ হাজাৰ ৫২১ খন ৰে'লগাড়ীৰ জৰিয়তে প্রায় ৬৫ লাখ যাত্ৰীক যাতায়াত কৰোৱাইছে। ৰে'ল মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া অনুসৰি ১ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈকে বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ পূব প্ৰান্তলৈ ৬ কোটি ৮৫ লাখৰো অধিক যাত্ৰীয়ে ৰে'লযোগে নিজৰ গন্তব্য স্থানলৈ যাত্ৰা কৰে৷ ইপিনে উত্ত...

November 8, 2024 6:56 PM November 8, 2024 6:56 PM

views 5

কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলৰ ছেমি ফাইনেলত ভাৰতৰ কিৰণ জৰ্জ

ভাৰতৰ কিৰণ জৰ্জ আজি ইক্সান চহৰত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। জর্জে পুৱা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত জাপানৰ টাকুমা ওবায়াছিক ২১-১৪, ২১-১৬ পোনপটীয়া ছেটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে জর্জে প্রি-কোৱাৰ্টাৰ ফাইনেলত টাইৱানৰ চি য়ু জেনক ২১–১৭, ১৯-২১,...

November 8, 2024 12:31 PM November 8, 2024 12:31 PM

views 4

অৰ্ঘৰে সামৰণি পৰা ষষ্ঠ পূজা উপলক্ষে সকলোৰে প্ৰতি প্রধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাৰ অৰ্ঘৰে সামৰণি পৰা ষষ্ঠ পূজা উপলক্ষে সকলোৰে প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে। শ্রী মোদীয়ে কয় যে, চাৰিদিনজোৰা ষষ্ঠ মহাপৰ্বৰ জৰিয়তে প্ৰকৃতি আৰু সংস্কৃতিৰ অপূৰ্ব সমাহাৰ সকলোৱে প্ৰত্যক্ষ কৰে আৰু জনসাধাৰণক নতুন উদ্যম আৰু শক্তিৰে অনুপ্ৰাণিত কৰি তোলে ৷

November 8, 2024 12:07 PM November 8, 2024 12:07 PM

views 7

নতুন দিল্লীত আজি ভাৰতীয় সেনাবাহিনীৰ সামৰিক ঐতিহ্য মহোৎসৱৰ দ্বিতীয় সংস্কৰণ

নতুন দিল্লীত আজি ভাৰতীয় সেনাবাহিনীৰ সামৰিক ঐতিহ্য মহোৎসৱৰ দ্বিতীয় সংস্কৰণ আৰম্ভ হ'ব। দুদিনীয়া এই মহোৎসৱৰ মূল লক্ষ্য হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা, বৈদেশিক নীতি, সামৰিক ইতিহাস আৰু সামৰিক ঐতিহ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ উদ্যোগ, স্বেচ্চাসেৱী সংস্থা, শিক্ষাবিদ, আৰু গৱেষক ...

November 8, 2024 12:35 PM November 8, 2024 12:35 PM

views 16

ঝাৰখণ্ডত নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে মানি চলিবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান নির্বাচন আয়োগৰ

নির্বাচন আয়োগে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে মানি চলিবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান জনাইছে। ৰাঁচীত কালি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়া কে ৰবিকুমাৰে ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি ভোটদাতাসকলক বিপথে পৰিচালিত...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।