ৰাষ্ট্ৰীয়

November 10, 2024 6:06 PM November 10, 2024 6:06 PM

views 8

মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহৰ দলীয় ইস্তাহাৰ প্ৰকাশ

বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি মুম্বাইত দলৰ আগশাৰীৰ নেতাসকলৰ উপস্থিতিত মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে দলীয় ইস্তাহাৰ সংকল্প-পত্ৰ প্ৰকাশ কৰে। ইস্তাহাৰ প্ৰকাশ কৰি শ্ৰীশ্বাহে কয় যে বিজেপিৰ সংকল্পপত্ৰত ৰাজ্যখনৰ জনসাধাৰণৰ আশা আকাংক্ষা প্রতিফলিত হৈছে। সংকল্পপত্ৰত বিজেপিয়ে খৰাং অৱস্থামুক...

November 10, 2024 12:00 PM November 10, 2024 12:00 PM

views 5

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি মুম্বাইত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰ প্ৰকাশ কৰিব। শ্ৰী শ্বাহে লগতে বিদৰ্ভ অঞ্চলৰ জলগাঁও, বুলডেনা আৰু অমৰাৱতীত তিনিখন নিৰ্বাচনী সভা সম্বোধন কৰিব । ইপিনে কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেও আজি ৰাজ্যখনৰ আসন্ন নিৰ্বাচনৰ...

November 10, 2024 11:56 AM November 10, 2024 11:56 AM

views 21

কেন্দ্ৰীয় চৰকাৰৰ শুকুৰবাৰলৈ ১২০ লাখ মেট্রিকটনৰো অধিক ধান ক্ৰয়

চৰকাৰে এইবাৰৰ খাৰিফ বিপণন বৰ্ষত শুকুৰবাৰলৈ ১২০ লাখ মেট্রিকটনৰো অধিক ধান ক্ৰয় কৰিছে আৰু ইয়াৰ পৰা পাঞ্জাবৰ ৬ লাখ ৫৮ হাজাৰৰো অধিক খেতিয়ক উপকৃত হৈছে। খেতিয়কসকলক ২৭ হাজাৰ ৯৯৫ কোটি টকাৰ ন্যূনতম সমৰ্থন মূল্য আদায় দিয়া হৈছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে চৰকাৰে ...

November 10, 2024 11:46 AM November 10, 2024 11:46 AM

views 28

সংক্ৰামক ৰোগৰ প্ৰতিৰোধ আৰু জনস্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত প্ৰতিষেধকৰ ভূমিকাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে বিশ্ব টীকাকৰণ দিৱস পালন

সমগ্ৰ বিশ্বত সংক্ৰামক ৰোগৰ প্ৰতিৰোধ আৰু জনস্বাস্থ্য সুৰক্ষিত কৰাৰ ক্ষেত্ৰত প্ৰতিষেধকৰ ভূমিকাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে আজি বিশ্ব টীকাকৰণ দিৱস পালন কৰা হ'ব। এই দিনটোত প্ৰতিগৰাকী ব্যক্তিয়ে সহজে জীৱন ৰক্ষাকাৰী প্ৰতিষেধক লাভ কৰাৰ বাবে অবিৰত প্ৰচেষ্টাৰ আৱশ্যকতাত আলোকপাত কৰা হয় ৷ এনে ধৰণৰ টীক...

November 10, 2024 11:17 AM November 10, 2024 11:17 AM

views 5

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তুংগত উঠিছে। এন ডি এ আৰু আই এন ডি আই মিত্ৰজোঁটৰ নেতাসকলে ভোটাৰসকলৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলাইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডত দুখন নির্বাচনী সভাত ভাষণ দিব আৰু এটা ৰোড শ্বোত ভাগ ল'ব। ত...

November 9, 2024 11:15 AM November 9, 2024 11:15 AM

views 7

পথ দুৰ্ঘটনা-মৃত্যু ৰোধৰ বাবে পথ নিৰ্মাণৰ সময়ত পথ সুৰক্ষাত অধিক গুৰুত্ব আৰোপ কৰা উচিতঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে কয় যে, পথ দুৰ্ঘটনা আৰু ইয়াৰ ফলত হোৱা মৃত্যু ৰোধ কৰাৰ বাবে পথ নিৰ্মাণৰ সময়ত পথ সুৰক্ষাত অধিক গুৰুত্ব আৰোপ কৰা উচিত। ছত্তিশগড়ৰ ৰায়পুৰত কালি সন্ধিয়া ভাৰতীয় পথ মহাসভাৰ ৮৩ সংখ্যক বাৰ্ষিক সত্ৰ উদ্বোধন কৰি শ্ৰীগাডকাৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ...

November 9, 2024 11:02 AM November 9, 2024 11:02 AM

views 4

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ অৱসৰ গ্ৰহণ

দুবছৰীয়া কাৰ্যকালৰ অন্তত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে কালি অৱসৰ গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ৰ বাৰ এছ'চিয়েছনে আয়োজন কৰা বিদায় সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য ন্যায়াধীশগৰাকী আৱেগিক হৈ পৰে। স্মৃতি ৰোমন্থন কৰি শ্ৰী চন্দ্ৰচূড়ে তেওঁৰ কাৰ্যকালত অনিচ্ছাকৃতভাৱে দিয়া দু...

November 9, 2024 10:59 AM November 9, 2024 10:59 AM

views 3

মহাৰাষ্ট্ৰৰ আকোলা আৰু নন্দেড়ত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী সভা

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে জনসাধাৰণৰ মন আকৰ্ষণ কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যতে নির্বাচনী সভাত অংশ লোৱা পৰিলক্ষিত হৈছে। প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ আকোলা আৰু নন্দেড়ত নিৰ্বা...

November 8, 2024 8:55 PM November 8, 2024 8:55 PM

views 6

জনজাতি সম্প্ৰদায়ৰ দ্রুত উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে কাম কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্ৰী জুৱেল অ’ৰাম

জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ দ্রুত উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে কাম কৰি আহিছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জুৱেল অ’ৰামে আজি গুৱাহাটীত মন্তব্য কৰে। জনজাতি বসতি প্রধান অঞ্চলত ২৫ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ'ব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খে...

November 8, 2024 8:39 PM November 8, 2024 8:39 PM

views 3

চৰকাৰৰ দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ নীতিয়ে দুর্নীতিক পুলিয়ে পোখাই উৎখাত কৰিব বুলি ৰাষ্ট্ৰপতিৰ দ্রৌপদী মুৰ্মুৰ আস্থা প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে চৰকাৰৰ দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ নীতিয়ে দুর্নীতিক পুলিয়ে পোখাই উৎখাত কৰিব বুলি আস্থা প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰতীয় সমাজত সততা আৰু নিয়মানুৱৰ্তিতাক জীৱনৰ আদৰ্শ বুলি গণ্য কৰা হয়। আজি নতুন দিল্লীত কেন্দ্রীয় সতর্কতা আয়োগৰ সতৰ্কতা সজাগতা সপ্তাহৰ লগত সংগত...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।